• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এফালে গৰমে দহিছে – আনফালে ধুমুহা বৰষুণ, ভাৰতৰ বহু ৰাজ্যত এলাৰ্ট, অসমৰো প্ৰত্যোকখন জিলাতে ইয়েল্ল’ এলাৰ্ট

এফালে গৰমে দহিছে – আনফালে ধুমুহা বৰষুণ, ভাৰতৰ বহু ৰাজ্যত এলাৰ্ট, অসমৰো প্ৰত্যোকখন জিলাতে ইয়েল্ল’ এলাৰ্ট

2 years ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

20 minutes ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

1 hour ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

2 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

3 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

4 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

4 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

5 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এফালে গৰমে দহিছে – আনফালে ধুমুহা বৰষুণ, ভাৰতৰ বহু ৰাজ্যত এলাৰ্ট, অসমৰো প্ৰত্যোকখন জিলাতে ইয়েল্ল’ এলাৰ্ট

editor by editor
April 29, 2024
in অসম, উত্তৰ-পূব, ভাৰত
0
এফালে গৰমে দহিছে – আনফালে ধুমুহা বৰষুণ, ভাৰতৰ বহু ৰাজ্যত এলাৰ্ট, অসমৰো প্ৰত্যোকখন জিলাতে ইয়েল্ল’ এলাৰ্ট
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এফালে গৰমে দহিছে – আনফালে ধুমুহা বৰষুণ, ভাৰতৰ বহু ৰাজ্যত এলাৰ্ট, অসমৰো প্ৰত্যোকখন জিলাতে ইয়েল্ল’ এলাৰ্ট

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দেশৰ লগতে উত্তৰ-পূবৰ ৰাজ্য আৰু অসমতো বহু গৰম পৰিছে। এফালে গৰমৰ প্ৰকোপ বৃদ্ধি পাই গৈ আছে। আনফালে ধুমুহা বৰষুণৰো মাত্ৰা বাঢ়ি গৈছে।

অসমৰ লগতে মেঘালয়, ত্ৰিপুৰা, কেৰালা  আৰু কৰ্ণাটকৰ উপকূলীয় অঞ্চলত আৰ্দ্ৰতা আৰু গৰমৰ বাবে জনসাধাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে । দেশৰ ১৩খনকৈ ৰাজ্যত আইএমডিয়ে জাৰি কৰিছে হিটৱেভ এলাৰ্ট।  পশ্চিমবংগ, বিহাৰ আৰু ঝাৰখণ্ড, ওড়িশাৰ কিছু অংশত দেখা যাব আটাইতকৈ ভয়াৱহ গৰম।

আইএমডিৰ তথ্য অনুসৰি হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু পঞ্জাৱত বজ্ৰপাতৰ সৈতে ধুমুহা, ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত বতাহ আৰু শিলাবৃষ্টিৰ সম্ভাৱনা আছে। জম্মু-কাশ্মীৰ, লাডাখ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত প্ৰচণ্ড বতাহৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা।

দেশত এতিয়া এফালে যদি গৰম আনফালে আকৌ ধুমুহা বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু পঞ্জাৱত আগন্তুক দুদিনলৈ একাংশ স্থানত ধাৰাসাৰ বৰষুণ, বহু ঠাইত শিলাবৃষ্টি আৰু উচ্চ উচ্চতাৰ অঞ্চলত প্ৰবল তুষাৰপাত সন্দৰ্ভত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।

অসমৰ লগতে উত্তৰ পূৱ্ৰ অন্য ৰাজ্য আৰু হাৰিয়ানা, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰ ৰাজস্থান, উত্তৰ আৰু পশ্চিম মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰৰ বিদৰ্ভ, পশ্চিম বংগৰ হিমালয় অঞ্চল, ছিকিমকে ধৰি  উপকূলীয় অন্ধ্ৰপ্ৰদেশৰ কিছু স্থান, কেৰালা আৰু লক্ষদ্বীপৰ কিছু অঞ্চলত ইয়েল্ল’ এলাৰ্ট ৷

বৰ্তমানে অসমৰ প্ৰত্যোকখন জিলাতে ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।  জিলা সমূহত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত কোনো জিলাত ৫০ কিলোমিটাৰ পৰ্যন্ত বেগত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: StromThunderstormweatherWeather ForecastWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
Next Post
পুৱাই শোকাৱহ দুৰ্ঘটনা, বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি ১০ গৰাকী নিহত, ২০ৰো অধিত আহত

পুৱাই শোকাৱহ দুৰ্ঘটনা, বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি ১০ গৰাকী নিহত, ২০ৰো অধিত আহত

ছে** স্কেণ্ডেলত নাম সাঙোৰ খোৱাত বিদেশলৈ পলায়ন নেতাৰ, পূৰ্বেও কেইবাগৰাকী নেতাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল

ছে** স্কেণ্ডেলত নাম সাঙোৰ খোৱাত বিদেশলৈ পলায়ন নেতাৰ, পূৰ্বেও কেইবাগৰাকী নেতাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.