• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্রধানমন্ত্ৰীয়ে কৈছিল, খেলুৱৈয়ে সন্মান ৰক্ষা কৰিলে! এছিয়ান গেমছত ১০৭টা পদকেৰে কিমান নম্বৰ স্থানত আছে ভাৰত?

প্রধানমন্ত্ৰীয়ে কৈছিল, খেলুৱৈয়ে সন্মান ৰক্ষা কৰিলে! এছিয়ান গেমছত ১০৭টা পদকেৰে কিমান নম্বৰ স্থানত আছে ভাৰত?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

প্রধানমন্ত্ৰীয়ে কৈছিল, খেলুৱৈয়ে সন্মান ৰক্ষা কৰিলে! এছিয়ান গেমছত ১০৭টা পদকেৰে কিমান নম্বৰ স্থানত আছে ভাৰত?

editor by editor
October 10, 2023
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
প্রধানমন্ত্ৰীয়ে কৈছিল, খেলুৱৈয়ে সন্মান ৰক্ষা কৰিলে! এছিয়ান গেমছত ১০৭টা পদকেৰে কিমান নম্বৰ স্থানত আছে ভাৰত?
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এছিয়ান গেমছত যাত্ৰা সামৰিলে ভাৰতে। ৭তাৰিখে আছিল ভাৰতৰ শেষ ইভেণ্ট। শেষৰ দিনাও পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। ১৪ দিনীয়া যাত্ৰা সামৰি ভাৰতৰ খেলুৱৈসকল দেশলৈ উভতিছে। এই যাত্ৰাত মুঠ ১০৭টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতৰ খেলুৱৈয়ে। এইবাৰ এছিয়ান গেমছত ভাৰতৰ টাৰ্গেট আছিল ১০০ টা পদক। আশা কৰামতেই সেয়া কৰি দেখুৱালে ক্ৰীড়াবিদসকলে।

পূৰ্বৰ বহু ৰেকৰ্ড ভাঙি নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ভাৰতে। ১৩ দিনতেই ১০০ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰীড়াবিদে। কেৱল সেয়াই নহয় অতীতৰ ৰেকৰ্ড ভাঙি নতুন ৰেকৰ্ড গঢ়িলে ভাৰতে। এছিয়ান গেমছৰ ১৩ নম্বৰ দিনলৈকে ৯৫টা পদক জয় কৰাৰ ওপৰিও ৭টা পদক নিশ্চিত হৈছিল। অৰ্থাৎ ১০২ টা পদক ভাৰতে ১৩ দিনত লাভ কৰিবলৈ সক্ষম হয়। ১৪ দিনত ভাৰতে মুঠ ১০৭টা পদক অৰ্জন কৰিছে। ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতে লাভ কৰিছিল মুঠ ৭০টা পদক।

এছিয়ান গেমছত, কেতিয়া কিমান পদক লাভ কৰিছে ভাৰতে?
২০১৪ চনত ভাৰতে মুঠ পদক লাভ কৰিছিল ৫৭টা। যাৰ মাজত আছিল ১১ টা সোণ।
২০১৮ চনত মুঠ পদকৰ সংখ্যা আছিল ৭০টা। তাৰে সোণ আছিল ১৬টা।
২০২৩ চনত পদকৰ সংখ্যা ১০৭টা, ইয়াৰে সোণ আছে ২৮টা।
২০১৪ আৰু ২০১৮ চনত তালিকাত ভাৰত আছিল ৮ নম্বৰত। এইবাৰ এছিয়ান গেমছত পদকৰ তালিকাত ভাৰত আছে ৪নম্বৰ স্থানত।

এছিয়ান গেমছত ভাৰতে জয় কৰা ১০৭টা পদকৰ ভিতৰত ২৮টা সোণ, ৩৮টা ৰূপ আৰু ৪১ টা ব্ৰঞ্জ। এছিয়ান গেমছৰ শেষৰ দিনটোত ভাৰতে জয় কৰিছে মুঠ ১২টা পদক। যাৰ ভিতৰত ৬টা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জ। দেশৰ এই সাফল্যত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে কয়, ‘ভাৰতে এছিয়ান গেমছত ভাল খেলিছে। মহিলা আৰু পুৰুষ কাবাডী দলক অভিনন্দন। তেওঁলোকে সোণ আনি দেশক ৰেংকৰ দিশেৰেও আগুৱাই নিছে। ভাৰতৰ পুৰুষ ক্ৰিকেট দলেও সোণ জয় কৰিছে। আনহাতে বেডমিণ্টনতো দেশলৈ সোণ আনিছে। দেশৰ খেলুৱৈয়ে দেশলৈ কঢ়িয়াই অনা ১০৭টা পদকৰ বাবে সমগ্ৰ দেশেই গৰ্বিত।’

উল্লেখ্য যে পদক লাভেৰে এইবাৰ শীৰ্ষত আছে চীন। প্ৰথমৰ পৰাই শীৰ্ষতেই আছে ৰঙাচীন। চীনে এছিয়ান গেমছত মুঠ ৩৮২টা পদক অৰ্জন কৰিছে। ইয়াৰে ২০০টা সোণ, ১১১টা ৰূপ আৰু ৭১টা ব্ৰঞ্জ। জাপান আছে দ্বিতীয় স্থানত আছে জাপান। জাপানে মুঠ ৫১টা সোণ, ৬৬টা ৰূপ আৰু ৬৯টা ব্ৰঞ্জ জয় কৰিছে। তেওঁলোকৰ মুঠ পদকৰ সংখ্যা ১৮৬টা। তৃতীয় স্থানত আছে দক্ষিণ কোৰিয়া। দক্ষিণ কোৰিয়াই লাভ কৰিছে ৪২টা সোণ, ৫২টা ৰূপ আৰু ৮৯টা ব্ৰঞ্জ। দক্ষিণ কোৰিয়াৰ মুঠ পদক হৈছে ১৯০টা। ইয়াৰপাছতেই চতুৰ্থস্থানত আছে ভাৰত। ভাৰতে মুঠ ১০৭টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
ভাৰত-পাকিস্তানৰ খেল মানেই উত্তেজনা! ভাৰত-পাক মেচৰ নিৰাপত্তাৰ বাবে আহেমদাবাদত নামিল কমাণ্ডোও

ভাৰত-পাকিস্তানৰ খেল মানেই উত্তেজনা! ভাৰত-পাক মেচৰ নিৰাপত্তাৰ বাবে আহেমদাবাদত নামিল কমাণ্ডোও

আমি মঙলত জীৱ থাকিব পৰা সমলৰ সন্ধান কৰিম! মঙললৈ যান পঠিয়াবলৈ সম্পূৰ্ণ সাঁজু বাংলাদেশ

আমি মঙলত জীৱ থাকিব পৰা সমলৰ সন্ধান কৰিম! মঙললৈ যান পঠিয়াবলৈ সম্পূৰ্ণ সাঁজু বাংলাদেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.