• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুভমন গিলৰ ত্ৰি-শতক ৰুধিবৰ বাবে ইংলেণ্ডৰ নিকৃষ্ট কাণ্ড

শুভমন গিলৰ ত্ৰি-শতক ৰুধিবৰ বাবে ইংলেণ্ডৰ নিকৃষ্ট কাণ্ড

1 year ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

29 minutes ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

54 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

1 hour ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

2 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

3 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

7 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

8 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

8 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

10 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

10 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

11 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শুভমন গিলৰ ত্ৰি-শতক ৰুধিবৰ বাবে ইংলেণ্ডৰ নিকৃষ্ট কাণ্ড

editor by editor
July 4, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
শুভমন গিলৰ ত্ৰি-শতক ৰুধিবৰ বাবে ইংলেণ্ডৰ নিকৃষ্ট কাণ্ড
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুভমন গিলৰ ত্ৰি-শতক ৰুধিবৰ বাবে ইংলেণ্ডৰ নিকৃষ্ট কাণ্ড

এডগবাষ্টন টেষ্টৰ দ্বিতীয় দিনটোত শুভমন গিলে উজ্জ্বল বেটিং কৰি ইতিহাসৰ সৃষ্টি কৰে। ইংলেণ্ডৰ বিৰুদ্ধে দ্বৈত শতক অৰ্জন কৰি বহু অভিলেখ গঢ়ে ভাৰতৰ যুৱ অধিনায়কগৰাকীয়ে। ইংলেণ্ডত দ্বৈত শতক অৰ্জন কৰা প্ৰথমজন এছিয়ান অধিনায়কৰ লগতে এছিয়াৰ বাহিৰত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক স্ক’ৰ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।

কিন্তু কেৰিয়াৰৰ প্ৰথমটো ট্ৰিপল শতক কৰিবলৈ মাত্ৰ ৩১ ৰান দূৰত্বত থকাৰ সময়ত ইংলেণ্ডে খেলপথাৰত সস্তীয়া পদক্ষেপ লয় আৰু গিলৰ সপোন ছিন্নভিন্ন হৈ পৰে।

দ্বিতীয় দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত শ্বোয়েইব বছিৰৰ বলিঙৰ সময়ত স্লিপত থিয় হৈ আছিল ইংৰাজ খেলুৱৈ হেৰী ব্ৰুক। তেওঁ ধেমালিতে শুভমান গিলৰ লগত ট্ৰিপল চেঞ্চুৰীৰ কথা ক’বলৈ ধৰে। গিলৰ ওপৰত মানসিক চাপ পেলোৱাৰ এই প্ৰচেষ্টাও ষ্টাম্প মাইকত বন্দী হয়।

ব্ৰুক’ৰ কথাই গিলৰ একাগ্ৰতা ভাঙি পেলায়। পিছৰ ইনিংছত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত গিলে জোছ টংগুৰ চুটি বলত পুল শ্বট খেলিবলৈ যায় যদিও শাৰীৰিক ক্লান্তিৰ বাবে বলৰ সময় নিৰ্ধাৰণ কৰিব নোৱাৰে। বলটো বেটৰ ভিতৰৰ প্ৰান্তত খুন্দা মাৰি স্কোৱাৰ লেগত থিয় হৈ থকা অলি পোপৰ হাতত পৰে আৰু গিলৰ উজ্জ্বল ইনিংছটো ২৬৯ ৰানত শেষ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Vs EnglandIndian CricketerSubhman Gill
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?
ভাৰত

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

October 9, 2026
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী
বিনোদন

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

October 9, 2026
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

October 9, 2026
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

October 9, 2026
Next Post
বিচিচিআইৰ নিয়ম উলংঘা জাডেজাৰ, পুনৰ শাস্তি পাব নেকি ক্ৰিকেটাৰগৰাকীয়ে!

বিচিচিআইৰ নিয়ম উলংঘা জাডেজাৰ, পুনৰ শাস্তি পাব নেকি ক্ৰিকেটাৰগৰাকীয়ে!

৪ জুলাইত ভাগ্যই লগ দিব ৫ ৰাশিক, সকলো ক্ষেত্ৰতে পাব সফলতা

৪ জুলাইত ভাগ্যই লগ দিব ৫ ৰাশিক, সকলো ক্ষেত্ৰতে পাব সফলতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.