• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মহাভাৰত’ৰ জনপ্ৰিয় ‘ভীম’ৰ দেহাৱসান, প্ৰবীণ কুমাৰ চ’বতীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী

‘মহাভাৰত’ৰ জনপ্ৰিয় ‘ভীম’ৰ দেহাৱসান, প্ৰবীণ কুমাৰ চ’বতীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী

4 years ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

21 minutes ago
NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

NHM অসমত ২২০৪ টা ষ্টাফ নাৰ্ছৰ পদ খালী : শীঘ্ৰে কৰক আবেদন

37 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

মহে আপোনাক বেছিকৈ কামোৰে নেকি? এই পদ্ধতিৰে হ’ব সুৰক্ষিত!

57 minutes ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

2 hours ago
অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

অনবৰতে হামিয়াই থাকে নেকি? ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

3 hours ago
নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

নিমখ আৰু লঙে দূৰ কৰিব আপোনাৰ আৰ্থিক অভাৱ, বৃদ্ধি পাব ধনাত্মক শক্তি!

4 hours ago
AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

AI-এ কৰিব আপোনাৰ শিশুৰ চোৱা-চিতা, আহি আছে নতুন প্ৰযুক্তি!

5 hours ago
শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

শাওণৰ সোমবাৰে ৰাশি অনুযায়ী কৰক শিৱৰ অভিষেক, আহিব ধন-সম্পত্তি আৰু সফলতা!

6 hours ago
পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

পুৰুষ-মহিলাৰ সোঁ চকু লৰিলে কিহৰ ইংগিত দিয়ে? তথ্য জানি হ’ব আচৰিত!

7 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি ভাগ্যৰ তলা খুলিব ৩ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

7 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

18 hours ago
আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

আলু আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে জানি লওক এই কথা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘মহাভাৰত’ৰ জনপ্ৰিয় ‘ভীম’ৰ দেহাৱসান, প্ৰবীণ কুমাৰ চ’বতীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী

editor by editor
February 8, 2022
in অসম, ক্ৰীড়া, গুৱাহাটী, বিনোদন, ভাৰত
0
‘মহাভাৰত’ৰ জনপ্ৰিয় ‘ভীম’ৰ দেহাৱসান, প্ৰবীণ কুমাৰ চ’বতীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী
0
SHARES
402
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনপ্ৰিয় অভিনেতা প্ৰবীণ কুমাৰ চ’বতীৰ দেহাৱসান৷ বি আৰ চোপ্ৰাৰ ‘মহাভাৰত’ত বিখ্যাত ‘ভীম’ৰ চৰিত্ৰ অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল প্ৰবীণ কুমাৰ চ’বতীয়ে৷ ৭৪ বছৰ বয়সত মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে অবিনেতাগৰাকীয়ে৷

অভিনয় জগতৰ উপৰি ক্ৰীড়া জগততো বিশেষ পাৰদৰ্শী আছিল প্ৰবীণ কুমাৰ চ’বতী৷  প্ৰবীণ কুমাৰ চ’বতী পূৰ্বে আছিল এগৰাকী এথলীট৷

অলিম্পিকত দেশত দুবাৰকৈ প্ৰতিনিধিত্ব কৰিছিল পঞ্জাৱৰ খেলুৱৈগৰাকীয়ে৷ এছিয়ান গেমছত দুটা সোণৰ পদক, এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদকে দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল তেওঁ৷ সেইগৰাকী প্ৰবীণ অভিনেতা তথা খেলুৱৈৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অনুৰাগীৰ মাজত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24mahabharatpraveen kumar sobti
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?
বিনোদন

হাৰ্দিক পাণ্ডিয়াৰ নতুন ৰূপ, মূৰত নাই এডালো চুলি, কাৰণ কি?

August 2, 2026
অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?
বিনোদন

অন্তর্বাসে কৰিলে কোটিপতি! কনটেন্ট ক্রিয়েটৰৰ পৰা কিদৰে হ’ল ২০০ কোটি টকাৰ গৰাকী?

August 2, 2026
একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!
বিনোদন

একাধিক নাৰীৰ সংগ পছন্দ শ্বাহৰুখৰ পুত্ৰৰ! প্ৰেমিকাৰ পৰিচয় জানি হতভম্ব হ’ব আপুনি!

August 2, 2026
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?
বিনোদন

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

August 1, 2026
Next Post
প্ৰথমে ছ’চিয়েল মিডিয়াত বন্ধুত্ব, তাৰ পাছত অপহৰণ… অশ্লীল ভিডিঅ’ বনাই ব্লেকমেইলিং ছাত্ৰক

প্ৰথমে ছ’চিয়েল মিডিয়াত বন্ধুত্ব, তাৰ পাছত অপহৰণ… অশ্লীল ভিডিঅ’ বনাই ব্লেকমেইলিং ছাত্ৰক

প্ৰতীক্ষাৰ অৱসান! বলিউদত আত্মপ্ৰকাশ কৰিব শ্বাহৰুখ তনয়া চুহানা খানে

প্ৰতীক্ষাৰ অৱসান! বলিউদত আত্মপ্ৰকাশ কৰিব শ্বাহৰুখ তনয়া চুহানা খানে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.