• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মান ৰাখিলে ৰিয়ানে, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়ত বিশেষ ভুমিকা অসম সন্তানৰ, দখল কৰিলে ৩ টা উইকেট

মান ৰাখিলে ৰিয়ানে, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়ত বিশেষ ভুমিকা অসম সন্তানৰ, দখল কৰিলে ৩ টা উইকেট

2 years ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

20 minutes ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

1 hour ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

2 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

2 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

3 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

6 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

7 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

7 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

8 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

8 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মান ৰাখিলে ৰিয়ানে, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়ত বিশেষ ভুমিকা অসম সন্তানৰ, দখল কৰিলে ৩ টা উইকেট

editor by editor
July 28, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া, বিশ্ব, ভাৰত
0
মান ৰাখিলে ৰিয়ানে, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়ত বিশেষ ভুমিকা অসম সন্তানৰ, দখল কৰিলে ৩ টা উইকেট
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মান ৰাখিলে ৰিয়ানে, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়ত বিশেষ ভুমিকা অসম সন্তানৰ, দখল কৰিলে ৩ টা উইকেট

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এতিয়া ক্ৰিকেটৰ ক্ষেত্ৰত এটাই নাম উজলি আছে, সেয়া হৈছে অসমৰ ৰিয়ান। ছাৰপ্ৰাইজ পেকেজ হিচাপে নিজকে দাঙি ধৰিলে ভাৰতীয় ক্ৰিকেট দলৰ বাবে। কালি ২৭ জুলাই তাৰিখে অনুষ্ঠিত হোৱা ভাৰত বনাম শ্ৰীলংকা খেল খনত উজলি উঠে ৰিয়ান পৰাগ।

বেটিঙত বিফল হলেও বলিঙৰ ক্ষেত্ৰত উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ। দখল কৰিলে ৩ টাকৈ উইকেট। যাৰ ফলতেই ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন খেলত জয়ৰ দিশে অতি সহজে আগবাঢ়ে।

অন্তিম পৰ্যায় দিশে আগবাঢ়িছিল খেল। খেল প্ৰায় শ্ৰীলংকাৰ হাতলৈ যোৱাৰ উপক্ৰম। শ্ৰীলংকাৰ দলটোৱে ১৬ অভাৰত ৪ উইকেটত ১৫৮ ৰান সংগ্ৰহ কৰিছিল। এই জটিল মুহূৰ্তত সূৰ্য্যই এক আচৰিত সিদ্ধান্ত লৈ আৰ্শদ্বীপ সিং বা মহম্মদ চিৰাজৰ হাতত উইকেটটো গতাই দিয়ে।

ৰিয়ানেও নিজৰ অধিনায়কক সঠিক বুলি প্ৰমাণ কৰি নিজৰ অভাৰৰ চতুৰ্থ বলত মহেশ তিক্ষিনাক বল কৰে। ইয়াৰ ঠিক আগতে দছুন শনাকাক একেটা অভাৰতে ৰান আউট হৈছিল। এই দুটা উইকেটৰ পিছতে খেলখন ভাৰতৰ হাতলৈ আহে। ১৮ অভাৰত আৰ্ছদীপে আৰু ১৯ অভাৰত ছিৰাজে বলিং কৰে।

এই অভাৰত দুয়োজনে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পিছতে সূৰ্যকুমাৰ যাদৱে আকৌ এবাৰ বল ৰিয়ানৰ হাতত তুলি দিয়ে। খেলখনৰ এই শেষ অভাৰত শ্ৰীলংকাক ৪৪ ৰানৰ প্ৰয়োজন হৈছিল যদিও ৰিয়ানে এক ৰানো নিদি অভাৰৰ প্ৰথম দুটা বলতেই উইকেট দখল কৰি মেচখনৰ অন্ত পেলায়।

যাৰ ফলত এতিয়া উজলি উঠিছে ৰিয়ান। কোনেও নভৱাকৈ বলিং কৰি দখল কৰে ৩ টা কৈ উইকেট। আজিৰ পৰা পূৰ্বে সদায় ৰিয়ান এগৰাকী বেটিং কৰা খেলুৱৈ হিচাপে পৰিচয় দি আহিছিল, পাছে কালিৰ খেল খনত অন্তত এতিয়া অলৰাউণ্ডাৰ নাম পাইছে ৰিয়ানে।

অৱশ্যে কালিৰ খেল খনত বলিঙৰ ক্ষেত্ৰত সফল হলেও বেটিঙত ব্যৰ্থ হয় ৰিয়ান। ৬ টা বলত মাত্ৰ ৭ ৰান কৰি পেভিলিয়ানৰ বাট লয়।

আনহাতে অধিনায়ক হিচাপে প্ৰথমবাৰৰ বাবে সফল হৈ প্ৰমান দাঙি ধৰে সূৰ্যকুমাৰেও। অধিনায়কক চাপত পৰীক্ষা কৰা হয় আৰু সূৰ্য্যকুমাৰ যাদৱে কালিৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। শ্ৰীলংকাৰ বিৰুদ্ধে এনে পৰ্যায়ত সূৰ্যকুমাৰে বলটো ৰিয়ান পৰাগৰ হাতত তুলি দিছিল, যেতিয়া শ্ৰীলংকাৰ বিৰুদ্ধে ৪ অভাৰত ৫৬ ৰানৰ প্ৰয়োজন হৈছিল।

আৰ্ছদীপ সিং আৰু মহম্মদ ছিৰাজৰ দুটাকৈ অভাৰ বাকী আছিল। সকলোৱে ধৰি লৈছিল যে ১৭ নং অভাৰত আৰ্শদীপ সিঙে বলিং কৰিব। কিন্তু সূৰ্য্যই বেলেগ কিবা এটাহে ভাবি আছিল। বল ৰিয়ান পৰাগৰ হাতত গতাই দিওঁতে সকলোৱে আচৰিত হৈ পৰে।

কিন্তু ৰিয়ানেও নিৰাশ নকৰি সেই প্ৰৱল চাপৰ মুহূৰ্তত নিজৰ অধিনায়কৰ মান ৰাখি দেশৰ মান ৰাখি, অসমৰ মান ৰাখি ৩ টাকৈ উইকেট লাভ কৰিছিল। যি টিম ইণ্ডিয়াৰ অতি প্ৰয়োজন আছিল। এই মেচত ভাৰতে জয়লাভ কৰে আৰু ইয়াৰ দ্বাৰা প্ৰমাণিত হ’ল যে সূৰ্য্য দলৰ অধিনায়কত্বৰ বাবে সাজু। উল্লেখ্য যে, প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ এইখনো আছিল প্ৰথমখন মেচ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian CricketRiyanriyan parag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
Next Post
১০ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি, গোলাৱ চান্দ কাটাৰিয়া পাঞ্জাৱৰ ৰাজ্যপাল, অসমৰ ৰাজ্যপাল কোন !

১০ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি, গোলাৱ চান্দ কাটাৰিয়া পাঞ্জাৱৰ ৰাজ্যপাল, অসমৰ ৰাজ্যপাল কোন !

অতিকে শোকাৱহ, IAS হোৱাৰ আশাৰে পুথিভঁৰালত পঢ়ি আছিল, তেনেতে পানী সোমাই আহি প্ৰাণ কাঢ়িলে ৩ ছাত্ৰীৰ

অতিকে শোকাৱহ, IAS হোৱাৰ আশাৰে পুথিভঁৰালত পঢ়ি আছিল, তেনেতে পানী সোমাই আহি প্ৰাণ কাঢ়িলে ৩ ছাত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.