• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাম্পৰ জয়, আমেৰিকাৰ সংসদত গৃহীত ‘বিগ বিউটিফুল’

ট্ৰাম্পৰ জয়, আমেৰিকাৰ সংসদত গৃহীত ‘বিগ বিউটিফুল’

5 months ago
নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

নাৰিকল তেলৰ সৈতে এই ৫বিধ তেল মিহলাই লগালেই চুলি সৰা কমে, খৰতকীয়াকৈ চুলিৰ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব পাৰে আপুনিও

7 hours ago
কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈৰ ৰাশিফলঃ গঠিত হ’ব বুধাদিত্য ৰাজযোগ, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

9 hours ago
৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

9 hours ago
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

10 hours ago
১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

11 hours ago
কমিব প্ৰতিপত্তি, হ’ব পাৰে ব্ৰেকআপো, সূৰ্যৰ গোচৰে এই ৪ৰাশিৰ বাবে আনিব পাৰে বিপদ

কমিব প্ৰতিপত্তি, হ’ব পাৰে ব্ৰেকআপো, সূৰ্যৰ গোচৰে এই ৪ৰাশিৰ বাবে আনিব পাৰে বিপদ

11 hours ago
শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

12 hours ago
লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

13 hours ago
নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

13 hours ago
আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

14 hours ago
অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

অমৃতপ্ৰভাই ছিংগাপুৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল, সংবাদমেল পাতি বহুকেইটা ভয়ংকৰ তথ্য মুন্নাপ্ৰসাদ গুপ্তাৰ

1 day ago
জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

জীৱনত নামি আহিব অশুভ ছায়া, আগন্তুক বছৰত কেতুৰ প্রভাৱ কোন ৩ ৰাশিত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, December 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ট্ৰাম্পৰ জয়, আমেৰিকাৰ সংসদত গৃহীত ‘বিগ বিউটিফুল’

editor by editor
July 4, 2025
in বিশ্ব, ৰাজনীতি
0
ট্ৰাম্পৰ জয়, আমেৰিকাৰ সংসদত গৃহীত ‘বিগ বিউটিফুল’
0
SHARES
593
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰাম্পৰ জয়, আমেৰিকাৰ সংসদত গৃহীত ‘বিগ বিউটিফুল’

ট্ৰাম্পৰ বৃহৎ জয়, আমেৰিকাৰ সংসদত গৃহীত ট্ৰাম্পৰ ‘বিগ বিউটিফুল’। বৃহস্পতিবাৰে গভীৰ নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৱান বিগ বিউটিফুল বিল গৃহীত হয়। ইয়াক ২১৮-২১৪ৰ ব্যৱধানত গৃহীত কৰিছে প্ৰতিনিধি সদনে।

এয়া ট্ৰাম্পৰ বাবে এক ডাঙৰ জয় বুলি বিবেচিত হৈছে। ট্ৰাম্পৰ কাৰ্যকালৰ এক গুৰুত্বপূৰ্ণ কৃতিত্ব বুলিও গণ্য কৰা হৈছে এই বিলক। ছিনেট আৰু হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ পৰা বিধেয়কখন গৃহীত কৰাৰ পিছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হৈছে।

আজি ৪ জুলাই তাৰিখে এই বিলত স্বাক্ষৰ কৰিব ৰাষ্ট্ৰপতিয়ে। ৮০০ পৃষ্ঠাৰ এই বিধেয়কখন গৃহীত কৰিবলৈ ড’নাল্ড ট্ৰাম্পে অতি কঠোৰ পৰিশ্ৰম কৰিছে। এই বিলৰ বাবেই ট্ৰাম্প আৰু এলন মাস্কৰ মাজত মতানৈক্য হৈছিল।

পাছে কি হয় এই বিগ বিউটিফুল বিল? ২০১৭ চনত কৰা কৰ কৰ্তনক স্থায়ী কৰি তুলিবলৈ এই নতুন বিধেয়কখন অনা হৈছে। এই বিধেয়কখন অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াত প্ৰায় ৪.৫ ট্ৰিলিয়ন ডলাৰৰ কৰ কৰ্তন অন্তৰ্ভুক্ত কৰা হৈছে। জ্যেষ্ঠ নাগৰিকসকলেও ৬০০০ ডলাৰ পৰ্যন্ত কৰ কৰ্তন পোৱাৰ সম্ভাৱনা আছে। লগতে বিধেয়কৰ বাবে কৰ কৰ্তন, সামৰিক ব্যয় আৰু সীমান্তৰ নিৰাপত্তা অধিক শক্তিশালী হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericaBig Beautiful BillDonald Trump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম, সম্পদ, খ্যাতি উপচি পৰিব ৩ ৰাশিত, শুক্ৰৰ গোচৰত অপাৰ ধনলাভ
জীৱনশৈলী

প্ৰেম, সম্পদ, খ্যাতি উপচি পৰিব ৩ ৰাশিত, শুক্ৰৰ গোচৰত অপাৰ ধনলাভ

December 12, 2025
বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?
জীৱনশৈলী

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

December 7, 2025
কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ
জীৱনশৈলী

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

December 6, 2025
এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?
জীৱনশৈলী

এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

December 6, 2025
Next Post
শুভমন গিলৰ ত্ৰি-শতক ৰুধিবৰ বাবে ইংলেণ্ডৰ নিকৃষ্ট কাণ্ড

শুভমন গিলৰ ত্ৰি-শতক ৰুধিবৰ বাবে ইংলেণ্ডৰ নিকৃষ্ট কাণ্ড

বিচিচিআইৰ নিয়ম উলংঘা জাডেজাৰ, পুনৰ শাস্তি পাব নেকি ক্ৰিকেটাৰগৰাকীয়ে!

বিচিচিআইৰ নিয়ম উলংঘা জাডেজাৰ, পুনৰ শাস্তি পাব নেকি ক্ৰিকেটাৰগৰাকীয়ে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.