• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱসৰৰ পাছতেই প্ৰেমানন্দ মহাৰাজৰ কাষত বিৰাট, কেনেকৈ প্ৰেমানন্দ মহাৰাজৰ দৰ্শন লাভ কৰিব? জানক পদ্ধতি

অৱসৰৰ পাছতেই প্ৰেমানন্দ মহাৰাজৰ কাষত বিৰাট, কেনেকৈ প্ৰেমানন্দ মহাৰাজৰ দৰ্শন লাভ কৰিব? জানক পদ্ধতি

1 year ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

7 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

7 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

8 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

8 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

9 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

10 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

10 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

11 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

12 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

12 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

13 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৱসৰৰ পাছতেই প্ৰেমানন্দ মহাৰাজৰ কাষত বিৰাট, কেনেকৈ প্ৰেমানন্দ মহাৰাজৰ দৰ্শন লাভ কৰিব? জানক পদ্ধতি

অৱসৰৰ পাছতেই প্ৰেমানন্দ মহাৰাজৰ কাষত বিৰাট, কেনেকৈ প্ৰেমানন্দ মহাৰাজৰ দৰ্শন লাভ কৰিব? জানক পদ্ধতি

editor by editor
May 13, 2025
in জীৱনশৈলী
0
অৱসৰৰ পাছতেই প্ৰেমানন্দ মহাৰাজৰ কাষত বিৰাট, কেনেকৈ প্ৰেমানন্দ মহাৰাজৰ দৰ্শন লাভ কৰিব? জানক পদ্ধতি
0
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১২ মে’ত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে বিৰাট কোহলিয়ে৷ তাৰপাছতেই তেওঁ বৃন্দাবনলৈ ৰাওনা হৈছে৷ অৰ্থাৎ আজি প্ৰেমানন্দ মহাৰাজক দৰ্শন কৰিলে কোহলি আৰু তেওঁৰ পত্নী অনুষ্কাই৷ ইয়াৰ পূৰ্বেও দুই সন্তানক লৈ প্ৰেমানন্দজী মহাৰাজৰ দৰ্শন কৰিছিল বিৰাট-অনুষ্কাই৷  ৰাধাৰানীক পৰম ভক্ত প্ৰেমানন্দজীৰ লক্ষ্য লক্ষ্য ভক্ত আছে বিশ্বজুৰি৷ তেওঁক এবাৰ চাবৰ বাবেই প্ৰতিদিনে হাজাৰ হাজাৰ মানুহে ভিৰ কৰে৷ জানি থওক কেনেকৈ তেওঁক দৰ্শন কৰিব পাৰিব আপুনি?

প্ৰেমানন্দ মহাৰাজৰ পদযাত্ৰা

বৃন্দাবনৰ ৰাধা কেলি কুঞ্জ মোহান্ত প্ৰেমানন্দ মহাৰাজে প্ৰতিদিনে নিশা পদযাত্ৰা কৰে৷ এই সময়ত তেওঁ সাধাৰণ দৰ্শনাৰ্থীক সাক্ষাৎ কৰে৷ এই সময়তেই প্ৰতিদিনে হাজাৰ হাজাৰ মানুহে লাইনত থিয় হৈ প্ৰেমানন্দ মহাৰাজৰ দৰ্শন লাভৰ চেষ্টা কৰে৷ এই সময়ত অগণিত ভক্তই ভিৰ কৰে৷ যাত্ৰীক সুৰক্ষা দিবৰ বাবেই স্থানীয় আৰক্ষীয়ে তাত পহৰাও দিব লাগে৷ ৰাধাকুঞ্জৰ পৰা নিশা ২ বজাত বাহিৰ হৈ প্ৰতিদিনে ৩ কিঃমিঃ পথ পদযাত্ৰা কৰে প্ৰেমানন্দ মহাৰাজে৷ এই সময়ত তেওঁৰ পদধূলা পাবলৈকে ভিৰ কৰে ভক্তই৷

কেনেকৈ পাব প্ৰেমানন্দ মহাৰাজৰ দৰ্শন?

প্ৰেমানন্দজীৰ দৰ্শন পাবলৈ আপুনি বৃন্দাবনৰ শ্ৰী ৰাধাকেলি কুঞ্জৰ ওচৰত নিশা ডেৰ বজাত উপস্থিত হব লাগে৷ ইছকন মন্দিৰৰ কাষৰ পৰা ভক্তিবেদান্ত হাস্পতালৰ কাষতেই প্ৰেমানন্দজীৰ আশ্ৰম৷ প্ৰতি নিশা পৰিক্ৰমা ৰোডেৰে পদযাত্ৰা কৰে তেওঁ৷ তেওঁৰ দৰ্শন পাবলৈ আপুনি হাতত অন্তত দুদিন সময় ল’ব লাগে৷ প্ৰেমানন্দজীৰ পদযাত্ৰাত অংশ লোৱাৰ ওপৰিও তেওঁৰ ভজনো আপোনালোকে শুনিবলৈ পাব৷

ভক্তসকলৰ টোকেন বিল

আশ্ৰমৰ পৰা প্ৰতিদিনে পুৱা ৯ বাজি ৩০ মিনিটত ভক্তসকলৰ মাজত টোকেন বিলোৱা হয়৷ টোকেন সংগ্ৰহ কৰি আপুনি তাৰ পিছৰ দিনা প্ৰেমানন্দজীক দৰ্শন কৰিব পাৰে৷ এই টোকেন লাভৰ বাবে আধাৰ কাৰ্ড থকাটো জৰুৰী৷ মহাৰাজজীৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিব বিচাৰিলে তাৰবাবে পৃথক টোকেন পোৱা যায়৷ পূৰ্বৰ দিনা এই টোকেন সংগ্ৰহ কৰি পিছৰ দিনা পুৱা ৬.৩০ মিনিটত আশ্ৰমত এঘণ্টা প্ৰেমানন্দজীৰ সৈতে কথা পাতিব পাৰি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
Next Post
শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য, আগন্তুক ১ মাহ সৌভাগ্য উজ্বলিব এই ৫ ৰাশিৰ জাতকৰ

শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য, আগন্তুক ১ মাহ সৌভাগ্য উজ্বলিব এই ৫ ৰাশিৰ জাতকৰ

এই তিনি সূত্ৰতেই গঁথা আছে নতুন ভাৰতৰ জীৱন! কি এই তিনি সূত্ৰ? পঞ্জাৱৰ বিমানঘাঁটিৰ পৰা সন্ত্ৰাসবাদ আৰু পাকিস্তানক কেইবাটাও ধমক প্ৰধানমন্ত্ৰী মোদীৰ

এই তিনি সূত্ৰতেই গঁথা আছে নতুন ভাৰতৰ জীৱন! কি এই তিনি সূত্ৰ? পঞ্জাৱৰ বিমানঘাঁটিৰ পৰা সন্ত্ৰাসবাদ আৰু পাকিস্তানক কেইবাটাও ধমক প্ৰধানমন্ত্ৰী মোদীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.