• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যসমূহক বিশেষ ইমাৰজেন্সি পাৱাৰ দিছে নেকি কেন্দ্রই? ভাৰত-পাক সংঘাতৰ মাজতেই বিশেষ ধাৰা প্ৰয়োগৰ অনুমতি

ৰাজ্যসমূহক বিশেষ ইমাৰজেন্সি পাৱাৰ দিছে নেকি কেন্দ্রই? ভাৰত-পাক সংঘাতৰ মাজতেই বিশেষ ধাৰা প্ৰয়োগৰ অনুমতি

1 year ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

28 minutes ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

54 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

1 hour ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

2 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

3 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

7 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

8 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

8 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

10 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

10 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

11 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাজ্যসমূহক বিশেষ ইমাৰজেন্সি পাৱাৰ দিছে নেকি কেন্দ্রই? ভাৰত-পাক সংঘাতৰ মাজতেই বিশেষ ধাৰা প্ৰয়োগৰ অনুমতি

ৰাজ্যসমূহক বিশেষ ইমাৰজেন্সি পাৱাৰ দিছে নেকি কেন্দ্রই? ভাৰত-পাক সংঘাতৰ মাজতেই বিশেষ ধাৰা প্ৰয়োগৰ অনুমতি

editor by editor
May 9, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ৰাজ্যসমূহক বিশেষ ইমাৰজেন্সি পাৱাৰ দিছে নেকি কেন্দ্রই? ভাৰত-পাক সংঘাতৰ মাজতেই বিশেষ ধাৰা প্ৰয়োগৰ অনুমতি

New Delhi, Feb 04 (ANI): Union Home Minister Amit Shah chairs security review meeting on Jammu and Kashmir, in New Delhi on Tuesday. (ANI Photo)

0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত আৰু পাকিস্তানৰ মাজত এই সংঘাতময় পৰিস্থিতিৰ মাজতেই কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ৰাজ্যসমূহক বিশেষ নিৰ্দেশনা দিছে গৃহমন্ত্ৰণালয়ে৷ গৃহমন্ত্রণালয়ৰ তৰফৰ পৰা জানিব পৰা মতে ১৯৬৮ চনৰ ছিভিল ডিফেন্স আইনৰ অধীনত জৰুৰী ক্ষমতা প্ৰয়োগ কৰিব পাৰে ৰাজ্যই৷ সেই ক্ষমতা সক্ৰিয় কৰা হ’ব৷ এই নিৰ্দেশ অনুসৰি সংশ্লিষ্ট ৰাজ্য প্ৰশাসনে দ্ৰুত সিদ্ধান্ত লোৱা আৰু জৰুৰী ক্ৰয় বিক্ৰয় কৰাৰ অনুমতি পাব৷ বিশেষকৈ এই পৰিস্থিতিত যেতিয়া কোনো যুদ্ধসদৃশ পৰিবেশ চলি থাকে৷

গৃহমন্ত্ৰণালয়ে দেশজুৰি থকা মুখ্যসচিব আৰু প্ৰশাসকৰ কাষৰ পৰা চিঠি লিখি ১৯৬৮ চনৰ নাগৰিক প্ৰতিৰক্ষা বিধিমালাত ১১ ধাৰা সক্ৰিয় কৰাৰ বাবে অনুৰোধ কৰা হৈছে৷ এই ধাৰা ৰাজ্য চৰকাৰসমূহক নিম্নোক্ত বিশেষ অনুমতি দিয়ে৷

১. মানুহ আৰু সম্পত্তি ৰক্ষাৰ বাবে প্ৰয়োজনীয় যিকোনো জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা৷

২. যিকোনো জৰুৰী পৰিস্থিতিত বিদ্যুৎ, পানী, হাস্পতাল আৰু যোগাযোগৰ বাবে প্ৰয়োজনীয় পৰিসেৱাসমূহ সুচাৰুৰূপে চলি আছে সেয়া নিশ্চিত কৰা৷

৩.অনুমোদনৰ অপেক্ষা নকৰি চৰকাৰী বা অসামৰিক প্ৰতিৰক্ষাৰ বাবে প্ৰয়োজনীয় সৰঞ্জাম বা পৰিসেৱা ক্ৰয় কৰা৷ সহজ কথাত কেন্দ্ৰই বিচাৰিছে যে কোনো ধৰণৰ ধমকিৰ সন্মুখীন হলে ৰাজ্যসমূহে যাতে দ্ৰুত পদক্ষেপ ল’বৰ বাবে প্ৰস্তুত থাকে৷

ছিভিল ডিফেন্স কি?

নাগৰিক প্ৰতিৰক্ষা হৈছে জৰুৰী অৱস্থাৰ বাবে প্ৰস্তুতি৷ বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধৰ দৰে পৰিস্থিতি বা ডাঙৰ আক্ৰমণৰ দৰে বৃহৎ আকাৰৰ ঘটনাৰ প্ৰেক্ষিতত তৈয়াৰ কৰা৷ নাগৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱক আৰু অধিকাৰীসকলে এই ধৰণৰ ঘটনাত উদ্ধাৰ, প্ৰাথমিক চিকিৎসা, জৰুৰী যোগাযোগ আৰু জননিৰাপত্তাৰ সহায়তা কৰিব লাগে৷

কি জৰুৰী সামগ্ৰী ক্ৰয় কৰাটো জৰুৰী?

জৰুৰী পোহৰৰ বাবে জেনাৰেটৰ৷

জনতাৰ বাবে সুৰক্ষামূলক সৰঞ্জাম৷

যোগাযোগৰ বাবে যন্ত্ৰ৷

পানী পৰিশোধন ইউনিট৷

উদ্ধাৰ সৰঞ্জাম আৰু প্ৰাথমিক চিকিৎসাৰ উপকৰণ৷

প্ৰয়োজনত বেৰিকেড আৰু আশ্ৰয়কেন্দ্ৰ৷

এই ক্ষমতাসমূহ নিজৰ হাতত থাকিব ৰাজ্য আৰু কেন্দ্ৰীয়শাষিত অঞ্চলৰ

প্ৰতিখন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ছিভিল ডিফেন্স ডাইৰেক্টৰক এই ক্ষমতা দিয়া হব৷ স্থানীয় কৰ্তৃপক্ষসমূহক অন্যান্য নিয়মিত কামৰ পূৰ্বেও এই জৰুৰী ব্যৱস্থাসমূহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ অনুমতি দিয়া হৈছে৷ নিৰ্দেশনাত আৰু স্পষ্টকৈ কোৱা হৈছে যে জৰুৰী ব্যৱস্থাসমূহক অন্যান্য সমস্ত নাগৰিক ব্যয় আৰু দায়িত্বতকৈ বেছি অগ্ৰাধিকাৰ দিয়া উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস
জীৱনশৈলী

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

October 10, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

October 10, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

October 10, 2026
Next Post
ছাদত অঁকা হৈছে ৰেড ক্ৰছ, যুদ্ধৰ মাজত ক’ত ক’ত ব্যৱহাৰ কৰা হয় এই চিহ্ন?

ছাদত অঁকা হৈছে ৰেড ক্ৰছ, যুদ্ধৰ মাজত ক’ত ক’ত ব্যৱহাৰ কৰা হয় এই চিহ্ন?

৩৬ চহৰক টাৰ্গেট কৰি এৰিছিল ৪০০ ড্ৰোণ, পাকিস্তানে ক’ৰ পৰা ক্ৰয় কৰিছিল এই ড্ৰোণ? ভাৰতে কেনেকৈ এই ড্ৰোণ ধ্বংস কৰিলে? সেনাই দিয়া সবিশেষ তথ্য জানি থওক থোৰতে

৩৬ চহৰক টাৰ্গেট কৰি এৰিছিল ৪০০ ড্ৰোণ, পাকিস্তানে ক’ৰ পৰা ক্ৰয় কৰিছিল এই ড্ৰোণ? ভাৰতে কেনেকৈ এই ড্ৰোণ ধ্বংস কৰিলে? সেনাই দিয়া সবিশেষ তথ্য জানি থওক থোৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.