• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুম্বাইৰ মেচত ছাৰা ভাৱী, ছাৰা ভাৱী চিৎকাৰ, ইংগিতেৰে সকলোকে শান্ত কৰোৱাব লগা হয় বিৰাটে

মুম্বাইৰ মেচত ছাৰা ভাৱী, ছাৰা ভাৱী চিৎকাৰ, ইংগিতেৰে সকলোকে শান্ত কৰোৱাব লগা হয় বিৰাটে

2 years ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

14 minutes ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

55 minutes ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

2 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

3 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

4 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

5 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

6 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

6 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

6 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

7 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

7 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মুম্বাইৰ মেচত ছাৰা ভাৱী, ছাৰা ভাৱী চিৎকাৰ, ইংগিতেৰে সকলোকে শান্ত কৰোৱাব লগা হয় বিৰাটে

editor by editor
November 3, 2023
in ক্ৰীড়া, ভাৰত
0
মুম্বাইৰ মেচত ছাৰা ভাৱী, ছাৰা ভাৱী চিৎকাৰ, ইংগিতেৰে সকলোকে শান্ত কৰোৱাব লগা হয় বিৰাটে
0
SHARES
14.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুম্বাইত খেল চাবলৈ কালি উপস্থিত হৈছিল শচীন কন্যা ছাৰা তেণ্ডুলকাৰ। তাতেই খেলত নামিছিল শুভমন গীল। ৯২ ৰানৰ ইনিংছো খেলিছে। ছাৰা আৰু শুভমনৰ সম্পৰ্কক লৈ বিশেষ চৰ্চা চলি থকাৰ সময়তে এইবাৰ মুম্বাইৰ মেচত সমৰ্থক সকলে শুভমনত বিৰক্তও কৰি তুলিছে। অৱশেষত বিৰাটে ইংগিত দিহে সকলোকে শান্ত কৰোৱাব লগা হয়।

ভাৰতীয় দলটোৱে প্ৰথমে বেট ধৰি ৩৫৭ ৰান লয়। ইয়াৰ মাজতেই শুভমন আৰু বিৰাটৰ যুঁটিটোৱে ১৮৯ ৰান ল’বলৈ সক্ষম হয়। শুভমনে ৯২ ৰান আৰু বিৰাটে কৰে ৮৮ ৰান। দুজনেই শতৰানৰ নিচেই কাষত গৈ থমকি ৰ’ব লগা হয়। এই ইনিংছৰ পাছত দুজনেই ফিল্ডিং কৰাও দেখা যায়। ফিল্ডিং কৰি থকাৰ সময়তে দৰ্শকে শুভমনক উদ্দেশ্যি চিৎকাৰ কৰে। প্ৰায়সংখ্যকেই চিঞৰি চিঞৰি কয়, ‘হামাৰি ভাৱী কেইছি হৌ? ছাৰা ভাৱী জেইছী হৌ।’ সেই সময়ত শুভমন কিছু পৰিমানে অন্যমনস্কও হৈ পৰিছিল। এই পৰিস্থিতিক চম্ভালিবলৈকে বিৰাটে দৰ্শকক ইংগিতেৰে মনে মনে থাকিবলৈ কয়। তাৰপিছতেই দৰ্শকে শুভমনৰ নাম ধৰি চিৎকাৰ কৰে।

বৃহস্পতিবাৰে শ্ৰীলংকাক হৰুৱাই বিশ্বকাপৰ ছেমিফাইনেলত খেলাৰ বাবে স্থায়ী হ’ল ভাৰতৰ স্থান। শ্ৰীলংকাক ৩০২ ৰানত হৰুৱাইছে ৰোহিত বাহিনীয়ে। ভাৰতে লোৱা ৩৫৭ ৰানৰ বিপৰীতে শ্ৰীলংকাই লয় মাত্ৰ ৫৫ ৰান। মহম্মদ ছামীয়ে এই মেচত ৫ উইকেট লয়। মহম্মদ চিৰাজে লয় ৩ উইকেট। ইয়াৰোপৰি উইকেট লয় যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাদেজাইয়ো। প্ৰথমবাৰ বিশ্বকাপ খেলিছে শুভমন গীলে। প্ৰথম দুখন মেচত ডেংগুৰ বাবে খেলিব পৰা নাছিল শুভমনে। ইয়াৰপাছতেই ৫খন মেচত তেওঁ অৰ্ধশতক কৰিবলৈ সক্ষম হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

March 19, 2026
Next Post
দীপাৱলীত উপহাৰ ল’লেও কৰ দিব লাগিব আপুনি! জানি থওক কাৰণ

দীপাৱলীত উপহাৰ ল’লেও কৰ দিব লাগিব আপুনি! জানি থওক কাৰণ

নিজস্ব আয়ৰণ ডোম তৈয়াৰ কৰাত ব্যস্ত ভাৰত! শত্ৰুৰ ক্ষেপণাস্ত্ৰ কেনেকৈ আকাশতে ধ্বংস কৰিব ভাৰতীয় আয়ৰণ ডোমে? জানক সবিশেষ

নিজস্ব আয়ৰণ ডোম তৈয়াৰ কৰাত ব্যস্ত ভাৰত! শত্ৰুৰ ক্ষেপণাস্ত্ৰ কেনেকৈ আকাশতে ধ্বংস কৰিব ভাৰতীয় আয়ৰণ ডোমে? জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.