• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

1 month ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

1 hour ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

1 hour ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

3 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

3 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

4 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

16 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

17 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

17 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

18 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

19 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

20 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

ভাৰতত হ'ব আৰু কিছু বিলম্ব

editor by editor
July 6, 2026
in প্ৰযুক্তি, বাণিজ্য, বিশ্ব
0
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink
0
SHARES
123
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এলন মাস্কৰ Starlink-এ এতিয়া বাংলাদেশৰ জৰিয়তে নেপাল আৰু ভূটানলৈ ছেটেলাইট ইণ্টাৰনেট সেৱা আগবঢ়াব পাৰিব। ইতিমধ্যে বাংলাদেশ চৰকাৰে Starlinkক ইয়াৰ অনুমতি দিছে। অৱশ্যে Starlinkৰ এই ইণ্টাৰনেট সেৱা বাংলাদেশৰ সাধাৰণ নাগৰিকৰ বাবে উপলব্ধ নহ’ব, Starlink-এ কেৱল চুবুৰীয়া দেশসমূহলৈ সেৱা আগবঢ়োৱাৰ বাবেহে বাংলাদেশক ব্যৱহাৰ কৰিব।

কি আছে Starlink-ৰে হোৱা এই চুক্তিত?

বাংলাদেশ টেলিকম নিয়ন্ত্ৰক সংস্থা BTRC-এ Starlinkক International Private Leased Circuit (IPLC)-ৰ জৰিয়তে চুবুৰীয়া দেশলৈ ইণ্টাৰনেট ডাটা প্ৰেৰণ কৰাৰ অনুমতি দিছে। এই ব্যৱস্থাত বাংলাদেশৰ চৰকাৰী সংস্থা Bangladesh Submarine Cable Company Limited (BSCCL)-এ তিনি বছৰৰ বাবে Starlinkক মূল বেণ্ডউইড্থ যোগান ধৰিব। যদি কোনো কাৰণত BSCCL-ৰ সেৱাত বিঘিনি ঘটে, তেন্তে Starlink-এ বাংলাদেশৰ ব্যক্তিগত ইণ্টাৰনেট কোম্পানীসমূহৰ পৰাও বেণ্ডউইড্থ ল’ব পাৰিব। বাংলাদেশৰ বাবে এই সিদ্ধান্তৰ মূল উদ্দেশ্য হৈছে বাংলাদেশৰ টেলিকম খণ্ডক বিদেশী মুদ্ৰা উপাৰ্জনৰ সুযোগ দিয়া।

এই ব্যৱস্থাৰ বিশেষত্ব কি?

বাংলাদেশৰ জৰিয়তে নেপাল আৰু ভূটানলৈ Starlink-এ ইণ্টাৰনেট Unfiltered Bandwidth পঠিয়াব অৰ্থাৎ এই ডাটাৰ ওপৰত কোনো ধৰণৰ চৰকাৰী ফায়াৰৱাল, ব্লকিং বা নিয়ন্ত্ৰণ নাথাকিব। কিন্তু এই সুবিধা বাংলাদেশৰ ভিতৰত থকা গ্ৰাহক বা বিদেশী পৰ্যটকে ব্যৱহাৰ কৰিব নোৱাৰিব। এই সংযোগ কেৱল আন দেশলৈ ইণ্টাৰনেট সেৱা প্ৰেৰণৰ বাবেহে ব্যৱহাৰ কৰা হ’ব।

ভাৰতত Starlink আৰম্ভ হোৱাত বিলম্বৰ কাৰণ কি?

ভাৰতত Starlinkক ইতিমধ্যে In-Principle Licence দিয়া হৈছে আৰু কোম্পানীটোৱে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিছে। কিন্তু বাণিজ্যিকভাৱে সেৱা আৰম্ভ হ’বলৈ এতিয়াও কিছু সময় লাগিব। ইয়াৰ মূল কাৰণসমূহ হ’ল—সুৰক্ষা সংস্থাৰ অনুমোদন এতিয়াও সম্পূৰ্ণ হোৱা নাই। ছেটেলাইট স্পেকট্ৰাম আবণ্টনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ইযাৰ উপৰিও বিদেশী ছেটেলাইট টাৰ্মিনেলৰ সুৰক্ষা, ডাটা ট্ৰেফিকৰ নিৰীক্ষণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়ত চৰকাৰে সম্পূৰ্ণ নিশ্চিত হ’ব বিচাৰে।

বাংলাদেশত Starlinkৰ কাম আৰম্ভ

Starlink-এ ২০২৫ চনৰ ২৯ এপ্ৰিলত বাংলাদেশত Non-Geostationary Satellite Orbit Services-ৰ পঞ্জীয়ন লাভ কৰিছিল। তাৰ পিছতে আগষ্টৰ পৰা দেশখনত এলন মাস্কৰ Starlink-এ সেৱা আৰম্ভ কৰে। চুবুৰীয়া দেশলৈ ইণ্টাৰনেট যোগান ধৰাৰ অনুমতি দিয়াৰ সময়ত বাংলাদেশে কঠোৰ সুৰক্ষা নিয়মো আৰোপ কৰিছে। Starlinkক এনে ব্যৱস্থা গঢ়ি তুলিবলৈ কোৱা হৈছে যাতে বাংলাদেশৰ ঘৰুৱা ডাটা আৰু বিদেশলৈ যোৱা ডাটা সম্পূৰ্ণ পৃথক থাকে। ইয়াৰ লগতে কোম্পানীটোৱে বাংলাদেশৰ চৰকাৰী সংস্থাসমূহক API (Application Programming Interface)-ও প্ৰদান কৰিছে, যাতে প্ৰয়োজন অনুসৰি ঘৰুৱা গ্ৰাহকৰ তথ্যৰ ওপৰত নিৰীক্ষণ চলাব পৰা যায়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24elon musk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু
বিনোদন

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
Next Post
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ'চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.