• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
husband-wife-quarrel-woman-committed-suicide-in-hydarabad

স্বামীয়ে ব্লাউচ ভুলকৈ চিলাই কৰাৰ বাবেই পত্নীৰ আত্মহত্যা

5 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

5 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

5 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

6 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

7 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

7 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

8 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

9 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

9 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

10 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

10 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

11 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্বামীয়ে ব্লাউচ ভুলকৈ চিলাই কৰাৰ বাবেই পত্নীৰ আত্মহত্যা

editor by editor
December 7, 2021
in ভাৰত
0
husband-wife-quarrel-woman-committed-suicide-in-hydarabad

husband-wife-quarrel-woman-committed-suicide-in-hydarabad

0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
husband-wife-quarrel-woman-committed-suicide-in-hydarabad
husband-wife-quarrel-woman-committed-suicide-in-hydarabad

অসম লাইভ ২৪ঃ ঘটনা হাইদৰাবাদৰ। পত্নীৰ নাম বিজয়লক্ষ্মী আৰু স্বামীৰ নাম শ্ৰীনিৱাস। স্বামীয়ে উপাৰ্জনৰ বাবে দৈনিক কাম কৰে নিজৰে এখন কাপোৰ চিলাই কৰা দোকানত। আৰু সেই সূত্ৰে স্বামীয়ে বিভিন্ন গ্ৰাহকৰ লগতে পত্নীৰ বাবেও চিলাইছিল এটা বিশেষ ব্লাউছ।

কিন্তু স্বামীৰ ব্লাউছৰ ডিজাইনকলৈ পূৰ্বৰে পৰা সন্তুষ্ট নাছিল পত্নী বিজয়লক্ষ্মী। সেই বাবে ডিজাইন সলনিৰ বাবে বিভিন্ন সময়ত পৰামৰ্শ প্ৰদান কৰিছিল পত্নীয়ে। ইয়াৰ ওপৰিও প্ৰায়েই বিভিন্ন পাৰিৱাৰিক কাৰণক লৈ সুখকৰ নাছিল তেওঁলোকৰ সংসাৰ। যাৰ বাবে স্বামীয়ে নতুনকৈ চিলাই আনি দিয়া ব্লাউছৰ ডিজাইন ভাল নোপোৱাৰ অচিলা লৈ আত্মহত্যাৰ পথ বাচি লয় পত্নী বিজয়লক্ষ্মীয়ে। যি ঘটনাই এতিয়া আচৰিত কৰি তুলিছে একাংশ ব্যক্তিক।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24husband-wife politicshydarabad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
‘অমিক্ৰণ ডেল্টাতকৈ অধিক সংক্ৰমণযোগ্য কিন্তু মাৰাত্মক নহয়’- WHO

‘অমিক্ৰণ ডেল্টাতকৈ অধিক সংক্ৰমণযোগ্য কিন্তু মাৰাত্মক নহয়’- WHO

খীৰতী গাইৰ বিৰুদ্ধে থানাত অভিযোগ গৰাকীৰ, ঘটনাই আমোদ দিলে কৰ্তব্যৰত আৰক্ষীক

খীৰতী গাইৰ বিৰুদ্ধে থানাত অভিযোগ গৰাকীৰ, ঘটনাই আমোদ দিলে কৰ্তব্যৰত আৰক্ষীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.