• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

4 months ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

7 minutes ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

42 minutes ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

1 hour ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

2 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

4 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

4 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

13 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

14 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

14 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

15 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

কপিল দেৱৰ বিশেষ ক্লাবতো প্ৰৱেশ টীম ইণ্ডিয়াৰ সহঃ অধিনায়ক শ্ৰেয়াছৰ

editor by editor
June 17, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াত টীম ইণ্ডিয়াৰ ভাইচ কেপ্টেইন শ্ৰেয়াছ আয়াৰে এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে। মেচখনত শ্ৰেয়াছে কিং কোহলিৰ এটা উল্লেখনীয় অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। মেচখনত যদিও আয়াৰে এটা গুৰুত্বপূৰ্ণ ইনিংছ খেলিবলৈ সক্ষম নহ’ল তথাপিও এই সৰু ইনিংছটোৰেই শ্ৰেয়াছে ক্ৰিকেট ইতিহাসত স্থান লাভ কৰিবলৈ সক্ষম হয়। শ্ৰেয়াছ আয়াৰে চলি থকা এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাটোত বেটেৰে এতিয়ালৈকে বিশেষ সফলতা লাভ কৰা নাই। দুয়োখন মেচতেই শ্ৰেয়াছ আয়াৰে ভাল আৰম্ভণি কৰিও ইয়াক এটা ভাল ইনিংছলৈ পৰিণত কৰাব নোৱাৰিলে। আজি লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন মেচত এটা অভাৰ বাউণ্ডাৰী শ্বট খেলিবলৈ চেষ্টা কৰি নিজৰ উইকেট হেৰুৱায় আয়াৰে।

বিৰাট কোহলিক অতিক্ৰম শ্ৰেয়াছ আয়াৰৰ

আজি অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত আয়াৰে ২৪টা বলত ২৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ এই ইনিংছটোত আছিল এটা চাৰি আৰু এটা ছয়। এই ইনিংছটোৰ জৰিয়তে আয়াৰে ভাৰতৰ হৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম গতিত ৩০০০ ৰান সম্পূৰ্ণ কৰা ক্ৰিকেটৰ তালিকাত বিৰাট কোহলিক অতিক্ৰম কৰে। এই তালিকাৰ শীৰ্ষত আছে টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। সম্প্ৰতি ৭২টা ইনিংছেৰে দ্বিতীয় স্থানত শিখৰ ধাৱনৰ সৈতে আছে শ্ৰেয়াছ আয়াৰ।

ভাৰতৰ হৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুত ৩০০০ ৰান

শুভমন গিল –৬২ ইনিংছ
শিখৰ ধাৱন – ৭২ ইনিংছ
শ্ৰেয়াছ আয়াৰ – ৭২ ইনিংছ
বিৰাট কোহলি – ৭৫ ইনিংছ
কে এল ৰাহুল – ৭৮ ইনিংছ
নৱজ্যোৎ সিং সিদ্ধু – ৭৯ ইনিংছ

কাপিল দেৱৰ বিশেষ ক্লাবতো প্ৰৱেশ শ্ৰেয়াছৰ

আজিৰ ইনিংছটোৰ জৰিয়তে আয়াৰে আন এটা উল্লেখযোগ্য অভিলেখৰো গৰাকী হয়। ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটত আটাইতকৈ কম বল খেলি ৩০০০ ৰান সম্পূৰ্ণ কৰা বেটাৰৰ তালিকাতো নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় আয়াৰ। এই তালিকাৰ শীৰ্ষত আছে কিংবদন্তী অলৰাউণ্ডাৰ কাপিল দেৱ। কপিল দেৱে ২,৯৯৫টা বলত ৩০০০ ৰান সম্পূৰ্ণ কৰিছিল। এই তালিকাৰ দ্বিতীয় স্থানত থকা শুভমন গিলে ৩,০১৬টা বলত এই মাইলষ্টোন স্পৰ্শ কৰে। আনহাতে তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হোৱা শ্ৰেয়াছ আয়াৰে মাত্ৰ ৩,০৪৯টা বলত সম্পূৰ্ণ কৰে ODI কেৰিয়াৰৰ ৩০০০ ৰান। আজিৰ মেচখনত টীম ইণ্ডিয়াৰ হাতত ১৭০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হয় আফগানিস্তান।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bcci
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা
জীৱনশৈলী

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

October 6, 2026
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?
বাণিজ্য

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

October 6, 2026
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?
বাণিজ্য

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Next Post
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.