• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰম দায়িত্বহীনতা! খেল স্তব্ধ হোৱা ২৩ মিনিটক লৈ চলিছে দেশে দেশে চৰ্চা

চৰম দায়িত্বহীনতা! খেল স্তব্ধ হোৱা ২৩ মিনিটক লৈ চলিছে দেশে দেশে চৰ্চা

3 years ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

1 hour ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

2 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

3 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

3 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

4 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

16 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

16 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

17 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

18 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

18 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

19 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰম দায়িত্বহীনতা! খেল স্তব্ধ হোৱা ২৩ মিনিটক লৈ চলিছে দেশে দেশে চৰ্চা

editor by editor
October 3, 2022
in অসম, ক্ৰীড়া, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
চৰম দায়িত্বহীনতা! খেল স্তব্ধ হোৱা ২৩ মিনিটক লৈ চলিছে দেশে দেশে চৰ্চা
0
SHARES
15.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ সফল সমাপ্তি! ঘৰুৱা দলটো বিজয়ী হোৱাত সুখী হৈ পৰিছে প্ৰত্যেকজন ক্ৰিকেট অনুৰাগী৷ হৰা-জিকাতকৈয়ো বাতৰিৰ শিৰোনামত এতিয়া খেল চলি থকাৰ সময়ত সৃষ্টি হোৱা খেলিমেলিৰ হে চৰ্চা৷ বৰ্ষাপাৰা ষ্টেডিয়ামতেই কিয় হয় খেলিমেলি? এইবাৰো প্ৰায় ২৩ মিনিট সময় খেল বন্ধ কৰিব লগা হ’ল সেই সম্পৰ্কে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেশ-বিদেশৰ বহু ক্ৰিকেটাৰৰ লগতে ক্ৰিকেট অনুৰাগীয়েও৷

আগশাৰীৰ কেইবাখনো কাকতৰ ক্ৰীড়া পৃষ্ঠাৰ শিৰোনাম হৈছে ‘গুৱাহাটীত আকৌ খেলিমেলি’৷ বৰ্ষাপাৰাত সূৰ্যকুমাৰ যাদৱেই জিলিকি উঠিল এনে নহয় তাৰ সমান্তৰালভাৱে জিলিকি উঠিল আকস্মিক দুই ঘটনাও৷ প্ৰথমেই টছত জিকি ফিল্ডিং কৰে দক্ষিণ আফ্ৰিকাৰ দলটোৱে৷ ভাৰতীয় দলে প্ৰথমেই বেট ধৰি থকাৰ সময়তে ঘটে অঘটনটো৷ ৰোহিত শৰ্মা আৰু এল কে ৰাহুলে বেটিঙ কৰি থকাৰ সময়তেই হঠাতেই দেখা গ’ল এডাল সাপ৷ সাপ দেখা মাত্ৰকে খেলপথাৰ এৰে দুই দলৰ খেলুৱৈয়ে৷ ততাতৈয়াকৈ সাপটো আঁতৰোৱা হ’ল যদিও প্ৰায় ৭ মিনিটৰ বাবে খেল বন্ধ কৰিবলগা হ’ল৷ সাপ আঁতৰোৱাৰ পিছত খেল পুনৰ আৰম্ভ হ’ল যদিও বিধিৰ-বিপাক পিছৰবাৰ আকৌ লাইটেই বন্ধ হ’ল খেলপথাৰত৷ ইয়াৰ পিছতেই ক্ষোভত ভাঙি পৰি বহু ক্ৰিকেটপ্ৰেমীয়েই ওলাই আহে৷ ইয়াৰ পিছতেই সকলোৰে মুখে মুখে প্ৰশ্ন গুৱাহাটীত খেলিমেলি শেষ নহ’বই নেকি?

সূৰ্যকুমাৰ আৰু বিৰাট কোহলীৰ অধিনায়কত্বত ভাৰতে ২৩৭ ৰাণ সংগ্ৰহ কৰিছিল। দক্ষিণ আফ্ৰিকাই সেই ৰাণটো অনুসৰণ কৰিবলৈ এটাৰ পিছত এটা উইকেট হেৰুৱাই থাকিল। টেম্বা বাভুমাই দেওবাৰে ৰাণ পোৱা নাছিল। দক্ষিণ আফ্ৰিকাই তিনিটা উইকেট হেৰুৱালে। 2.1 অভাৰৰ শেষত, খেলপথাৰৰ এফালে পোহৰ বন্ধ হয়। খেলপথাৰৰ এফালে থকা লেম্পপোষ্টটো বাহিৰলৈ ওলাই যোৱাৰ বাবে খেলখন পুনৰ বন্ধ কৰিব লগা হৈছিল। পোহৰ ঘূৰি আহিবলৈ ১৬ মিনিট সময় লাগে। দুয়োটা দলে সেই সময়ৰ বাবে অপেক্ষা কৰিব লাগিব।

সূৰ্যকুমাৰ আৰু বিৰাট কোহলীৰ অধিনায়কত্বত ভাৰতে এই খেলত ২৩৭ ৰাণ সংগ্ৰহ কৰে। ঘৰুৱা দলটোৰ ভাল প্ৰদৰ্শনৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ দলটোৱে হেৰুৱাই থাকিল এটাৰ পিছত আনটো উইকেট। ইফালে দক্ষিণ আফ্ৰিকাৰ দলটোৱে বেটিং কৰি থাকোতেই ২.১ অভাৰ যাওঁতেই খেলপথাৰৰ এফালে সকলো লাইট বন্ধ হৈ পৰে। খেলপথাৰৰ এফালে থকা লেম্পপোষ্টবোৰ সম্পৰ্ণৰূপে বন্ধ হৈ পৰাত পুনৰ খেল বন্ধ কৰিব লগা হ’ল। লাইটৰ যোগাৰ কৰালৈকে আকৌ ১৬ মিনিট সময় অপেক্ষা কৰিবলগা হ’ল দুয়ো দলেই৷

উল্লেখ্য যে অন্যান্য খেলপথাৰসমূহত ক্ৰিকেট এছ’চিয়েশ্যনে এলইডি লাইট স্থাপন কৰে যাতে পোহৰৰ বাবে খেল বন্ধ হ’ল লগা নহয়৷ কেনেবাকৈ লাইট বন্ধ হ’লেও এক মুহূৰ্ততে ইয়াক জ্বলোৱা সম্ভৱ৷ এখন আন্তৰাষ্ট্ৰীয় খেলৰ আয়োজকে কিয় এই বিষয়টোক গুৰুত্বসহকাৰে লোৱা নাছিল সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন দেশৰ ক্ৰিকেট আয়োজক সন্থাৰ লগতে ক্ৰিকেট অনুৰাগীসকলেও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
Next Post
ACA-এ ক’লে, ‘সাপ ওলোৱা দৃশ্যটোতো Discovery, National geography-ত দেখুৱাব পৰা এটা দৃশ্য’…

ACA-এ ক’লে, ‘সাপ ওলোৱা দৃশ্যটোতো Discovery, National geography-ত দেখুৱাব পৰা এটা দৃশ্য’...

ইন্ধনেই বাধা দিলে… অন্যথা সফল ভাৰতৰ মঙ্গল অভিযান

ইন্ধনেই বাধা দিলে... অন্যথা সফল ভাৰতৰ মঙ্গল অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.