• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐতিহাসিক আৰু সাংস্কৃতিক বন্ধন- ফিজিৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্রমা ৰাজ্যিক মন্ত্ৰী পবিত্র মার্ঘেৰিটা

ঐতিহাসিক আৰু সাংস্কৃতিক বন্ধন- ফিজিৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্রমা ৰাজ্যিক মন্ত্ৰী পবিত্র মার্ঘেৰিটা

10 months ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

21 minutes ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

1 hour ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

2 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

2 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

3 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

3 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

3 hours ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

4 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

21 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

21 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

22 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঐতিহাসিক আৰু সাংস্কৃতিক বন্ধন- ফিজিৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্রমা ৰাজ্যিক মন্ত্ৰী পবিত্র মার্ঘেৰিটা

editor by editor
May 13, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিশ্ব, ভাৰত, ৰাজনীতি
0
ঐতিহাসিক আৰু সাংস্কৃতিক বন্ধন- ফিজিৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্রমা ৰাজ্যিক মন্ত্ৰী পবিত্র মার্ঘেৰিটা
0
SHARES
117
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঐতিহাসিক আৰু সাংস্কৃতিক বন্ধন- ফিজিৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় বৈদেশিক পৰিক্রমা ৰাজ্যিক মন্ত্ৰী পবিত্র মার্ঘেৰিটা

ফিজি ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি ৰাতু নাইকামা লালাবালাভুৱে ২০২৫ চনৰ ১২ মে’ত ষ্টেট হাউছত সৌজন্যতামূলক আহ্বানৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক আদৰণি জনায়।

ৰাষ্ট্ৰপতি লালাবালাভুৱে ফিজি চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰি বিশেষকৈ গিৰমিট দিৱসৰ স্মৃতিচাৰণ অনুষ্ঠানত দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক বন্ধনক পুনৰ দৃঢ় কৰে। তেওঁ কয় যে যদিও ৫৪ বছৰ পূৰ্বে আনুষ্ঠানিকভাৱে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হৈছিল, ভাৰত-ফিজিৰ সংযোগ ভাৰতীয় ইনডেনচাৰ শ্ৰমিকৰ আগমনৰ পৰা ১৪৬ বছৰ আগলৈকে বিস্তৃত হৈ আছে, যাৰ বংশধৰসকলে এতিয়া ফিজিৰ সমাজৰ এক সজীৱ অংশ গঠন কৰিছে।

https://x.com/PmargheritaBJP/status/1921832492467937327

মন্ত্ৰী মাৰ্ঘেৰিটাই ফিজিৰ আতিথ্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি দ্বীপ ৰাষ্ট্ৰক “ঈশ্বৰৰ নিজৰ দেশ” বুলি অভিহিত কৰে।

কেন্দ্ৰীয় বৈদেশিক পৰিক্রমা ৰাজ্যিক মন্ত্ৰী পবিত্র মার্ঘেৰিটাই ফিজিত গিৰমিটসকলৰ আগমনৰ ১৪৬সংখ্যক বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰা গিৰমিট দিৱসত ভাৰতবৰ্ষৰ হৈ অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানটি ফিজিৰ প্ৰধানমন্ত্ৰী ছিটিভেনি ৰাম্বুকা তথা তেখেতৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ গৌৰৱময় উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰে।

Image

ৰাজ্যিক বৈদেশিক মন্ত্ৰীগৰাকীয়ে তেখেতৰ বক্তব্যত এম ভি লিয়নিদাছ জাহাজৰ জৰিয়তে ভাৰতীয় শ্ৰমিকসকলে ( যাক গিৰমিটীয়া বুলি কোৱা হয়) ফিজিত প্রৱেশ কৰাৰ পৰা ফিজিৰ সামাজিক আৰু সাংস্কৃতিক দিশত তেওঁলোকে আগবঢ়োৱা অৰিহণাৰ কথা ব্যক্ত কৰে। ইয়াৰ লগতে ভাষা, বিশ্বাস, সংগীত, উৎসৱৰ জৰিয়তে নিজৰ পৰিচয় ৰক্ষা কৰাত গিৰমিটসকলৰ অপৰিসীম কষ্ট, ত্যাগ আৰু সহনশীলতাক মন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁলোকৰ উত্তৰ প্রজন্মই গৌৰৱপূর্ণ আৰু উজ্জীৱিত ভাৰত-ফিজিয়ান সম্পর্কৰ ভেটি স্থাপন কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

https://x.com/PmargheritaBJP/status/1921749145205010452

প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ ভ্ৰমণৰত দেশৰ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সোমবাৰে ফিজি গণৰাজ্যৰ ৰাষ্ট্ৰপতি লালাবালাভু আৰু প্ৰধানমন্ত্ৰী ৰাম্বুকাৰ সৈতে সুকীয়া সুকীয়াকৈ দুখন বৈঠকত মিলিত হৈ দুয়োখন দেশৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখ্য যে, বিদেশৰ নেতৃবৃন্দক একোখনকৈ বড়ো আৰনায়েৰে সম্ভাষণ জনায় মন্ত্ৰী মাৰ্ঘেৰিটাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: fijiPabitra Margherita
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

March 12, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
Next Post
অৱসৰৰ পাছতেই প্ৰেমানন্দ মহাৰাজৰ কাষত বিৰাট, কেনেকৈ প্ৰেমানন্দ মহাৰাজৰ দৰ্শন লাভ কৰিব? জানক পদ্ধতি

অৱসৰৰ পাছতেই প্ৰেমানন্দ মহাৰাজৰ কাষত বিৰাট, কেনেকৈ প্ৰেমানন্দ মহাৰাজৰ দৰ্শন লাভ কৰিব? জানক পদ্ধতি

শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য, আগন্তুক ১ মাহ সৌভাগ্য উজ্বলিব এই ৫ ৰাশিৰ জাতকৰ

শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য, আগন্তুক ১ মাহ সৌভাগ্য উজ্বলিব এই ৫ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.