• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৬ চহৰক টাৰ্গেট কৰি এৰিছিল ৪০০ ড্ৰোণ, পাকিস্তানে ক’ৰ পৰা ক্ৰয় কৰিছিল এই ড্ৰোণ? ভাৰতে কেনেকৈ এই ড্ৰোণ ধ্বংস কৰিলে? সেনাই দিয়া সবিশেষ তথ্য জানি থওক থোৰতে

৩৬ চহৰক টাৰ্গেট কৰি এৰিছিল ৪০০ ড্ৰোণ, পাকিস্তানে ক’ৰ পৰা ক্ৰয় কৰিছিল এই ড্ৰোণ? ভাৰতে কেনেকৈ এই ড্ৰোণ ধ্বংস কৰিলে? সেনাই দিয়া সবিশেষ তথ্য জানি থওক থোৰতে

1 year ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

9 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

9 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

10 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

10 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

10 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

11 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

13 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

14 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

14 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

15 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

16 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৬ চহৰক টাৰ্গেট কৰি এৰিছিল ৪০০ ড্ৰোণ, পাকিস্তানে ক’ৰ পৰা ক্ৰয় কৰিছিল এই ড্ৰোণ? ভাৰতে কেনেকৈ এই ড্ৰোণ ধ্বংস কৰিলে? সেনাই দিয়া সবিশেষ তথ্য জানি থওক থোৰতে

৩৬ চহৰক টাৰ্গেট কৰি এৰিছিল ৪০০ ড্ৰোণ, পাকিস্তানে ক’ৰ পৰা ক্ৰয় কৰিছিল এই ড্ৰোণ? ভাৰতে কেনেকৈ এই ড্ৰোণ ধ্বংস কৰিলে? সেনাই দিয়া সবিশেষ তথ্য জানি থওক থোৰতে

editor by editor
May 9, 2025
in জীৱনশৈলী
0
৩৬ চহৰক টাৰ্গেট কৰি এৰিছিল ৪০০ ড্ৰোণ, পাকিস্তানে ক’ৰ পৰা ক্ৰয় কৰিছিল এই ড্ৰোণ? ভাৰতে কেনেকৈ এই ড্ৰোণ ধ্বংস কৰিলে? সেনাই দিয়া সবিশেষ তথ্য জানি থওক থোৰতে
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ বাজি উঠিছিল ছাইৰেন৷ নামিছিল অন্ধকাৰো৷ নিয়ন্ত্ৰণৰেখা পাৰ হৈ বাৰতৰ ৩৬ খন চহৰক টাৰ্গেট কৰি উৰি আহিছিল ড্ৰোণ৷ তাৰপাছতেই দেৱালীৰ দৰে আকাশত ফুটি উঠিছিল এটাৰ পাছত এটা ড্ৰোণ৷ ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমৰ সন্মুখত শিৰনত কৰিবলৈ বাধ্য হৈছিল পাকিস্তান৷ সংবাদমেল সম্বোধন কৰি ইছলামাবাদৰ লজ্জাজনক কাণ্ডৰ কথা জনালে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে৷

কৰ্নেল ছোফিয়া কুৰেছি আৰু স্কোয়াড্ৰন লিডাৰ বোমিকা সিঙে স্পষ্টকৈ জনাইছে  ৮ মে’ৰ সন্ধিয়া কি কি ঘটিছিল৷ সেনাৰ লৈ ছোফিয়া আৰু বোমিকাই জনাইছে যে ৭ মে’ৰ নিশাৰ পাছতেই আকৌ ৮ মে’ৰ সন্ধিয়া বাৰে বাৰে ভাৰতীয় আকাশ সীমা লঙ্ঘন কৰাৰ চেষ্টা কৰিছিল পাকিস্তানে৷ ভাৰতে নিস্ক্ৰিয় কৰা ড্ৰোণৰ ধ্বংসাৱশেষ পৰীক্ষা কৰি জনা গৈছে সেইসমূহ তুৰ্কীত তৈয়াৰ কৰা ‘Assisguard Songar’ মডেলৰ৷ তুৰ্কীৰ পৰা কিনা প্ৰায় ৩০০-৪০০ এই ড্ৰোণ লৈ আক্ৰমণ চলাইছিল পাকিস্তানে৷

সেনাৰ তৰফৰ পৰা সংবাদমেল আয়োজন কৰি জনোৱা হৈছে, মূলত ভাৰতৰ শক্তি পৰীক্ষা আৰু গুপ্ত তথ্য জানিবলৈকে এই ড্ৰোণ আক্ৰমণ কৰিছিল পাকিস্তানে. প্ৰকৃততে ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমকেই পৰীক্ষা কৰিবলৈ আহিছিল এই ড্ৰোণ৷ কিন্তু তেওঁলোকৰ সমস্ত প্ৰচেষ্টাই ব্যৰ্থ কৰি দিছে সেনাই৷ হামাছ ষ্টাইলেৰে ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ আহিছিল পাকিস্তানে৷

একেলগে সেনাৰ অভিযোগ, নাগৰিক বিমানক ঢাল কৰি এই আক্ৰমণ চলাইছিল পাকিস্তানে৷ এয়াৰ ট্ৰেফিকৰ টাইমিংসহ ছবি লৈ সংবাদমেল কৰিছে কৰ্নেল ছোফিয়া আৰু স্কোয়াড্ৰণ লিডাৰ বোমিকাই জনায় যে এয়াৰ স্পেছ বন্ধ নকৰি আন্তৰ্জাতিক বিমান ওঠানমাৰ মাজতেই ভাৰতৰ উদ্দেশ্যে ড্ৰোণ লঞ্চ কৰিছে পাকিস্তানে৷ সেই প্ৰমাণো দিছে ভাৰতীয় সেনাই৷

জম্মু কাশ্মীৰৰ ত্ৰাংধাৰ, উৰি, পুঞ্জ, মেণ্ডাৰ, ৰাজৌৰি, আখনুৰ, উধমপুৰৰ দৰে স্থানত ড্ৰোণ আক্ৰমণ চলোৱাৰ চেষ্টা কৰিও থমকি ৰব লগা হয়৷ প্ৰচুৰ গুলি, বোমা বৰ্ষণো কৰিছে যাতে ভাৰতীয় সেনাসহ সাধাৰণ মানুহো ক্ষতিগ্ৰস্থ হৈছে৷ এই আক্ৰমণৰ প্ৰতি আক্ৰমণত পাকিস্তানৰ চাৰি স্থানত এয়াৰ ডিফেন্স নষ্ট কৰিবলৈ সক্ষম হৈছে ভাৰতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 14, 2026
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত
জীৱনশৈলী

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

June 14, 2026
Next Post
আপুনিও এইজন জোৱানক দিয়ক এটা চ্যেলুট! দেশৰ বাবে বিবাহৰ লগ্ন লৈ ৰৈ নাথাকি বিবাহ সম্পন্ন কৰি দেশমাতৃৰ হৈ যুঁজিবলৈ ওলাইছে জোৱান প্ৰনৱ গগৈ

আপুনিও এইজন জোৱানক দিয়ক এটা চ্যেলুট! দেশৰ বাবে বিবাহৰ লগ্ন লৈ ৰৈ নাথাকি বিবাহ সম্পন্ন কৰি দেশমাতৃৰ হৈ যুঁজিবলৈ ওলাইছে জোৱান প্ৰনৱ গগৈ

পাকিস্তানৰ দৰে ভাৰত কেতিয়াও দায়িত্বজ্ঞানহীন নহয়! IPL এসপ্তাহৰ বাবে বাতিলৰ লগে লগেই বিদেশী প্লেয়াৰক ঘৰলৈ পঠিওৱাৰ কাম আৰম্ভ কৰিছে BCCIয়ে

পাকিস্তানৰ দৰে ভাৰত কেতিয়াও দায়িত্বজ্ঞানহীন নহয়! IPL এসপ্তাহৰ বাবে বাতিলৰ লগে লগেই বিদেশী প্লেয়াৰক ঘৰলৈ পঠিওৱাৰ কাম আৰম্ভ কৰিছে BCCIয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.