• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনিও এইজন জোৱানক দিয়ক এটা চ্যেলুট! দেশৰ বাবে বিবাহৰ লগ্ন লৈ ৰৈ নাথাকি বিবাহ সম্পন্ন কৰি দেশমাতৃৰ হৈ যুঁজিবলৈ ওলাইছে জোৱান প্ৰনৱ গগৈ

1 year ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

5 minutes ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

1 hour ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

2 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

3 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

4 hours ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

5 hours ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

7 hours ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

8 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আপুনিও এইজন জোৱানক দিয়ক এটা চ্যেলুট! দেশৰ বাবে বিবাহৰ লগ্ন লৈ ৰৈ নাথাকি বিবাহ সম্পন্ন কৰি দেশমাতৃৰ হৈ যুঁজিবলৈ ওলাইছে জোৱান প্ৰনৱ গগৈ

আপুনিও এইজন জোৱানক দিয়ক এটা চ্যেলুট! দেশৰ বাবে বিবাহৰ লগ্ন লৈ ৰৈ নাথাকি মন্দিৰতে বিবাহ সম্পন্ন কৰি দেশমাতৃৰ হৈ যুঁজিবলৈ ওলাইছে জোৱান প্ৰনৱ গগৈ

editor by editor
May 9, 2025
in অসম, জীৱনশৈলী, ভাৰত
0
আপুনিও এইজন জোৱানক দিয়ক এটা চ্যেলুট! দেশৰ বাবে বিবাহৰ লগ্ন লৈ ৰৈ নাথাকি বিবাহ সম্পন্ন কৰি দেশমাতৃৰ হৈ যুঁজিবলৈ ওলাইছে জোৱান প্ৰনৱ গগৈ
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ এই পৰিস্থিতিৰ মাজতে ৰাজ্যৰ এখন বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ দেশ মাতৃৰ আহ্বানত এতিয়া গৌণ বিবাহৰ লগ্ন। নেপাল সীমান্তৰ পৰা ছুটী লৈ নিজৰ বিয়াৰ বাবে নগাঁৱৰ বাসগৃহলৈ আহিছিল SSB জোৱান।কিন্তু পাক সীমান্তত তৎক্ষণাৎ যোগদানৰ নিৰ্দেশ অহাত বিবাহৰ ক্ষণ, লগ্ন বাদ দি মন্দিৰত বিবাহ সম্পন্ন কৰিলে জোৱান গৰাকীয়ে।

আজি বিবাহ সম্পন্ন কৰি অহা কাইলৈ যুদ্ধ উত্তেজনা বিৰাজ কৰা অঞ্চলত কৰ্মত যোগদানৰ বাবে ৰাওনা হ’ব দৰা SSB জোৱান। বি:দ্ৰ: জোৱান জনৰ পৰিয়ালৰ ফালৰ পৰা দৰা কইনাৰ ছবি প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছে।

(দৰাৰ নাম: প্ৰনৱ গগৈ ঘৰ: কন্দলী, নগাঁও)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!
জীৱনশৈলী

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

August 1, 2026
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!
জীৱনশৈলী

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
বিনোদন

Next Post
পাকিস্তানৰ দৰে ভাৰত কেতিয়াও দায়িত্বজ্ঞানহীন নহয়! IPL এসপ্তাহৰ বাবে বাতিলৰ লগে লগেই বিদেশী প্লেয়াৰক ঘৰলৈ পঠিওৱাৰ কাম আৰম্ভ কৰিছে BCCIয়ে

HAROP ৰেই পাকিস্তানক শিক্ষা দিছে ভাৰতে! কিয় পাকিস্তানে ভয় কৰিছে এই ইজৰাইলী ড্ৰোণক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন