• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেলগেই মাতৃত্বৰ সুখবৰ আৰু বিবাহবিচ্ছেদৰ দুঃখবৰ! হতবাক আমেৰিকান সংগীতশিল্পী হাৰ্ডিৰ অনুৰাগী

2 years ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

49 seconds ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

33 minutes ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

3 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

4 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

5 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

6 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একেলগেই মাতৃত্বৰ সুখবৰ আৰু বিবাহবিচ্ছেদৰ দুঃখবৰ! হতবাক আমেৰিকান সংগীতশিল্পী হাৰ্ডিৰ অনুৰাগী

একেলগেই মাতৃত্বৰ সুখবৰ আৰু বিবাহবিচ্ছেদৰ দুঃখবৰ! হতবাক আমেৰিকান সংগীতশিল্পী হাৰ্ডিৰ অনুৰাগী

editor by editor
August 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, সংগীত
0
একেলগেই মাতৃত্বৰ সুখবৰ আৰু বিবাহবিচ্ছেদৰ দুঃখবৰ! হতবাক আমেৰিকান সংগীতশিল্পী হাৰ্ডিৰ অনুৰাগী
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনত কেতিয়া কি পদক্ষেপ ল’ব সেয়া বুজাটো সঁচায়ে টান কাম৷ তাৰককাসকলে লোৱা একাধিক সিদ্ধান্তই কেতিয়াবা কেতিয়াবা চমকো দিয়ে৷ জনপ্ৰিয় আমেৰিকাণ ৰেপাৰ কাৰ্ডি বিৰ সিদ্ধান্তত চমকি উঠিছে অনুৰাগী৷ কাৰ্ডিয়ে জনাইছে যে, তেওঁ মাতৃ হ’বলৈ আগবাঢ়িছে এয়া তেওঁৰ বাবে সুখবৰ৷ কিন্তু ইয়াৰ লগতে আন এক খবৰ আছে যে তেওঁৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ লোৱাৰ বাবে গোচৰ তৰিছে৷

৩১ বছৰীয়া কাৰ্ডিয়ে ইনষ্টাগ্ৰামযোগে তেওঁৰ প্ৰেগনেন্সী ফটোশ্বুটৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছে৷ সেই ছবিৰ সৈতেই তেওঁ লিখিছে, ‘প্ৰতিটো সমাপ্তিৰ সৈতে এক নতুন আৰম্ভণিৰ কাহিনী থাকে৷’ এই লেখা লিখিয়েই তেওঁ স্বামীৰ সৈতে যে বিচ্ছেদ খাটাং সেয়া চূড়ান্ত কৰিছে৷ আহিবলগীয়া সন্তানক উদ্দেশ্যি কাৰ্ডিয়ে লিখিছে, ‘এই গ্ৰীষ্মকালতো তোমাৰ সৈতে কটাই বুজিব পাৰিছো, তুমি মোৰ জীৱনটো ভালপোৱাৰে ভৰাই তুলিছা আৰু মোক নতুনকৈ শক্তিশালী হ’বলৈ শিকাইছা৷’

২০১৭ চনত অফ ছেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কাৰ্ডি৷ দম্পতিহালৰ পূৰ্বে এটি লৰা আৰু এজনী কন্যা সন্তান আছে৷ তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে কাৰ্ডি৷ সূত্ৰৰ দাবী, মাতৃ হোৱাৰ খবৰ জনোৱাৰ দিনাই বিবাহবিচ্ছেদৰ সিদ্ধান্তও জনাইছে কাৰ্ডিয়ে৷ ইয়াৰোপৰি দুই সন্তানৰ ভৰণপোষণৰ অধিকাৰ তেওঁ নিজেই ল’ব বুলিও জনাইছে৷এ ই দুই খবৰে শিল্পীৰ অনুৰাগীমহলত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এফালে কাৰ্ডি মাতৃ হ’ব বুলি তেওঁক অনুৰাগীয়ে শুভেচ্ছা দিছে আনহাতে একাংশই তেওঁৰ বিচ্ছেদক লৈ চৰ্চা চলোৱা পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ
জীৱনশৈলী

May 27, 2026
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 27, 2026
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

May 27, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

May 27, 2026
Next Post
দুই সন্তানসহ শ্বেখ হাছিনাক ভাৰতত আশ্ৰয় দিছিল ইন্দিৰা গান্ধীয়ে, ৪৯ বছৰ পূৰ্বৰ দৰেই আকৌ ভাৰতত ঠাই পাবনে হাছিনাই?

কাইলৈ শাওনৰ শুক্লা দ্বিতীয়াত দেৱী পাৰ্বতীৰ আশীৰ্বাদ ৫ৰাশিৰ ওপৰত, আনন্দেৰে কটাব দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন