• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বায়ুসেনাৰ বিশেষ বিমানেৰে ভাৰতত হাছিনা! ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট

বায়ুসেনাৰ বিশেষ বিমানেৰে ভাৰতত হাছিনা! ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট

2 years ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

1 hour ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

2 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

15 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

15 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

16 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

16 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

17 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

18 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

18 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

19 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

19 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বায়ুসেনাৰ বিশেষ বিমানেৰে ভাৰতত হাছিনা! ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট

বায়ুসেনাৰ বিশেষ বিমানেৰে ভাৰতত হাছিনা! ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট

editor by editor
August 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
বায়ুসেনাৰ বিশেষ বিমানেৰে ভাৰতত হাছিনা! ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত উপস্থিত হ’ল শ্বেখ হাছিনা৷ সূত্ৰৰ খবৰ অনুসৰি তেওঁ ঢাকাৰ পৰা আগৰতলালৈ আহি আগৰতলাৰ পৰা ভাৰতীয় সেনাৰ বিশেষ বিমানেৰে দিল্লীলৈ ৰাওনা হৈছে৷ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা দিয়েই দেশ এৰিছে বংগবন্ধু হাছিনাই৷ বাংলাদেশ এতিয়া তোলপাড়৷ এইবাৰ কাঢ়া নিৰাপত্তা ব্যৱস্থা ভাৰতে গঢ়ি তুলিছে ভাৰত-বাংলাদেশ সীমান্তত৷ উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তলৈকো সতৰ্কবাতা দিয়া হৈছে৷ হাই এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ ভাৰত-বাংলাদেশ সীমান্তত৷

শ্বেখ হাছিনাই আগৰতলাত ভৰি দিয়াৰ পাছতেই তেওঁ দিল্লীলৈ যোৱাৰ যাৱতীয় ব্যৱস্থা কৰি দিছে বিএছএফে৷ ভাৰতীয় সেনা থাকিলেও মুখ্য দায়িত্ব কিন্তু বিএছএফেই গ্ৰহণ কৰিছে৷ আন্দোলনকাৰীয়ে যাতে কোনো উপায়েৰে ভাৰতৰ মাটিত ভৰি থৱ নোৱাৰে তাৰবাবে সতৰ্ক এতিয়া বৰ্ডাৰ চিকিউৰিটি ফৰ্ছ৷ ভাৰতৰ বিদেশমন্ত্ৰীয়ে ঘটনাক লৈ এতিয়াও কোনোধৰণৰ মন্তব্য কৰা নাই৷ কাৰণ এই বিষয়টো বাংলাদেশৰ আভ্যন্তৰীণ বিষয়৷ সেয়ে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে এতিয়াও কোনো মন্তব্য কৰা নাই৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী পলোৱাৰ পাছতেই বাংলাদেশৰ গাতে লাগি থকা ভাৰতৰ অংশ অসম, পশ্চিমবংগ, ত্ৰিপুৰাৰ ওপৰত প্ৰভাৱ পৰিব বুলি ইষ্টাৰ্ণ কমাণ্ডোসহ বিএছএফে সম্পূৰ্ণৰূপে সীমান্ত নিজৰ কাঢ়া নজৰত ৰাখিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

October 13, 2026
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
Next Post
বাংলাদেশৰ সকলো ভাৰ এতিয়া তেওঁৰ কান্ধত, লণ্ডনৰ  কিংছ কলেজৰ ছাত্ৰ, সেনাপ্ৰধান ৱাকাৰ-উজ-জামান কোন?

বাংলাদেশৰ সকলো ভাৰ এতিয়া তেওঁৰ কান্ধত, লণ্ডনৰ কিংছ কলেজৰ ছাত্ৰ, সেনাপ্ৰধান ৱাকাৰ-উজ-জামান কোন?

একেলগেই মাতৃত্বৰ সুখবৰ আৰু বিবাহবিচ্ছেদৰ দুঃখবৰ! হতবাক আমেৰিকান সংগীতশিল্পী হাৰ্ডিৰ অনুৰাগী

একেলগেই মাতৃত্বৰ সুখবৰ আৰু বিবাহবিচ্ছেদৰ দুঃখবৰ! হতবাক আমেৰিকান সংগীতশিল্পী হাৰ্ডিৰ অনুৰাগী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.