• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনে মাৰিছে জেক! ইণ্ডিয়ান আৰ্মীক দুমাহৰ ভিতৰত ঘৰাঘৰি হ’বলৈ নিৰ্দেশ মালদ্বীপৰ…

চীনে মাৰিছে জেক! ইণ্ডিয়ান আৰ্মীক দুমাহৰ ভিতৰত ঘৰাঘৰি হ’বলৈ নিৰ্দেশ মালদ্বীপৰ…

2 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

6 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

7 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

7 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

7 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

8 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

9 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

10 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

11 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

12 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

13 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

14 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

চীনে মাৰিছে জেক! ইণ্ডিয়ান আৰ্মীক দুমাহৰ ভিতৰত ঘৰাঘৰি হ’বলৈ নিৰ্দেশ মালদ্বীপৰ…

editor by editor
January 14, 2024
in Uncategorized
0
চীনে মাৰিছে জেক! ইণ্ডিয়ান আৰ্মীক দুমাহৰ ভিতৰত ঘৰাঘৰি হ’বলৈ নিৰ্দেশ মালদ্বীপৰ…
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  শত্ৰুতা আৰু বঢ়াব বিচাৰিছে মালদ্বীপে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধাচৰণ কৰি গভীৰ সংকটত পৰা মালদ্বীপে এইবাৰ মুকলিকৈ ভাৰতৰ সৈতে ফেপেৰি পাতি ধৰিছে। বিভিন্ন ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চলিত বৰ্ষৰে ১৫মাৰ্চৰ ভিতৰত মালদ্বীপত নিয়োজিত সকলো ভাৰতীয় সেনাক ভাৰতলৈ ঘূৰাই অনাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুয়ে। ইতিমধ্যে দিল্লীক ইয়াৰবাবে আনুষ্ঠানিকভাৱে পত্ৰও প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়ালৈকে দিল্লীয়ে এই খবৰক নস্যাত কৰিছে।

♦️ ভাৰতৰ সৈতে ফেপেৰি পতাৰ আঁৰত চীন নেকি!

মালদ্বীপৰ সাধাৰণ নিৰ্বাচনৰ পাছতে মহম্মদ মুইজুয়ে পুনৰ শাসনভাৰ চম্ভলাৰ পাছত আকৌ ভাৰতৰ সৈতে বিবাদ তীব্ৰতৰ হৈছে। মহম্মদ মুইজু চীনৰ ভক্ত বুলি সমগ্ৰ বিশ্বই জানে।  মহম্মদ মুইজুৰ শাসনকালত মালদ্বীপত চীনৰ প্ৰভাৱ তীব্ৰতৰ হ’ব বুলি ইতিমধ্যে কূটনৈতিকবিদ ভৱিষ্যতবাণী কৰিছিল। পূৰ্বৰ সেই আশংকা সত্য প্ৰমাণিত কৰিয়েই চীনৰ ৫দিনীয়া ভ্ৰমণসূচী সমাপ্ত কৰি মালদ্বীপলৈ উভতি আহিয়েই মহম্মদ মুইজুয়ে ভাৰতৰ সেনাক লৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে। চীনৰ ভ্ৰমণকালৰ সময়চোৱাত মহম্মদ মুইজুয়ে চীনৰ ৰাষ্ট্ৰপতিৰ লগতে শীৰ্ষ বহু বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হৈছিল। এই পৰিপ্ৰেক্ষিতলৈ চাই কব পাৰি যে, চীনৰ সাহসতে ভাৰতক এনেদৰে ফেপেৰি পাতি ধৰিছে মালদ্বীপে।

♦️ চীনৰ পৰা উভতি আহিয়েই সুৰ সলনি হৈছিল ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ

মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ জাৰি কৰাৰ আগেয়ে যোৱা শনিবাৰে মহম্মদ মুইজুৱে ভাৰতৰ নাম নোলোৱাকৈয়ে তীব্ৰ কটাক্ষ কৰিছিল। পৰোক্ষভাৱে ভাৰতক কটাক্ষ কৰি মহম্মদ মুইজুয়ে কৈছিল- মালদ্বীপ এখন সৰু ৰাষ্ট্ৰ হব পাৰে। কিন্তু এইবুলিয়েই কোনোবাই আমাক ধমকি দিয়াৰ লাইচেঞ্জ পোৱা নাই। ‘  মুইজুৰ এই বক্তব্যৰ পাছতে চৰ্চা হৈছিল যে চীনৰ উচতনিতে মহম্মদ মুইজুৰ সুৰ হঠাত এনেদৰে সলনি হৈছে।

♦️ মালদ্বীপ চীনৰ ইমান তলতীয়া কিয়!

চীনৰ পৰা বহু হাজাৰ কোটি টকা ধাৰ লৈ উভতাই দিব পৰা নাই মালদ্বীপে। যাৰ বাবে মালদ্বীপ ৰাষ্ট্ৰপতি মহম্মদ মুইজু চীনৰ ভৃত্যৰ দৰে কাম কৰে। চীনে যিয়েই কয় সেই কথাই আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰে মুইজুয়ে। মুইজুয়ে বিচাৰে যে, চীনৰ পৰা লোৱা ধাৰৰ ক্ষেত্ৰত যাতে চীনে তেওঁলোকক কিছু ৰেহাই প্ৰদান কৰে। চীনৰ পৰা উভতাৰ পাছতে উক্ত ধাৰ পৰিশোধ কৰাৰ সময়সীমা চীনে বৃদ্ধি কৰিছে বুলিও মুইজুয়ে মন্তব্য কৰিছিল। লগতে ঋণ ৰেহাইৰ ক্ষেত্ৰতো দুয়োখন দেশে অচিৰেই আলোচনা বহিব বুলিও কৈছিল। মালদ্বীপৰ প্ৰতি চীন ইমান সহনশীল হোৱাৰ আঁৰত কি চুক্তি হৈছে, সেয়াও এতিয়া এক ডাঙৰ প্ৰশ্নবোধক!

উল্লেখ কৰা প্ৰয়োজন যে, মালদ্বীপত ভাৰতৰ ৭০গৰাকীকৈ ভাৰতীয় সেনা নিয়োজিত হৈ আছে। ইয়াৰোপৰি মালদ্বীপত ভাৰতৰ দুখন হেলিকপ্টাৰ আৰু ২২৮খন ড্ৰোণ এয়াৰ আছে। এই সকলোবোৰ আগন্তুক ১৫মাৰ্চৰ ভিতৰত ভাৰতলৈ উভতাই নিবলৈ নিৰ্দেশ দিছে মহম্মদ মুইজুয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
Next Post
তিল অবিহনে অসম্পূৰ্ণ মকৰ সংক্ৰান্তি! মাঘ বিহুত তিল পিঠা কিয় লাগে? এমুঠি তিলেই দূৰ কৰিব আপোনাৰ সকলো কষ্ট

তিল অবিহনে অসম্পূৰ্ণ মকৰ সংক্ৰান্তি! মাঘ বিহুত তিল পিঠা কিয় লাগে? এমুঠি তিলেই দূৰ কৰিব আপোনাৰ সকলো কষ্ট

বিগ বিৰ নতুন ঠিকনা অযোধ্যা! ৰাম মন্দিৰৰ নিচেই কাষত মাটি কিনিলে অমিতাভ বচ্চনে, মাটিৰ দাম কিমান জানেনে?

বিগ বিৰ নতুন ঠিকনা অযোধ্যা! ৰাম মন্দিৰৰ নিচেই কাষত মাটি কিনিলে অমিতাভ বচ্চনে, মাটিৰ দাম কিমান জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.