• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ সামৰিক শক্তিত সংযোজিত নতুন শক্তি ‘ভাৰ্গৱাস্ত্ৰ’, ওড়িশাত সফল পৰীক্ষণ, কি এই ‘ভাৰ্গৱাস্ত্ৰ’!

10 months ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

37 minutes ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

10 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

11 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

12 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

13 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

14 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

15 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

16 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ সামৰিক শক্তিত সংযোজিত নতুন শক্তি ‘ভাৰ্গৱাস্ত্ৰ’, ওড়িশাত সফল পৰীক্ষণ, কি এই ‘ভাৰ্গৱাস্ত্ৰ’!

editor by editor
May 14, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতৰ সামৰিক শক্তিত সংযোজিত নতুন শক্তি ‘ভাৰ্গৱাস্ত্ৰ’, ওড়িশাত সফল পৰীক্ষণ, কি এই ‘ভাৰ্গৱাস্ত্ৰ’!
0
SHARES
823
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ সামৰিক শক্তিত সংযোজিত নতুন শক্তি ‘ভাৰ্গৱাস্ত্ৰ’, ওড়িশাত সফল পৰীক্ষণ, কি এই ‘ভাৰ্গৱাস্ত্ৰ’!

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰাৰ পিছত পাকিস্তানে ড্ৰোন আৰু মিছাইল ব্যৱহাৰ কৰি আক্ৰমণ চলাইছিল। ভাৰতীয় সেনাই সংবাদমেলত এই কথাও প্ৰকাশ কৰিছিল যে পাকিস্তানৰ পৰা প্ৰেৰণ কৰা প্ৰায় ৪০০ ড্ৰ’ন পশ্চিম সীমান্তত আকাশতে ধ্বংস কৰিছিল ভাৰতে।

ভাৰতে পাকিস্তানৰ সকলো আক্ৰমণ বিফল কৰিছিল। ভাৰতৰ শক্তিৰ হাতত একেবাৰে শূণ্য হৈ পৰে পাকিস্তান।

১৪ মে’ বুধবাৰ আজি ভাৰতৰ শক্তিত সংযোজিত হল আন এক শক্তি। ‘ভাৰ্গৱাস্ত্ৰ’ নামৰ এক শক্তি এতিয়া ভাৰতৰ সামৰিক শক্তিৰ নতুন অস্ত্ৰ। ই এটা ড্ৰোণ প্ৰতিৰোধী ব্যৱস্থা।

আজি ওড়িশাৰ গোপালপুৰত দেশতে নিৰ্মিত এই এণ্টি ড্ৰ’ন ব্যৱস্থা ‘ভাৰ্গৱাস্ত্ৰ’ সফলতাৰে পৰীক্ষা কৰিলে। একেলগে একাধিক ড্ৰ’নত আঘাত কৰিবলৈ সক্ষম হোৱা কাউণ্টাৰ ড্ৰ’ন চিষ্টেম ‘ভাৰ্গৱাস্ত্ৰ’ৰ সফলতা এতিয়া ভাৰতৰ বাবে বৃহৎ সংযোজন।

এই কাউণ্টাৰ ড্ৰ’ন ব্যৱস্থাত ব্যৱহৃত মাইক্ৰ’ ৰকেটৰ ব্যাপক পৰীক্ষা গোপালপুৰৰ ছিৱাৰ্ড ফায়াৰিং ৰেঞ্জত কৰা হৈছিল। পৰীক্ষাৰ সময়ত ই সকলো নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BhargavastraIndia PakIndian PowerNew Power
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
Next Post
চিকিউৰিটি গাৰ্ডৰ কন্যাই কঠোৰ পৰিশ্ৰমেৰে UPSC হিন্দী মিডিয়ামত শীৰ্ষত

চন্দ্ৰৰ শনিৰ ৰাশিত প্ৰৱেশ, এই ৩ ৰাশিৰ জীৱনলৈ চাকৰি, স্বাস্থ্য আৰু ধনৰ আগমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন