• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
new-off-day-declared-for-muslims-in-saudi-arabia

মুছলমানৰ বাবে শুকুৰবাৰে বিশেষ বন্ধ। শনিবাৰ আৰু দেওবাৰ সপ্তাহীক বন্ধ

5 years ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

5 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

6 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

7 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

8 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

8 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

9 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

10 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

11 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

12 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

12 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

14 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মুছলমানৰ বাবে শুকুৰবাৰে বিশেষ বন্ধ। শনিবাৰ আৰু দেওবাৰ সপ্তাহীক বন্ধ

editor by editor
December 7, 2021
in জীৱনশৈলী, বিশ্ব
0
new-off-day-declared-for-muslims-in-saudi-arabia

new-off-day-declared-for-muslims-in-saudi-arabia

0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্বৰ ধনী ৰাষ্ট্ৰ বুলি কলেই আমাৰ মনলৈ আহে ভাৰতৰ চুবুৰিয়া ৰাষ্ট্ৰ চৌদি আৰবৰ কথা। চৌদি আৰৱ যেনেদৰে এখন ধনী ৰাষ্ট্ৰ ঠিক তেনেদৰে এখন বিনোদনৰ বাবেও বিশ্বই আঙুলীমূৰত হিচাপ ৰখা এখন বিশেষ ৰাষ্ট্ৰ। কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত যিদৰে চৌদি আৰৱৰ লোকসকল অতি নিষ্ঠাবান ঠিক সেইদৰে কৰ্মবান নাগৰিকৰ বাবে জিৰণিৰ ক্ষেত্ৰতো অতি সচেতন চৌদি আৰৱ চৰকাৰ।

সেয়েহে এইবাৰ আৰব চৰকাৰে পূৰ্বতে থকা  শুকুৰবাৰ , শনিবাৰৰ সাপ্তাহিক বন্ধ আঁতৰাই ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা নতুনকৈ শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ওপৰিও ইছলাম ধৰ্মালম্বী লোকৰ বাবে শুকুৰবাৰ দিনটো বন্ধৰ সিদ্ধান্তৰ লগতে অন্য ধৰ্মালম্বী লোকৰ বাবে অৰ্ধ ছুটীৰ (Half Day) সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আৰৱ চৰকাৰৰ মতে শুকুৰবাৰৰ দিনটোত যাতে সকলো মুছলমান লোকে নামাজ পঢ়িবলৈ মছজিদলৈ যাব পাৰে তাৰ বাবে বন্ধৰ সিদ্ধান্ত লোৱা হৈছে মুছলমান ধৰ্মালম্বী লোকৰ বাবে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24life stylelifestyle of saudi arabiasaudi arabia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ
বিনোদন

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

July 16, 2026
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

July 16, 2026
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা
বিশ্ব

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

July 16, 2026
Next Post
husband-wife-quarrel-woman-committed-suicide-in-hydarabad

স্বামীয়ে ব্লাউচ ভুলকৈ চিলাই কৰাৰ বাবেই পত্নীৰ আত্মহত্যা

‘অমিক্ৰণ ডেল্টাতকৈ অধিক সংক্ৰমণযোগ্য কিন্তু মাৰাত্মক নহয়’- WHO

‘অমিক্ৰণ ডেল্টাতকৈ অধিক সংক্ৰমণযোগ্য কিন্তু মাৰাত্মক নহয়’- WHO

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.