• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য, আগন্তুক ১ মাহ সৌভাগ্য উজ্বলিব এই ৫ ৰাশিৰ জাতকৰ

শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য, আগন্তুক ১ মাহ সৌভাগ্য উজ্বলিব এই ৫ ৰাশিৰ জাতকৰ

1 year ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

38 minutes ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

2 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

4 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

5 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

6 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

6 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

7 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

7 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

8 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

9 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য, আগন্তুক ১ মাহ সৌভাগ্য উজ্বলিব এই ৫ ৰাশিৰ জাতকৰ

শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য, আগন্তুক ১ মাহ সৌভাগ্য উজ্বলিব এই ৫ ৰাশিৰ জাতকৰ

editor by editor
May 13, 2025
in জীৱনশৈলী
0
শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য, আগন্তুক ১ মাহ সৌভাগ্য উজ্বলিব এই ৫ ৰাশিৰ জাতকৰ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ বৰ্তমান সূৰ্যই মেষ ৰাশিত অৱস্থান কৰিছে৷ সূৰ্যই এটা এটা ৰাশিত মোটামুটি এমাহ ধৰি অৱস্থান কৰে৷ আগন্তুক ১৫ মে’ত সূৰ্যই মেষ ৰাশি এৰি বৃষ ৰাশিত গোচৰ কৰিব৷ বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ অৰ্থাৎ ঠিক দুদিন পাছতেই শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য৷ শুক্ৰ আৰু সূৰ্য পৰস্পৰৰ বন্ধু গ্ৰহ৷ জ্যোতিষ গণনাই কৈছে যে বৃষ ৰাশিত সূৰ্যৰ গোচৰৰ ফলত অৰ্থ, খ্যাতি, প্ৰতিপত্তি আৰু সাফল্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক এই তালিকাত কোন কোন আছে?

বৃষ ৰাশি

সূৰ্যই বৃষ ৰাশিত আহিলে এই ৰাশিৰ জাতকৰ সন্মুখত উন্নতিৰ পথ খুলিব৷ সূৰ্যৰ প্ৰভাৱত ডাঙৰ কোনো সাফল্য লাভ কৰিব পাৰে৷ শাৰীৰিক কিছু বিষ বেদনা সহ্য কৰিব লগা হ’ব পাৰে আপুনি৷ চৰকাৰী প্ৰকল্পত ৰৈ থকা ধন এই সময়ত লাভ কৰিব৷ আৰ্থিক ভাৱে লাভৱান হব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ গোচৰে বৃহৎ সাফল্য আনিব৷ এই সময়ত আপুনি সকলো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ পৰিয়ালৰ প্ৰবীণ সদস্যৰ সমৰ্থন থাকিব আপোনাৰ প্ৰতি৷ সন্তানৰ দায়িত্ব সফলভাৱে পালন কৰিবলৈ সক্ষম হব৷ পৰিয়ালত শিশুৰ আগমন হব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ সূৰ্যৰ গোচৰৰ প্ৰভাৱত সকলো দিশৰ পৰা সাফল্য পাব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ কামৰ প্ৰসাৰ ঘটিব৷ অফিচত প্ৰমোছন পাব পাৰে৷ সমাজত সন্মান লাভ কৰিব৷ মাটি সংক্ৰান্তিয় আইনী সমস্যা থাকিলে দূৰ হব৷ নতুন বাহন কিনাৰ যোগ আছে৷ অৰ্থলাভ হব৷

ধনু ৰাশি

সূৰ্যৰ গোচৰৰ আশীৰ্বাদত ধনু ৰাশিৰ জাতকৰ জীৱন আনন্দৰ হব৷ এই সময়ত আপুনি নিজৰ গোপন শত্ৰুক পৰাজিত কৰিব৷ আইনী গোচৰত জয়ী হব৷ চৰকাৰী বা প্ৰশাসনিক কামত লাভৱান হব ধনু ৰাশিৰ জাতক৷ কিছু ক্লান্ত থাকিব৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷ গৱেষণাৰ কামত সাফল্য পাব৷

মকৰ ৰাশি

সূৰ্যৰ গোচৰৰ ফলত অভাৱনীয় সাফল্য পাব মকৰ ৰাশিৰ জাতকে৷ ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষকৈ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে, তেওঁলোকৰ বাবে এই সময় খুবেই ভাল৷ নতুন চাকৰি লাভৰ যোগ আছে৷ উচ্চশিক্ষাৰ কাৰমে বিদেশযাত্ৰা কৰিব পাৰে৷ চৰকাৰী প্ৰকল্পত সাফল্য পাব পাৰে? ৰাজনীতিক সৈতে যুক্ত ব্যক্তিয়ে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
Next Post
এই তিনি সূত্ৰতেই গঁথা আছে নতুন ভাৰতৰ জীৱন! কি এই তিনি সূত্ৰ? পঞ্জাৱৰ বিমানঘাঁটিৰ পৰা সন্ত্ৰাসবাদ আৰু পাকিস্তানক কেইবাটাও ধমক প্ৰধানমন্ত্ৰী মোদীৰ

এই তিনি সূত্ৰতেই গঁথা আছে নতুন ভাৰতৰ জীৱন! কি এই তিনি সূত্ৰ? পঞ্জাৱৰ বিমানঘাঁটিৰ পৰা সন্ত্ৰাসবাদ আৰু পাকিস্তানক কেইবাটাও ধমক প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰীৰ প্ৰিয় এই পাচলি খালেই বাঢ়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, কি কি উপকাৰী গুণ আছে এই পাচলিৰ?

প্রধানমন্ত্ৰীৰ প্ৰিয় এই পাচলি খালেই বাঢ়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, কি কি উপকাৰী গুণ আছে এই পাচলিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.