• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতীক্ষাৰ অৱসান! বলিউদত আত্মপ্ৰকাশ কৰিব শ্বাহৰুখ তনয়া চুহানা খানে

প্ৰতীক্ষাৰ অৱসান! বলিউদত আত্মপ্ৰকাশ কৰিব শ্বাহৰুখ তনয়া চুহানা খানে

5 years ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

27 minutes ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

1 hour ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

2 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

2 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

3 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

4 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

20 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

21 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

21 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

22 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

22 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

প্ৰতীক্ষাৰ অৱসান! বলিউদত আত্মপ্ৰকাশ কৰিব শ্বাহৰুখ তনয়া চুহানা খানে

editor by editor
February 8, 2022
in চিনেমা, ফেশ্বন, বিনোদন
0
প্ৰতীক্ষাৰ অৱসান! বলিউদত আত্মপ্ৰকাশ কৰিব শ্বাহৰুখ তনয়া চুহানা খানে
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতি শীঘ্ৰেই বলিউদত আত্মপ্ৰকাশ ঘটিব বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ তনয়া চুহানা খানৰ৷

পৰিচালক জয়া আখতাৰৰ ছবিৰে বলিউদত আত্মপ্ৰকাশ কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে চুহানা খানে৷

জাভেদ আখতাৰৰ কন্যা জয়া আখতাৰে ‘আৰ্চী কমিকছ’ নামৰ ছবিখনত শ্বাহৰুখ খানৰ কন্যা চুহানা খানক অভিনয়ৰ বাবে চুক্তিৱদ্ধ কৰা বুলি প্ৰকাশ পাইছে৷

কেৱল চুহানা খানেই নহয়, জয়া আখতাৰৰ ছবিখনৰ যোগেদি আৰু কে’বাগৰাকী নতুন মুখৰো আত্মপ্ৰকাশ ঘটিব বলিউদত৷

নেটফ্লিক্সৰ এই মিউজিকেল ছবিখনত চুহানাৰ লগতে জাহ্ণৱী কাপুৰৰ কণিষ্ঠ ভগ্নী খুশী কাপুৰ আৰু মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাতিনী অগস্ত্য নন্দাও আত্মপ্ৰকাশ কৰিব বুলি প্ৰকাশ পাইছে৷

উল্লেখ্য যে শ্বাহৰুখ খানৰ তনয়া চুহানা খান সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়৷ ইনষ্টাগ্ৰামতো অতি সক্ৰিয় চুহানা খান৷ ২০১৮ চনতে এখন মেগাজিনৰ কাভাৰ গাৰ্লৰূপে চুহানা খানৰ ফেশ্বন জগতত আত্মপ্ৰকাশ ঘটিছিল৷

তেতিয়াৰে পৰা চুহানা খানৰ বলিউদৰ আত্মপ্ৰকাশ কৰাকলৈ বিশেষভাৱে চৰ্চা লাভ কৰি আহিছে৷ জয়া আখতাৰৰ এই ছবিখনে চুহানা খানৰ বলিউদত আত্মপ্ৰকাশৰ প্ৰতীক্ষাক অৱসান ঘটাব৷

উল্লেখ্য যে নেটফ্লিক্সৰ ‘আৰ্চী কমিকছ’ নামৰ জয়া আখতাৰৰ এই ছবিখন অহা নৱেম্বৰৰ পৰা নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBollywoodshahrukh khanSuhana KhanZoie Akter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে
বিনোদন

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

August 13, 2026
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?
জীৱনশৈলী

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

August 13, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
Next Post
নামৰূপবাসীৰ বাবে সুখবৰ; পাইপ গেছৰ সংযোগ লাভ কৰিব ১৮ হাজাৰ লোকে

নামৰূপবাসীৰ বাবে সুখবৰ; পাইপ গেছৰ সংযোগ লাভ কৰিব ১৮ হাজাৰ লোকে

PM Cares Fundত কিমান ধন জমা হ’ল? আৰু ক’ত ক’ত খৰচ কৰা হ’ল? প্ৰকাশ পালে তথ্য

PM Cares Fundত কিমান ধন জমা হ’ল? আৰু ক’ত ক’ত খৰচ কৰা হ’ল? প্ৰকাশ পালে তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.