• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ শাওনৰ শুক্লা দ্বিতীয়াত দেৱী পাৰ্বতীৰ আশীৰ্বাদ ৫ৰাশিৰ ওপৰত, আনন্দেৰে কটাব দিন

কাইলৈ শাওনৰ শুক্লা দ্বিতীয়াত দেৱী পাৰ্বতীৰ আশীৰ্বাদ ৫ৰাশিৰ ওপৰত, আনন্দেৰে কটাব দিন

2 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

13 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

13 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

13 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

14 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

15 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

15 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

16 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

16 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

18 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

18 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

19 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ শাওনৰ শুক্লা দ্বিতীয়াত দেৱী পাৰ্বতীৰ আশীৰ্বাদ ৫ৰাশিৰ ওপৰত, আনন্দেৰে কটাব দিন

কাইলৈ শাওনৰ শুক্লা দ্বিতীয়াত দেৱী পাৰ্বতীৰ আশীৰ্বাদ ৫ৰাশিৰ ওপৰত, আনন্দেৰে কটাব দিন

editor by editor
August 5, 2024
in জীৱনশৈলী, ভাৰত
0
কাইলৈ শাওনৰ শুক্লা দ্বিতীয়াত দেৱী পাৰ্বতীৰ আশীৰ্বাদ ৫ৰাশিৰ ওপৰত, আনন্দেৰে কটাব দিন
0
SHARES
12k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৬আগষ্ট ২০২৪ মঙলবাৰে চন্দ্ৰই সমগ্ৰ দিনজুৰি সিংহ ৰাশিত বিৰাজ কৰিব৷ সূৰ্যই এই সময়ত অৱস্থান কৰিছে কৰ্কট ৰাশিত৷ কাইলৈ শাওন মাহৰ শুক্লাপক্ষৰ দ্বিতীয়া তিথি৷ কাইলৈ শাওন মাহৰ মঙলবাৰে পালিত হ’ব মঙ্গলা গৌৰী ব্ৰত৷ ইফালে এই দিনটোত পাৰ্বতীৰ আৰাধানা কৰা হয়৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৰিয়ান যোগ আৰু পৰিঘ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব প্ৰথমে মঘা নক্ষত্ৰ আৰু পাছত ফাল্গুনী নক্ষত্ৰ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ চাই লওক কাইলৈৰ দিনটো কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ৷

মেষ ৰাশি

কাইলৈ কোনো বিশেষ জ্ঞানী মানুহৰ সৈতে আপোনাৰ দেখা হ’ব৷ জ্ঞানী লোকৰ পৰা জ্ঞান আহৰণো কৰিব পাৰে৷ নিজৰ কামৰ বাবে কাৰ্যালয়ৰ মেনেজমেণ্টৰ প্ৰশংসা পাব৷ কাইলৈ আপোনাৰ মনোবল ভঙাৰ চেষ্টা কৰিব পাৰে, কিন্তু কাণ নিদি নিজৰ কামত আগুৱাই যাওক৷ কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷

মিথুন ৰাশি

কাইলৈ মঙ্গলা গৌৰী ব্ৰতত বৰিয়ান যোগৰ প্ৰভাৱত হঠাৎ অৰ্থলাভ কৰিব পাৰে মিথুন ৰাশিৰ জাতকে৷ ব্যৱসায়িক যাত্ৰাত লাভৱান হ’ব আপুনি৷ ব্যৱসায়ত উন্নতি কৰিব মিথুন ৰাশিৰ জাতকে৷ চাকৰিত নতুন কোনো কামৰ দায়িত্ব পাব পাৰে৷ পৰিয়ালক নিজৰ কাষত পাব৷ কাইলৈ সকলো কামতে এনাৰ্জি থাকিব আপোনাৰ৷

কন্যা ৰাশি

কাইলৈ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ শুভ প্ৰভাৱত উন্নতিৰ বহু সুযোগ আপুনি পাব পাৰে৷ নতুন মাটি ক্ৰয়ৰ সপোন থাকিলে এই সময়ত পূৰ্ণ হ’ব৷ বন্ধুৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা থাকিলে সফল হ’ব৷ কোনো গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব কিন্তু সফল নহয়৷ ব্যৱসায়ত কাইলৈ বিশেষ উন্নতি কৰাৰ যোগ আছে৷ পৰিয়ালত কাইলৈ সুখৰ পৰিবেশ থাকিব৷

বৃশ্চিক ৰাশি

কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ দেৱী পাৰ্বতীৰ আশীৰ্বাদত ছাত্ৰ-ছাত্ৰীসকলে কাইলৈ পঢ়াশুনাত সফলতা পাব৷ কাইলৈ আপুনি নিজৰ পছন্দমতে মাটি  ক্ৰয় কৰিব পাৰে৷ পৰিয়াল আৰু বন্ধুৰ সৈতে আনন্দেৰে দিনটো কটাব৷ বিনিয়োগৰ পৰা লাভ হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷

মকৰ ৰাশি

৬আগষ্টত বজৰংবলীৰ আশীৰ্বাদত কোনো সুখবৰ পাব মকৰ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ ঘৰত অতিথিৰ আগমণ হ’ব পাৰে৷ আত্মবিশ্বাস তুংগত থাকিব মকৰ ৰাশিৰ জাতকৰ৷ ব্যৱসায়ৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ বিনিয়োগৰ পৰাও মোটা টকা লাভ কৰিব পাৰিব৷ ভাতৃৰ সৈতে কাইলৈ সম্পৰ্ক মজবুত হ’ব৷ সন্তানৰ পৰা সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!
জীৱনশৈলী

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

July 4, 2026
Next Post
দিনে ৭-৮ গ্লাছ গাখীৰ খাইছিলো… এই অভ্যাসৰ বাবে শৰীৰত কি সমস্যাই দেখা দিছে ববি দেওলৰ?

দিনে ৭-৮ গ্লাছ গাখীৰ খাইছিলো... এই অভ্যাসৰ বাবে শৰীৰত কি সমস্যাই দেখা দিছে ববি দেওলৰ?

দৈনিক ৰাশিফল- আজি শাওনৰ শুক্লা দ্বিতীয়া, শিৱ-পাৰ্বতীৰ লগতে হনুমানৰ বিশেষ আশীৰ্বাদ ৫ৰাশিৰ ওপৰত

দৈনিক ৰাশিফল- আজি শাওনৰ শুক্লা দ্বিতীয়া, শিৱ-পাৰ্বতীৰ লগতে হনুমানৰ বিশেষ আশীৰ্বাদ ৫ৰাশিৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.