• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাশ্মীৰৰ স্বাধীনতাক সমৰ্থন! ভাৰতত সংকটত হুণ্ডাই, বয়কটৰ আহ্বান ভাৰতীয়ৰ

কাশ্মীৰৰ স্বাধীনতাক সমৰ্থন! ভাৰতত সংকটত হুণ্ডাই, বয়কটৰ আহ্বান ভাৰতীয়ৰ

5 years ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

25 minutes ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

1 hour ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

2 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

3 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

3 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

4 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

4 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

5 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

5 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

6 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

7 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কাশ্মীৰৰ স্বাধীনতাক সমৰ্থন! ভাৰতত সংকটত হুণ্ডাই, বয়কটৰ আহ্বান ভাৰতীয়ৰ

editor by editor
February 7, 2022
in Uncategorized
0
কাশ্মীৰৰ স্বাধীনতাক সমৰ্থন! ভাৰতত সংকটত হুণ্ডাই, বয়কটৰ আহ্বান ভাৰতীয়ৰ
0
SHARES
221
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্লোবেল মটৰ বাহন নিৰ্মাণ কোম্পানী হুণ্ডাই ভাৰতত সংকটত পৰিছে! হুণ্ডাই বয়কট ধ্বনিয়ে সমগ্ৰ সামাজিক মাধ্যমত তোলপাৰ লাগিছে৷ কিন্তু কিয় হঠাতে ভাৰতত হুণ্ডাইৰ বিৰুদ্ধে এই বিষোদগাৰ প্ৰকাশ কৰিছে ভাৰতীয়সকলে?

হুণ্ডাইৰ পাকিস্তানৰ গোটে ইনষ্টাগ্ৰামত এটা পোষ্ট দিয়াৰ পিছতেই মটৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে ভাৰতত তীব্ৰ বিৰোধৰ সন্মুখীন হৈছে৷

হুণ্ডাইৰ পাকিস্তানৰ গোটে তেওঁলোকৰ ইনষ্টাগ্ৰামৰ অফিচিয়েল পেজত কাশ্মীৰৰ স্বাধীনতাক সমৰ্থন কৰি এইদৰে ভাৰতত তুমুল তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে৷

যোৱা ৫ ফেব্ৰুৱাৰীত কাশ্মীৰ সংহতি দিৱস উপলক্ষ্যে হুণ্ডাইৰ পাকিস্তান গোটে ইনষ্টাগ্ৰামত লিখিছিল ‘‘আহক আমি আমাৰ কাশ্মীৰী ভাতৃসকলৰ ত্যাগৰ কথা মনত ৰাখোঁ আৰু স্বাধীনতাৰ বাবে সংগ্ৰাম অব্যাহত ৰখাসকলৰ কাষত থিয় দিওঁ।’’

ইয়াৰ পিছতে ভাৰতত হুণ্ডাই বয়কট পোষ্টেৰে ধাৰাষাৰ বৰষুণৰ সৃষ্টি হৈছে৷ টুইটাৰত হুণ্ডাইৰ বাহন ক্ৰয় নকৰিবলৈ ভাৰতীয়সকলক আহ্বান জনাই টুইটৰ বৰষুণ পৰিছে৷ হুণ্ডাই বয়কট হেজটেগে টুইটাৰৰ ট্ৰেণ্ডত থকা পৰিলক্ষিত হৈছে৷

ভাৰতীয়সকলৰ এই হুংকাৰত কম্পমান হৈ হুণ্ডাই-এ স্পষ্টীকৰণ দিবলৈ বাধ্য হৈ পৰিছে৷ হুণ্ডাইৰ ভাৰতৰ গোটে স্পষ্টীকৰণ দি কয় ‘‘হুণ্ডাই মটৰ ইণ্ডিয়া-এ ২৫ বছৰৰো অধিক সময় ধৰি ভাৰতীয় বজাৰৰ প্ৰতি প্ৰতিশ্ৰুতিৱদ্ধ হৈ আছো আৰু আমি ভাৰতীয় জাতীয়তাবাদক সন্মান জনোৱাৰ লগতে শক্তিশালীভাৱে সমৰ্থন দি আহিছো৷’’

প্ৰতিষ্ঠানটোৱে লগতে কয়, ‘‘হুণ্ডাই মটৰ ইণ্ডিয়াক এটা অবাঞ্ছিত ছ’চিয়েল মিডিয়া পোষ্টৰ সৈতে সংযোগ কৰি এই মহান দেশখনৰ প্ৰতি আমাৰ অতুলনীয় প্ৰতিশ্ৰুতি আৰু সেৱাক বাধাপ্ৰাপ্ত কৰিছে।’’

হুণ্ডাইৰ পাকিস্তান গোটৰ ইনষ্টাগ্ৰাম পোষ্টৰ বাবে ক্ষমা খুজি হুণ্ডাই ভাৰতীয় গোটে লগতে কয় ‘‘ভাৰতক দিয়া আমাৰ প্ৰতিশ্ৰুতি অনুসৰি আমি এই দেশৰ নাগৰিকসকলৰ উন্নতিৰ হকে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম৷’’

উল্লেখ্য যে মাৰুতি চুজুকীৰ পিছতে হুণ্ডাই হৈছে ভাৰত দ্বিতীয় বৃহত্তম বাহন নিৰ্মাতা প্ৰতিষ্ঠান৷ প্ৰতিষ্ঠানটোৱে ভাৰতত গ্ৰাহকৰ বাবে ১২ টা মডেলৰ বাহন নিৰ্মাণ কৰি বিক্ৰী কৰি আহিছে৷

যোৱা ডিচেম্বৰত ঘোষণা কৰা অনুসৰি প্ৰতিষ্ঠানটোৱে ২০২৮ চনৰ ভিতৰত ৪,০০০ কোটি টকা বিনিয়োগ কৰি ছটা মডেলৰ ইলেক্ট্ৰিক বাহন নিৰ্মাণ কৰিব৷ ১৯৬৭ চনত প্ৰতিষ্ঠা লাভ কৰা প্ৰতিষ্ঠানটোৰ বিশ্বৰ ২০০ খন দেশত প্ৰায় ১ লাখ ২০ হাজাৰ কৰ্মচাৰী আছে৷

প্ৰতিষ্ঠানটোৰ পাকিস্তান গোটৰ এই কাণ্ডই ভাৰতৰ দৰে লাভজনক বিশাল বজাৰখনত হুণ্ডাইক যথেষ্ট ক্ষতি কৰাৰ সম্ভাৱনা আছে৷ পাকিস্তান গোটে সৃষ্টি কৰা এই অনাহূত পৰিস্থিতিক প্ৰতিষ্ঠানটোৱে কেনেকৈ মোকাবিলা কৰে কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
ভাৰতত মেটাভাৰ্ছ যোগে প্ৰথমখন বিবাহ সম্পন্ন; আশীৰ্বাদ দিলে মৃত পিতৃয়ে!

ভাৰতত মেটাভাৰ্ছ যোগে প্ৰথমখন বিবাহ সম্পন্ন; আশীৰ্বাদ দিলে মৃত পিতৃয়ে!

‘মহাভাৰত’ৰ জনপ্ৰিয় ‘ভীম’ৰ দেহাৱসান, প্ৰবীণ কুমাৰ চ’বতীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী

‘মহাভাৰত’ৰ জনপ্ৰিয় ‘ভীম’ৰ দেহাৱসান, প্ৰবীণ কুমাৰ চ’বতীৰ মৃত্যুত শোকস্তব্ধ অনুৰাগী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.