চিৰবৈৰী ভাৰত-পাকিস্তানৰ মাজত সুসম্পর্ক। গাঢ় হ’ব ধৰিছে প্ৰধানমন্ত্ৰী মোদী-ইমৰাণ খানৰ বন্ধুত্ব। আঁৰত সংযুক্ত আৰৱ আমিৰশ্বাহী (UAE)। আবুধাবিলৈ গৈছিল এছ জয়শংকৰ আৰু শ্বাহ মাহমুদ কুৰেশ্বী।