• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

1 month ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

19 minutes ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

34 minutes ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

2 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

3 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

4 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

16 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

16 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

17 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

18 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

19 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

19 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

কেপ ভাৰ্ডেক ভূয়সী প্ৰশংসা মেছিৰ

editor by editor
July 6, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?
0
SHARES
178
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বকাপ ফুটবলৰ মঞ্চত পুনৰ এবাৰ উজ্জ্বলি উঠিছে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা। Round of 32ৰ শ্বাসৰুদ্ধকৰ মেচখনত কেপ ভাৰ্ডেক অতিৰিক্ত সময়ত ৩–২ গ’লত পৰাস্ত কৰি চলিত ফিফা বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত স্থান নিশ্চিত কৰিলে মেছিয়ে। মেচখনত অনবদ্য প্ৰদৰ্শনৰ পিছতো মেছিয়ে বিশ্বৰ অজস্ৰ অনুৰাগীৰ মাজত এইবাৰ অন্য এটা কাৰণতহে শিৰোনাম দখল কৰিছে। ছ’চিয়েল মিডিয়াত মেছিৰ অনুৰাগীসকলৰ মাজত গুজব উঠা খবৰটোত মেছিৰ সৈতে সাঙুৰ খাইছে আৰ্জেণ্টিনাৰ সুন্দৰী সাংবাদিক ছোফী মাৰ্টিনেজৰ নাম। বিশ্বকাপ আৰম্ভ হোৱাৰো বহুদিন আগৰে পৰাই আৰ্জেণ্টিনাৰ ছোফী মাৰ্টিনেজ নামৰ সাংবাদিকগৰাকীৰ সৈতে মেছিৰ সম্পৰ্কৰ গুজৱ ওলাই আছিল। অৱশ্যে তাৰকা খেলুৱৈসকলৰ এনে ধৰণৰ বাতৰিৰ কোনো সত্যতা নিৰূপণ কৰিব নোৱাৰি, কিন্তু ইয়াৰ মাজতে কেপ ভাৰ্ডেৰ বিৰুদ্ধে মেছখনৰ শেষত কেমেৰাত বন্দী হ’ল মেছি আৰু সুন্দৰী সাংবাদিক ছোফি মাৰ্টিনেজৰ এক বিশেষ দৃশ্য।

কি আছিল বিশ্বজুৰি চৰ্চিত হোৱা সেই দৃশ্যত?

মেচখন শেষ হোৱাৰ পিছত মেছিৰ এক সাক্ষাৎকাৰৰ বাবে মেছিৰ ওচৰলৈ অহা মাৰ্টিনেজক দেখি মেছিয়ে নিজৰ স্বভাৱসুলভ সৰলতা আৰু ৰসিক ভংগীত কয়-‘মই যদি তোমাৰ ফালে চাও তেতিয়া মানুহে ক’ব মাৰ্টিনেজক কিয় চাইছিলা। মই যদি তোমাক সম্ভাষণ জনাও, তেতিয়াও মানুহে ক’ব- কিয় মাৰ্টিনেজক সম্ভাষণ জনালা?’ মেছিৰ এই ৰসিকতা ভৰা কথাখিনি শুনিও কৃতজ্ঞতাৰে গদগদ হৈ পৰে ছোফী মাৰ্টিনেজ। মেছিৰ এই ৰসিকতাৰ উত্তৰত মাৰ্টিনেজে কয়-‘আপুনি যি কথা কলে তাক মই আন্তিৰকতাৰে সন্মান কৰো, আপোনাৰ অসুবিধাখিনি বুজিছোঁ। আপোনাৰ মৰমৰ বাবে অশেষ ধন্যবাদ’। কেমৰাত বন্দী হোৱা এই মহূৰ্তটো সামজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে পুনৰাই মেছিক লৈ আৰম্ভ হয় পুৰণি গুজৱ।

কেপ ভাৰ্ডেক ভূয়সী প্ৰশংসা মেছিৰ

মাৰ্টিনেজক উদ্দেশ্যি ৰসিকতা কৰাৰ পিছতে মেছিয়ে কেপ ভাৰ্ডেৰ বিৰুদ্ধে হোৱা খেলখনৰ বিষয়ে মতামত আগবঢ়ায়। খেলপথাৰত কেপ ভাৰ্ডেৰ যুঁজাৰু মানসিকতাকো ভূয়সী প্ৰশংসা কৰি কয় – ‘আমি আগতেই জানিছিলোঁ যে তেওঁলোকৰ বিৰুদ্ধে অতি কঠিন মেচ এখন হ’ব। স্পেইন বা উৰুগুৱেৰ দৰে শক্তিশালী দলৰ বিপক্ষেও যি দল পৰাস্ত হোৱা নাছিল, সেয়া কোনো কাকতলীয়া কথা নহয়। প্ৰথম গ’লটো দিয়াৰ পিছত ভাবিছিলোঁ খেলখন আমাৰ নিয়ন্ত্ৰণলৈ আহিব, কিন্তু তাৰ বিপৰীতহে হ’ল।’ তেওঁ আৰু কয়—’মেচখনত বহুবাৰ আমি বলৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাইছিলো। কেপ ভাৰ্ডেৰ ওপৰত প্ৰয়োজনীয় চাপ সৃষ্টি কৰাতো আমি ব্যৰ্থ হৈছিলো। কেপ ভাৰ্ডেই নিজৰ শক্তি ব্যৱহাৰ কৰি আক্ৰমণ চলাই গ’ল। নকআউট ফুটবলত কোনো ভাল দলে সুযোগ সহজে নিদিয়ে।’

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Lionel Messi'
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু
বিনোদন

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

August 17, 2026
Next Post
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.