• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBIত ১৮০ দিনৰ  FDত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?

SBIত ১৮০ দিনৰ FDত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?

1 year ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

14 minutes ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

1 hour ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

3 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

4 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

15 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBIত ১৮০ দিনৰ FDত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?

SBIত ১৮০ দিনৰ FDত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?

editor by editor
December 27, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
SBIত ১৮০ দিনৰ  FDত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?
0
SHARES
862
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সময়ত আৰ্থিক সঞ্চয়ৰ পথত সকলোতকৈ ডাঙৰ প্ৰতিবন্ধকতা হৈছে মুদ্ৰাস্ফীতি৷ দৈনিক দাম বাঢ়িছে সামগ্ৰীৰ৷ ফলত সঞ্চয়ক বাবে বিনিয়োগ অতি প্ৰয়োজনীয় হৈ পৰিছে৷ বজাৰত বিনিয়োগৰ নানান বিকল্প থাকিলেও সকলোবোৰ নিৰাপদ নহয়৷ বহুক্ষেত্ৰত কষ্টোপাৰ্জিত অৰ্থ লোকছানৰ ভয় থাকে৷ এফালৰ পৰা চালে নিৰাপদ বিনিয়োগ মানে ফিক্সড ডিপজিট সেৱা৷ এয়াই সকলোৰা আগত আমাৰ মনলৈকো আহে৷ এফ ডি বজাৰৰ সৈতে যুক্ত নহয়৷ ফলত বজাৰৰ ওঠানমাত কোনো প্ৰভাৱ নপৰে৷ বিনিয়োগো সম্পূৰ্ণ নিৰাপদ৷ ইয়াৰ সৈতে আছে নিশ্চিত ৰিটাৰ্ণ৷

দেশৰ বৃহত্তম চৰকাৰী বেংক এছ বি আইত ৭ দিনৰ পৰা ১০ বছৰ ম্যাদত ফিক্সড ডিপজিট কৰা যায়৷ দিয়া হয় ভাল সুদো৷ কিছু এফ ডি বিনিয়োগত আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত কৰৰ সুবিধাও পোৱা যাব৷ এতিয়া যদি কোনোৱে ষ্টেট বেংক অফ ইণ্ডিয়াৰ  ফিক্সড ডিপজিট স্কিমত ১৮০ দিনৰ বাবে ৩লাখ টকা বিনিয়োগ কৰে তেন্তে ম্যাদৰ শেষত কিমান টকা ৰিটাৰ্ণ পাব? এয়া নিৰ্ভৰ কৰিছে কিমান টকা সুদ পাব তাৰ ওপৰত৷

SBIত ৭ দিনৰ পৰা ৪৫ দিনৰ ম্যাদত ৩.৫০শতাংশ, ৪৬ দিনৰ পৰা ১৭৯ দিনৰ ম্যাদত ৫.৫০শতাংশ, ১৮০ দিনৰ পৰা ২১০ দিন ম্যাদত ৬শতাংশ, ২১১ দিনৰ পৰা ১ বছৰ ম্যাদত ৬.২৫শতাংশ, ১ বছৰতকৈ ২ বছৰৰ কম ম্যাদত ৬.৮০শতাংশ, ২ বছৰৰ পৰা ৩বছৰৰ কম ম্যাদত ৭.০০ শতাংশ, ৩ বছৰৰ পৰা ৫ বছৰৰ কম ম্যাদত ৬.৭৫ শতাংশ আৰু ৫বছৰৰ পৰা ১০ বছৰৰ ম্যাদত ফিক্সড ডিপজিটত ৬.৫০শতাংশ হাৰত সুদ পোৱা যাব৷

ষ্টেট বেংক অফ ইণ্ডিয়াৰ ১৮০ দিনৰ ফিক্সড ডিপজিটৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকসকলৰ ৬.২৫% সুদ দিয়া হৈছে আৰু ছিনিয়ৰ চিটিজেনসকলক দিয়া হৈছে ৬.৭৫%  সুদ৷ ষ্টেট বেংক অফ ইণ্ডিয়াত ১৮০ দিনৰ ফিক্সড ডিপজিটৰ ক্ষেত্ৰত ৩লাখ টকা জমা কৰিলে সাধাৰণ নাগৰিকে মেচিউৰিটিৰ সময়ত মুঠ ৩,০৯,৩১৭ টকা পাব৷ ষ্টেট বেংক অফ ইণ্ডিয়াত ১৮০ দিনৰ ফিক্সড ডিপজিটৰ ক্ষেত্ৰত ৩লাখ টকা জমা কৰিলে ছিনিয়ৰ ছিটিজেনে মেচিউৰিটিৰ সময়ত মুঠ ৩,১০,০৬৮টকা পাব পাৰে৷ অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াই ১৮০ দিনৰ ফিক্সড ডিপজিটত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত সাধাৰণ নাগৰিকে ৩,০৯,৩১৭ টকা আৰু ছিনিয়ৰ ছিটিজেনে ৩,১০,০৬৮ টকা পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
Next Post
২০২৫ চনৰ বাজেটত কমাব পাৰে আয়কৰ! বছৰত ১৫ লাখ পৰ্যন্ত আয় কৰা ব্যক্তি উপকৃত হ’ব এই সিদ্ধান্তত

২০২৫ চনৰ বাজেটত কমাব পাৰে আয়কৰ! বছৰত ১৫ লাখ পৰ্যন্ত আয় কৰা ব্যক্তি উপকৃত হ’ব এই সিদ্ধান্তত

কাইলৈ শনি ত্ৰয়োদশীত ৰাশি পৰিবৰ্তন যোগ, গ্ৰহৰাজৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈ শনি ত্ৰয়োদশীত ৰাশি পৰিবৰ্তন যোগ, গ্ৰহৰাজৰ কৃপা থাকিব ৫ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.