• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্রধানমন্ত্ৰীৰ প্ৰিয় এই পাচলি খালেই বাঢ়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, কি কি উপকাৰী গুণ আছে এই পাচলিৰ?

প্রধানমন্ত্ৰীৰ প্ৰিয় এই পাচলি খালেই বাঢ়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, কি কি উপকাৰী গুণ আছে এই পাচলিৰ?

1 year ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

8 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

9 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

9 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

9 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

10 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

11 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

12 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

13 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

13 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

14 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

15 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্রধানমন্ত্ৰীৰ প্ৰিয় এই পাচলি খালেই বাঢ়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, কি কি উপকাৰী গুণ আছে এই পাচলিৰ?

প্রধানমন্ত্ৰীৰ প্ৰিয় এই পাচলি খালেই বাঢ়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, কি কি উপকাৰী গুণ আছে এই পাচলিৰ

editor by editor
May 13, 2025
in জীৱনশৈলী
0
প্রধানমন্ত্ৰীৰ প্ৰিয় এই পাচলি খালেই বাঢ়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, কি কি উপকাৰী গুণ আছে এই পাচলিৰ?
0
SHARES
538
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰামিষভোজী৷ কিন্তু তেওঁৰ ডায়েটত খুবেই আচৰিত কিছু খাদ্য থাকে৷ তেওঁ মাছৰুম খাই খুবেই পছন্দ কৰে৷ কেৱল মাছৰুমেই নহয়, ছজিনাও তেওঁৰ খাদ্য তালিকাত থাকে৷ কিন্তু কিয় ডায়েটত ছজিনা ৰাখে নৰেন্দ্ৰ মোদীয়ে জানিলে আচৰিত হব আপুনি৷ ছজিনাত থাকে ভৰপুৰ ভিটামিন, মিনাৰেল আৰু এণ্টিঅক্সিডেণ্ট৷ নিয়মিত ছজিনা খালে শৰীৰৰ বিভিন্ন সমস্যা দূৰ হয়৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

ছজিনাত প্ৰচুৰ পৰিমানে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷ যিয়ে বিভিন্ন ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ কৰে৷ এণ্টিঅক্সিডেণ্টে শৰীৰৰ কোষক ফ্ৰি ৰেডিকেলৰ পৰা ৰক্ষা কৰে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাক আৰু শক্তিশালী কৰি তোলে৷ নিয়মিত ছজিনা খালে সাধাৰণ চৰ্দি, কাঁহ আৰু ফ্লুৰ দৰে সংক্ৰমণৰ পৰা ৰক্ষা পোৱা যায়৷

হজম শক্তিৰ উন্নতি হয়

ছজিনা ফাইবাৰৰ উৎস৷ ফাইবাৰে হজম ক্ষমতা বঢ়াই আৰু কোষ্টকাঠিন্য দূৰ কৰাত সহায় কৰে৷ ই খাদ্যনলী পৰিষ্কাৰ ৰখাত সহায় কৰে৷ ছজিনাই পেটৰ সমস্যা যেনে গেছ, পেট ফুলা আৰু বদহজম কমোৱাত সহায় কৰে৷ ইয়াৰোপৰি পেটৰ আলছাৰ আৰু গেষ্ট্ৰাইটিজৰ দৰে সমস্যাৰ পৰাও আৰাম দিব পাৰে৷ নিয়মিত ছজিনা খালে হজম প্ৰক্ৰিয়া ভাল হয় আৰু পেট সুস্থ থাকে৷

ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে

ছজিনাত তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ ইয়াত ক্লোৰোজেনিক এছিড থাকে যিয়ে ইনছুলিনৰ কাৰ্যকাৰিতা বঢ়োৱাত সহায় কৰে আৰু তেজত গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ ডায়বেটিছ ৰোগীৰ বাবে ছজিনা খুবেই উপকাৰী, কাৰণ ই প্ৰাকৃতিক উপায়েৰে তেজত শৰ্কৰাৰ পৰিমাণ কমোৱাত সহায় কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
Next Post
হনুমানৰ বিশেষ পছন্দৰ এই ৫ৰাশি! বিপদে আপদে সকলো সময়তে বজৰংবলীয়ে ৰক্ষা কৰে এওঁলোকক

হনুমানৰ বিশেষ পছন্দৰ এই ৫ৰাশি! বিপদে আপদে সকলো সময়তে বজৰংবলীয়ে ৰক্ষা কৰে এওঁলোকক

অতিৰিক্ত চুলি সৰিছে? সাৱধান হওক, শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ ঘাটিতেই হ’ব পাৰে এই সমস্যা

অতিৰিক্ত চুলি সৰিছে? সাৱধান হওক, শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ ঘাটিতেই হ’ব পাৰে এই সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.