• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ

2 weeks ago
SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?

5 hours ago
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

6 hours ago
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

পৰীক্ষামূলক ব্যৱহাৰ সফল, এইবাৰ যাত্ৰীসুৰক্ষাৰ বাবে ট্ৰেইনৰ সকলো ডবাতেই CCTV লগাব ৰে’ল মন্ত্ৰণালয়ে

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

8 hours ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

9 hours ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

23 hours ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

1 day ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ

দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ

editor by editor
July 3, 2025
in জীৱনশৈলী, ভাৰত
0
দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰত গুৰুক আধ্যাত্মিক, জ্ঞান, পূণ্যক কাৰক বুলি কোৱা হয়৷ ফলত বৃহস্পতিৰ যাত্ৰাত যদি কোনো ধৰণৰ পৰিবৰ্তন আহে তেতিয়া তাৰ প্ৰভাৱ সমগ্ৰ ৰাশিৰ ওপৰত পৰে৷ জ্ঞানৰ দাতা বৃহস্পতিয়ে ৭ জুলাইত পূৰ্ণৰূপে উদিত হব বৃহস্পতি৷ বৃহস্পতিৰ উদয়ৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকা লাভাম্বিত হব৷ ফলত কেইবাটাও ৰাশিৰ আয় বৃদ্ধি পাব৷ কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব?

মিথুন ৰাশি

ভাগ্যৰ চকা ঘূৰিবলৈ আৰম্ভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ কাৰণ গুৰু গ্ৰহই আপোনাৰ লগ্নভাৱত সঞ্চৰণ কৰিব৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ ইয়াৰোপৰি জীৱনসংগীৰ সহযোগিতাত ধনপ্ৰাপ্তিৰ যোগ আছে৷ কিছু সিদ্ধান্তই আপোনাক লাভাম্বিত কৰিব৷ ব্যৱসায়ীয়ে ভাল কিবা লাভ কৰিব পাৰে৷ চাকৰিয়ালে জীৱনত কোনো দায়িত্ব পাব পাৰে৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷

বৃষ ৰাশি

গুৰুৰ উদয়ে আপোনাৰ বাবে সুখৰ সময় আনিব৷ হঠাৎ হাতলৈ কিছু ধন আহিব পাৰে৷ এই সময়ত টকা সঞ্চয় বা কম খৰচেৰে চলিব পাৰিব আপুনি৷ আয়ৰ দিশৰ পৰাও ভাল লাভ পাব পাৰে৷ বিনিয়োগৰ দিশৰ পৰাও লাভ পাব পাৰে৷ কৰোবাত বিনিয়োগ বা কোনো প্ৰকল্পত ধন বিনিয়োগ কৰিলেও লাভ পাব৷

কন্যা ৰাশি

বৃহস্পতি উদিত হোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ত আগুৱাই যাব পাৰিব আপুনি৷ এই সময়ত নতুন কোনো চাকৰি লাভ কৰিব পাৰে৷ আপোনাৰ দৰমহা বৃদ্ধি পাব৷ কৰোবাত নতুন চাকৰিৰ অফাৰো পাব পাৰে৷ গুৰু উদিত হোৱাৰ ফলত আপোনাৰ কাৰ্যশৈলীত উজ্জ্বলতা বাঢ়িব৷ আপোনাৰ কামক লৈ আপোনাৰ কৰ্মস্থলত প্ৰশংসাৰ বন্যা ব’ব৷ নতুন কোনো উচ্চতা পাব আপুনি৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ ব্যৱসায়ীয়ে ভাল ধন উপাৰ্জন কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SIP ত ১০ লাখ টকা ৰিটাৰ্ণ আশা কৰিছে? ১০ লাখ ধন গোটাবলৈ কিমান দিন সময় লাগিব? মাহিলী বিনিয়োগ কিমান হ’লে কম সময়তে পাব এই ধন?
জীৱনশৈলী

July 14, 2025
মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য
জীৱনশৈলী

মহাদেৱৰ কৃপা আপোনাৰ ওপৰতো আছে, চন্দ্ৰৰ কুম্ভ ৰাশিত অৱস্থানে খুলিছে এই ৫ৰাশিৰ জাতকৰ ভাগ্য

July 14, 2025
কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?
জীৱনশৈলী

কোটি কোটি মোবাইল ইউজাৰৰ বাবে বিৰাট অফাৰ দিছে JIOই! ৮৪ দিনৰ এই প্লেনত কি কি বিনামূলীয়া সুবিধা?

July 14, 2025
শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?
জীৱনশৈলী

শাওনতেই উপচি পৰিব সম্পদ, ৭২ বছৰৰ পাছত শাওনত শনি, বুধ, ৰাহু আৰু কেতুৰ বক্ৰী চলন, কোন ৩ৰাশিয়ে লাভ কৰিব সফলতা?

July 14, 2025
Next Post
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

দৈনিক ৰাশিফল, স্বাতী নক্ষত্ৰত শিৱ যোগ, শুক্লা নৱমীত আজি কাৰ ভাগ্যত কি !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন