• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

1 year ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

7 minutes ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

32 minutes ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

2 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

2 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

3 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

5 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

6 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

6 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

6 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

7 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

23 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

editor by editor
September 29, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে, ৩১ বছৰ ধৰি ভাৰতত চলিছিল ১০,০০০ টকীয়া নোট, ৫০০০ৰো আছিল নোট

সময় অতি শক্তিশালী, কেতিয়া সলনি হ’ব কোনেও নাজানে। এই কথাষাৰ ভাৰতৰ মুদ্ৰা ব্যৱস্থাৰ লগতো খাপ খাই পৰে। ভাৰতীয় মুদ্ৰা ব্যৱস্থাত বহু ধৰণৰ নোট আহিছিল আৰু সময়ৰ লগে লগে বিদায় লৈছিল। ২০২৩ চনৰ ১৯ ​মে’ত বিমুদ্ৰাকৰণৰ পিছত অহা ২০০০ টকীয়া নোটখন বজাৰৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে আৰ বি আইয়ে।

ভাৰতত বিমুদ্ৰাকৰণ প্ৰথম নহয়। বহুবাৰ এনেকুৱা হৈছে। আপুনি জানি আচৰিত হ’ব যে এটা সময় আছিল যেতিয়া ৫,০০০ আৰু ১০,০০০ টকীয়া নোটো ভাৰতৰ বিত্তীয় ব্যৱস্থাৰ এটা অংশ আছিল। ভাৰতত ৪০ বছৰ ধৰি চলিছিল ১০ হাজাৰ টকীয়া নোট। কিন্তু, সময়ৰ লগে লগে এইটোৱেও বিদায় ল’বলগীয়া হ’ল৷

‘বৃহৎ কামৰ বাবে ডাঙৰ নোট’ৰ ধাৰণাৰে ইংৰাজে ১৯৩৮ চনত ১০,০০০ টকীয়া নোট জাৰি কৰিছিল। এইখন ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজেই ছপা কৰিছিল। এই নোটখন কেৱল সেই সময়ৰ নহয়, ভাৰতীয় মুদ্ৰাৰ ইতিহাসৰ সৰ্বোচ্চ মূল্যৰ নোট আছিল।

ইয়াক মূলতঃ বৃহৎ ব্যৱসায়িক লেনদেনৰ বাবে ব্যৱহাৰ কৰা হৈছিল। অৰ্থাৎ স্বাধীনতাৰ আগতে এজন সাধাৰণ মানুহৰ পকেটত হয়তো ৫০ পইচা নাথাকিলেও দহ হাজাৰ টকীয়া নোট ব্যৱসায়ীৰ হাতত দেখা গৈছিল।

৮ বছৰৰ ভিতৰতে ১০ হাজাৰ টকীয়া নোট পৰিত্যাগ কৰে আৰু ১৯৪৬ চনৰ জানুৱাৰী মাহত ব্ৰিটিছ চৰকাৰে এই নোট বন্ধ কৰাৰ সিদ্ধান্ত লয়। ক’লা ধন আৰু জমা বন্ধ কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছিল।

কিন্তু বন্ধ হোৱাৰ মাত্ৰ আঠ বছৰৰ পাছত অৰ্থাৎ ১৯৫৪ চনত পুনৰ ১০ হাজাৰ টকাৰ নোট ঘূৰি আহে ভাৰতলৈ। স্বাধীন ভাৰতত ১০ হাজাৰ টকীয়া নোটৰ লগতে ৫ হাজাৰ টকীয়া নোটৰ প্ৰচলন আৰম্ভ হৈছিল। কিন্তু, আগৰ দৰে এই দুয়োবিধ ডাঙৰ নোট সাধাৰণ জনতাৰ বাবে বৰ উপকাৰী নাছিল। এই নোটসমূহ সাধাৰণ জনতাৰ মাজত খুব কমেইহে ব্যৱহাৰ কৰা হৈছিল আৰু বেছিভাগেই ক’লা ধনৰ লেনদেনৰ বাবেহে ব্যৱহাৰ কৰিছিল।

১৯৭৮ চনত পুনৰ সময় সলনি হ’ল। ১৯৭৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই ক’লা ব্যৱসায় বন্ধ কৰাৰ অভিযানত লিপ্ত হয়। তেওঁ উপলব্ধি কৰিলে যে ক’লা ব্যৱসায়ৰ বাবে ৫,০০০ আৰু ১০,০০০ টকীয়া নোট ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে।

আৰ বি আইৰ তথ্য অনুসৰি ১৯৭৬ চনত মুঠ নগদ ধনৰ মাত্ৰ ২%হে এই উচ্চ মূল্যৰ নোটত আছিল। ইয়াৰ পিছত ১০ হাজাৰ টকীয়া নোট কেতিয়াও ভাৰতলৈ ঘূৰি নাহে। কিন্তু সামগ্ৰিকভাৱে এই নোটখন ৩২ বছৰ ধৰি ভাৰতীয় অৰ্থনীতিৰ অংশ হৈয়েই থাকিল

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: EconomyIndian Currencyindian economyIndian Rupee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
জীৱনশৈলী

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

January 16, 2026
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি
জীৱনশৈলী

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

January 16, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

January 16, 2026
Next Post
কাইলৈ বিশেষ ৰাজযোগত ৩টা ৰাশি সূৰ্য্যৰ দৰে জিলিকি উঠিব, লাভ কৰিব শিৱৰ আশিৰ্বাদ

কাইলৈ বিশেষ ৰাজযোগত ৩টা ৰাশি সূৰ্য্যৰ দৰে জিলিকি উঠিব, লাভ কৰিব শিৱৰ আশিৰ্বাদ

১ কোটিৰো অধিক স্মাৰ্টফোনত নতুন ভাইৰাছ; OTPৰ ক্ষেত্ৰত হওক সাৱধান, এতিয়াই ডিলিট কৰক…

১ কোটিৰো অধিক স্মাৰ্টফোনত নতুন ভাইৰাছ; OTPৰ ক্ষেত্ৰত হওক সাৱধান, এতিয়াই ডিলিট কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.