• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষা ব্যৱস্থাত আধুনিকীকৰণ! দেশত মুকলি হ’ব প্ৰথমখন ডিজিটেল বিশ্ববিদ্যালয়, কেনেকৈ কৰিব আবেদন?

শিক্ষা ব্যৱস্থাত আধুনিকীকৰণ! দেশত মুকলি হ’ব প্ৰথমখন ডিজিটেল বিশ্ববিদ্যালয়, কেনেকৈ কৰিব আবেদন?

3 years ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

2 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

2 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

2 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

3 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

3 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

4 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

4 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

4 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

4 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

5 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

5 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শিক্ষা ব্যৱস্থাত আধুনিকীকৰণ! দেশত মুকলি হ’ব প্ৰথমখন ডিজিটেল বিশ্ববিদ্যালয়, কেনেকৈ কৰিব আবেদন?

editor by editor
January 5, 2023
in ভাৰত, শিক্ষা
0
শিক্ষা ব্যৱস্থাত আধুনিকীকৰণ! দেশত মুকলি হ’ব প্ৰথমখন ডিজিটেল বিশ্ববিদ্যালয়, কেনেকৈ কৰিব আবেদন?
0
SHARES
254
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২০-২০২১ ৰ পৰা উচ্চশিক্ষা আৰু অনলাইন শিক্ষা সৰ্বত্ৰতে আৰম্ভ হৈছে৷ কৰ’না মহামাৰীৰ পৰাই ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ডিজিটেলাইজেশ্যন আৰম্ভ হৈছে৷ এই ডিজিটেল মাধ্যমৰ আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২০২৩ ত আৰম্ভ হ’ব ভাৰতৰ প্ৰথমখন ডিজিটেল বিশ্ববিদ্যালয়৷ নতুন বছৰৰ মাজভাগতেই দেশত আৰম্ভ হ’ব নেশ্যনেল ডিজিটেল ইউনিভাৰ্চিটি(NDU)৷ ইয়াৰোপৰি ভাৰততেই প্ৰতিষ্ঠা হ’ব উচ্চশিক্ষা কমিছনো৷

২০২৩ আৰু ২০২৪ চনৰ শিক্ষাবৰ্ষত ছাত্ৰ-ছাত্ৰীসকলে এইখন বিশ্ববিদ্যালয়তেই অধ্যয়ন কৰিব পাৰে৷ ডিজিটেল বিশ্ববিদ্যালয়ত প্ৰাথমিক অৱস্থাত চাৰ্টিফিকেট আৰু ডিপ্লমা কৰ্ছৰ ব্যৱস্থা কৰা হ’ব৷ পৰবৰ্তী শিক্ষাবৰ্ষত ডিগ্ৰীৰো ব্যৱস্থা থাকিব৷ আগন্তুক সময়ত ডিজিটেল বিশ্ববিদ্যালয়েই ভাৰতৰ শিক্ষা ব্যৱস্থাত বিশেষ ভুমিকা ল’ব বুলি শিক্ষাবিদসকলেও মন্তব্য কৰা পৰিলক্ষিত হৈছে৷

শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰা অনুযায়ী ষ্টাডি ওয়েবছ অফ এক্টিভ লাৰ্ণিং ফৰ ইয়াং আস্পাইৰিং মাইণ্ডছ (SWAYAM) প্লেটফৰ্মত বিশ্ববিদ্যালয়ৰ কামকাজ আৰম্ভ হৈছে৷ এই প্লেটফৰ্মত ভাৰ্ছুৱেল কেম্পাছো থাকিব বুলি জনাইছে শিক্ষামন্ত্ৰীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি
ভাৰত

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

June 6, 2026
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
Next Post
দীপিকা-ৰণবীৰেও কৰিছে ফেমিলি প্লেনিং! নতুন বছৰতেই দীপিকা-ৰণবীৰেও দিব নেকি ভাল খবৰ?

দীপিকা-ৰণবীৰেও কৰিছে ফেমিলি প্লেনিং! নতুন বছৰতেই দীপিকা-ৰণবীৰেও দিব নেকি ভাল খবৰ?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.