• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীমান্তত উত্তেজনাৰ মাজতে ভাৰতীয় নৌসেনাৰ শক্তি প্ৰদৰ্শন, পুনৰ মিছাইল…

সীমান্তত উত্তেজনাৰ মাজতে ভাৰতীয় নৌসেনাৰ শক্তি প্ৰদৰ্শন, পুনৰ মিছাইল…

1 year ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

5 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

41 minutes ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

1 hour ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

2 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

3 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

4 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

5 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

7 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সীমান্তত উত্তেজনাৰ মাজতে ভাৰতীয় নৌসেনাৰ শক্তি প্ৰদৰ্শন, পুনৰ মিছাইল…

editor by editor
April 27, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
সীমান্তত উত্তেজনাৰ মাজতে ভাৰতীয় নৌসেনাৰ শক্তি প্ৰদৰ্শন, পুনৰ মিছাইল…
0
SHARES
225
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সীমান্তত উত্তেজনাৰ মাজতে ভাৰতীয় নৌসেনাৰ শক্তি প্ৰদৰ্শন, পুনৰ মিছাইল…

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। তাৰ বিপৰীতে শেহতীয়াকৈ ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজসমূহে কেইবাটাও সফল জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই সন্দৰ্ভত তথ্য দি ভাৰতীয় নৌসেনাৰ মুখপাত্ৰগৰাকীয়ে লিখে, “জাহাজসমূহে দীৰ্ঘ দূৰত্বৰ নিখুঁত আক্ৰমণৰ বাবে প্লেটফৰ্ম, ব্যৱস্থা আৰু ক্ৰুৰ প্ৰস্তুতি পুনৰ প্ৰমাণীকৰণ আৰু প্ৰদৰ্শনৰ বাবে একাধিক সফল জাহাজ বিৰোধী মিছাইল পৰীক্ষণ কৰে। ভাৰতীয় নৌসেনা যিকোনো সময়তে, যিকোনো ঠাইতে, যিকোনো প্ৰকাৰে জাতিটোৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ যুদ্ধৰ বাবে সাজু।”

https://x.com/AHindinews/status/1916353677624857019

ইয়াৰ পূৰ্বে ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আই এন এছ ছুৰাটে আৰব সাগৰত মিডিয়াম ৰেঞ্জ ছাৰ্ফেচ টু এয়াৰ মিছাইল (এম আৰ-এছ এ এম) এয়াৰ ডিফেন্স মিছাইল ব্যৱস্থাৰ সফল পৰীক্ষামূলক নিক্ষেপ কৰিছিল।

ভাৰতীয় নৌসেনাই এক্সত লিখিছে, ‘ভাৰতীয় নৌসেনাৰ শেহতীয়া থলুৱাভাৱে নিৰ্মিত গাইডেড মিছাইল ধ্বংসকাৰী জাহাজ আই এন এছ ছুৰাটে সফলতাৰে সাগৰক লক্ষ্য কৰি পৰীক্ষা কৰিছিল, যি ভাৰতৰ বাবে প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India AttackIndia PakistanmissilePahalgam AttackPakistan Terror
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
ভয়ংকৰ বিস্ফোৰণ, ২৫ লৈ বৃদ্ধি নিহতৰ সংখ্যা, ৭০০ৰো অধিক আহত

ভয়ংকৰ বিস্ফোৰণ, ২৫ লৈ বৃদ্ধি নিহতৰ সংখ্যা, ৭০০ৰো অধিক আহত

বিশ্বৰ সবাতোকৈ কঠিন ৩ অভিযান্ত্ৰিক শিক্ষা, য’ত পঢ়িলেই লাভ কৰিব কোটি টকাৰ চাকৰি

বিশ্বৰ সবাতোকৈ কঠিন ৩ অভিযান্ত্ৰিক শিক্ষা, য'ত পঢ়িলেই লাভ কৰিব কোটি টকাৰ চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.