• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই শোকাৱহ দুৰ্ঘটনা, বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি ১০ গৰাকী নিহত, ২০ৰো অধিত আহত

পুৱাই শোকাৱহ দুৰ্ঘটনা, বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি ১০ গৰাকী নিহত, ২০ৰো অধিত আহত

3 years ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

34 minutes ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

56 minutes ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

1 hour ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

2 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

3 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

4 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

5 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

5 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

6 hours ago
শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

6 hours ago
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুৱাই শোকাৱহ দুৰ্ঘটনা, বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি ১০ গৰাকী নিহত, ২০ৰো অধিত আহত

editor by editor
April 29, 2024
in ভাৰত
0
পুৱাই শোকাৱহ দুৰ্ঘটনা, বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি ১০ গৰাকী নিহত, ২০ৰো অধিত আহত
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই শোকাৱহ দুৰ্ঘটনা, বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি ১০ গৰাকী নিহত, ২০ৰো অধিত আহত

পুৱাই এক অতিকে শোকাৱহ দুৰ্ঘটনাৰ খবৰ আহিছে। বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি প্ৰাণ হেৰুৱালে ১০ গৰাকী লোকে। ইয়াৰ বাহিৰেও আন ২৩ গৰাকী মান লোক আহত। ইয়াৰে ৪ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এই অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে চত্তীশগড়ৰ বেমেতৰাত। নিশা বিয়া খাই পুৱতি নিশা ঘৰলৈ বুলি উভতি আহি থকাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

https://x.com/ANI/status/1784766986183950523

দুৰ্ঘটনাটোত মৃত্যুক সাৱতি লোৱা ১০ গৰাকী লোকৰ ভিতৰত ৫ গৰাকী মহিলা আৰু ৩ টি শিশু বুলি জানিব পৰা গৈছে। আহত সকলক লগে লগেই স্থানীয় লোকে উদ্ধাৰ কৰি নিকট হাস্পতাললৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বিয়া খাই উভতি অহা যাত্ৰী ভৰ্তি বাহন খনে ৰখাই থোৱা এখন পিকআপ বাহনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলতে এই ঘটনাটো ঘটে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentchattishgarhroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ
ভাৰত

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

October 31, 2026
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড
অপৰাধ

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

October 31, 2026
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু
বিনোদন

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

October 31, 2026
Next Post
ছে** স্কেণ্ডেলত নাম সাঙোৰ খোৱাত বিদেশলৈ পলায়ন নেতাৰ, পূৰ্বেও কেইবাগৰাকী নেতাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল

ছে** স্কেণ্ডেলত নাম সাঙোৰ খোৱাত বিদেশলৈ পলায়ন নেতাৰ, পূৰ্বেও কেইবাগৰাকী নেতাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল

পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ’ল ধোনী…

পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ'ল ধোনী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.