• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাশ্মীৰৰ স্বাধীনতাক সমৰ্থন! ভাৰতত সংকটত হুণ্ডাই, বয়কটৰ আহ্বান ভাৰতীয়ৰ

কাশ্মীৰৰ স্বাধীনতাক সমৰ্থন! ভাৰতত সংকটত হুণ্ডাই, বয়কটৰ আহ্বান ভাৰতীয়ৰ

4 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

7 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

8 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

9 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

11 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

11 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

12 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

13 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

14 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

14 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

14 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কাশ্মীৰৰ স্বাধীনতাক সমৰ্থন! ভাৰতত সংকটত হুণ্ডাই, বয়কটৰ আহ্বান ভাৰতীয়ৰ

editor by editor
February 7, 2022
in Uncategorized
0
কাশ্মীৰৰ স্বাধীনতাক সমৰ্থন! ভাৰতত সংকটত হুণ্ডাই, বয়কটৰ আহ্বান ভাৰতীয়ৰ
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্লোবেল মটৰ বাহন নিৰ্মাণ কোম্পানী হুণ্ডাই ভাৰতত সংকটত পৰিছে! হুণ্ডাই বয়কট ধ্বনিয়ে সমগ্ৰ সামাজিক মাধ্যমত তোলপাৰ লাগিছে৷ কিন্তু কিয় হঠাতে ভাৰতত হুণ্ডাইৰ বিৰুদ্ধে এই বিষোদগাৰ প্ৰকাশ কৰিছে ভাৰতীয়সকলে?

 

হুণ্ডাইৰ পাকিস্তানৰ গোটে ইনষ্টাগ্ৰামত এটা পোষ্ট দিয়াৰ পিছতেই মটৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে ভাৰতত তীব্ৰ বিৰোধৰ সন্মুখীন হৈছে৷

 

হুণ্ডাইৰ পাকিস্তানৰ গোটে তেওঁলোকৰ ইনষ্টাগ্ৰামৰ অফিচিয়েল পেজত কাশ্মীৰৰ স্বাধীনতাক সমৰ্থন কৰি এইদৰে ভাৰতত তুমুল তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে৷

 

যোৱা ৫ ফেব্ৰুৱাৰীত কাশ্মীৰ সংহতি দিৱস উপলক্ষ্যে হুণ্ডাইৰ পাকিস্তান গোটে ইনষ্টাগ্ৰামত লিখিছিল ‘‘আহক আমি আমাৰ কাশ্মীৰী ভাতৃসকলৰ ত্যাগৰ কথা মনত ৰাখোঁ আৰু স্বাধীনতাৰ বাবে সংগ্ৰাম অব্যাহত ৰখাসকলৰ কাষত থিয় দিওঁ।’’

 

ইয়াৰ পিছতে ভাৰতত হুণ্ডাই বয়কট পোষ্টেৰে ধাৰাষাৰ বৰষুণৰ সৃষ্টি হৈছে৷ টুইটাৰত হুণ্ডাইৰ বাহন ক্ৰয় নকৰিবলৈ ভাৰতীয়সকলক আহ্বান জনাই টুইটৰ বৰষুণ পৰিছে৷ হুণ্ডাই বয়কট হেজটেগে টুইটাৰৰ ট্ৰেণ্ডত থকা পৰিলক্ষিত হৈছে৷

 

ভাৰতীয়সকলৰ এই হুংকাৰত কম্পমান হৈ হুণ্ডাই-এ স্পষ্টীকৰণ দিবলৈ বাধ্য হৈ পৰিছে৷ হুণ্ডাইৰ ভাৰতৰ গোটে স্পষ্টীকৰণ দি কয় ‘‘হুণ্ডাই মটৰ ইণ্ডিয়া-এ ২৫ বছৰৰো অধিক সময় ধৰি ভাৰতীয় বজাৰৰ প্ৰতি প্ৰতিশ্ৰুতিৱদ্ধ হৈ আছো আৰু আমি ভাৰতীয় জাতীয়তাবাদক সন্মান জনোৱাৰ লগতে শক্তিশালীভাৱে সমৰ্থন দি আহিছো৷’’

 

প্ৰতিষ্ঠানটোৱে লগতে কয়, ‘‘হুণ্ডাই মটৰ ইণ্ডিয়াক এটা অবাঞ্ছিত ছ’চিয়েল মিডিয়া পোষ্টৰ সৈতে সংযোগ কৰি এই মহান দেশখনৰ প্ৰতি আমাৰ অতুলনীয় প্ৰতিশ্ৰুতি আৰু সেৱাক বাধাপ্ৰাপ্ত কৰিছে।’’

 

হুণ্ডাইৰ পাকিস্তান গোটৰ ইনষ্টাগ্ৰাম পোষ্টৰ বাবে ক্ষমা খুজি হুণ্ডাই ভাৰতীয় গোটে লগতে কয় ‘‘ভাৰতক দিয়া আমাৰ প্ৰতিশ্ৰুতি অনুসৰি আমি এই দেশৰ নাগৰিকসকলৰ উন্নতিৰ হকে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম৷’’

 

উল্লেখ্য যে মাৰুতি চুজুকীৰ পিছতে হুণ্ডাই হৈছে ভাৰত দ্বিতীয় বৃহত্তম বাহন নিৰ্মাতা প্ৰতিষ্ঠান৷ প্ৰতিষ্ঠানটোৱে ভাৰতত গ্ৰাহকৰ বাবে ১২ টা মডেলৰ বাহন নিৰ্মাণ কৰি বিক্ৰী কৰি আহিছে৷

 

যোৱা ডিচেম্বৰত ঘোষণা কৰা অনুসৰি প্ৰতিষ্ঠানটোৱে ২০২৮ চনৰ ভিতৰত ৪,০০০ কোটি টকা বিনিয়োগ কৰি ছটা মডেলৰ ইলেক্ট্ৰিক বাহন নিৰ্মাণ কৰিব৷ ১৯৬৭ চনত প্ৰতিষ্ঠা লাভ কৰা প্ৰতিষ্ঠানটোৰ বিশ্বৰ ২০০ খন দেশত প্ৰায় ১ লাখ ২০ হাজাৰ কৰ্মচাৰী আছে৷

 

প্ৰতিষ্ঠানটোৰ পাকিস্তান গোটৰ এই কাণ্ডই ভাৰতৰ দৰে লাভজনক বিশাল বজাৰখনত হুণ্ডাইক যথেষ্ট ক্ষতি কৰাৰ সম্ভাৱনা আছে৷ পাকিস্তান গোটে সৃষ্টি কৰা এই অনাহূত পৰিস্থিতিক প্ৰতিষ্ঠানটোৱে কেনেকৈ মোকাবিলা কৰে কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

November 18, 2025
Next Post
ভাৰতত মেটাভাৰ্ছ যোগে প্ৰথমখন বিবাহ সম্পন্ন; আশীৰ্বাদ দিলে মৃত পিতৃয়ে!

ভাৰতত মেটাভাৰ্ছ যোগে প্ৰথমখন বিবাহ সম্পন্ন; আশীৰ্বাদ দিলে মৃত পিতৃয়ে!

‘মহাভাৰত’ৰ জনপ্ৰিয় ‘ভীম’ৰ দেহাৱসান, প্ৰবীণ কুমাৰ চ’বতীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী

‘মহাভাৰত’ৰ জনপ্ৰিয় ‘ভীম’ৰ দেহাৱসান, প্ৰবীণ কুমাৰ চ’বতীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.