• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঁপি উঠিল পাকিস্তান- ভাৰতীয় বীৰ সেনাৰ দপদপনি

কঁপি উঠিল পাকিস্তান- ভাৰতীয় বীৰ সেনাৰ দপদপনি

1 year ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

48 minutes ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

2 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

3 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

3 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

4 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

5 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

5 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

5 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

6 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

7 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কঁপি উঠিল পাকিস্তান- ভাৰতীয় বীৰ সেনাৰ দপদপনি

editor by editor
May 9, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
কঁপি উঠিল পাকিস্তান- ভাৰতীয় বীৰ সেনাৰ দপদপনি
0
SHARES
232
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কঁপি উঠিল পাকিস্তান- ভাৰতীয় বীৰ সেনাৰ দপদপনি

পাকিস্তানৰ ব্যৰ্থ আক্ৰমণৰ উপযুক্ত উত্তৰ দি ভাৰতে পুনৰবাৰ স্পষ্ট কৰি দিছে যে দেশৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব। ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ত বিৰক্ত হৈ পৰা পাকিস্তানে যোৱা ৮ আৰু ৯ মে’ৰ নিশা সীমান্তৰ সিপাৰে সংঘটিত কৰা উত্তেজক কার্যৰ উপযুক্ত উত্তৰ দিছে ভাৰতীয় সেনাই৷ যাৰ ফলত এতিয়া কঁপি উঠিছে পাকিস্তান। ভাৰতীয় বীৰ সেনাই এফালৰ পৰা ধ্বংস কৰি গৈছে।

বৃহস্পতিবাৰে সন্ধিয়া জম্মুৰ সীমান্ত অঞ্চলত পাকিস্তানে নিক্ষেপ কৰা কমেও ৮টা ক্ষেপণাস্ত্ৰ ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাই আকাশৰ মাজভাগত সফলতাৰে শেষ কৰি দিয়ে। সীমান্তত পাকিস্তানৰ প্ৰতিটো কাৰ্যৰ উপযুক্ত উত্তৰ দিয়া দেখা গ’ল ভাৰতীৰ বীৰ সেনাৰ। ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানে সংঘটিত কৰা সকলো ড্ৰ’ন আক্ৰমণৰ উপযুক্ত উত্তৰ দি আকাশৰ মাজত ধ্বংস কৰি পেলালে।

ভাৰতে লাহোৰ, ইছলামবাগ, কৰাচী, ছিয়ালকোট, বাহাৱালপুৰ, পেছাৱাৰ আৰু প’কত কোটলীত দ্ৰুত প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানক উপযুক্ত উত্তৰ দিছে। পাথানকোট বিমান ঘাটিক লক্ষ্য কৰি পাকিস্তানে মিছাইল আৰু ড্ৰোন আক্ৰমণ চলাইছিল যদিও ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্ৰুত আৰু ফলপ্ৰসূ কাৰ্য্যই সকলো আক্ৰমণ বিফল কৰি পেলায়।

পাকিস্তানে নিক্ষেপ কৰা সকলো ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ভাৰতৰ অত্যাধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বিশেষকৈ এছ-৪০০ ‘সুদৰ্শন চক্ৰ’ ব্যৱস্থাৰ দ্বাৰা আকাশৰ মাজত ধ্বংস কৰা হয়। সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ প্ৰতিশোধ নিখুঁত আৰু সুষম। যিকোনো প্ৰৰোচনা বা উত্তেজনা বৃদ্ধিৰ চেষ্টা ভাৰতে কঠোৰভাৱে প্ৰতিহত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Pakistan Warindian armyWar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই
অপৰাধ

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

June 24, 2026
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?
বিনোদন

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

June 24, 2026
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী
অপৰাধ

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

June 24, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
Next Post
ভাৰতীয় সেনাৰ ভয়ত দুটা ভাগত বিভক্ত পাকিস্তানী সেনা! পাক সেনাপ্ৰধান অসীম মুনিৰক অপসাৰণৰ অভিযোগ

ভাৰতীয় সেনাৰ ভয়ত দুটা ভাগত বিভক্ত পাকিস্তানী সেনা! পাক সেনাপ্ৰধান অসীম মুনিৰক অপসাৰণৰ অভিযোগ

প্ৰথমে খোৱাপানীৰ হাহাকাৰ, এতিয়া বানপানীৰ কবলত পাকিস্তান! ভাৰতে খুলি দিছে এটাৰ পাছত এটা নদী বান্ধ

প্ৰথমে খোৱাপানীৰ হাহাকাৰ, এতিয়া বানপানীৰ কবলত পাকিস্তান! ভাৰতে খুলি দিছে এটাৰ পাছত এটা নদী বান্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.