• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

5 months ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

6 minutes ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

44 minutes ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

1 hour ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

2 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

3 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

3 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

6 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

7 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

8 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

9 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

editor by editor
May 25, 2026
in অপৰাধ, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাছাজ পাৰ্লাৰলৈ আপুনিও যায় নেকি? এতিয়াৰে পৰা মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক৷ অষ্ট্ৰেলিয়াৰ এডিলেড মাছাজ পাৰ্লাৰত মাছাজ ল’বলৈ অহা ৬১ বছৰীয়া এগৰাকী নাৰীৰ ওপৰত যৌন আতিহায্য চলোৱাৰ অভিযোগ উঠিছে ভাৰতীয় বংশোদ্ভূত এগৰাকী ভুৱা মাছাজ থেৰাপিষ্টৰ ওপৰত৷ মাছাজ থেৰাপিষ্টগৰাকীক ১৩ বছৰ ১০ মাহৰ কাৰাদণ্ডও দিছে এতিয়া স্থানীয় আদালতে৷ ৩৯ বছৰ বয়সীয়া সুমিত সতীশ ৰস্তোগী নামৰ এগৰাকী ব্যক্তিয়ে ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২২ চনৰ জুলাই মাহৰ ভিতৰত এডিলেডৰ গ্লেনেলগ চহৰৰ এখন মাছাজ চেণ্টাৰত এই নৃশংস অপৰাধ ঘটাইছে৷ তেওঁৰ বিৰুদ্ধে অনা ৯৭টা অভিযোগৰ আটাইকেইটাই তেওঁ আদালতত স্বীকাৰ কৰিছে৷ যাৰ ভিতৰত ৫৫ টা আপত্তিকৰ ভিডিঅ’ আৰু ৪২ টা গুৰুতৰ যৌন নিৰ্যাতলৰ গোচৰ তেওঁৰ বিৰুদ্ধে উঠিছে৷ ২০১১ চনত দিল্লীৰ পৰা অষ্ট্ৰেলিয়ালৈ যোৱা সুমিতে মূলত কোনো প্ৰতিষ্ঠানিক যোগ্যতা অবিহনেই মাছাজ থেৰাপিষ্ট হিচাপে কাম আৰম্ভ কৰিছিল৷ আৰু ২০২২ চনৰ জুলাই মাহলৈকে এই কাম কৰি গৈছিল৷ অৱশেষত ২০২২ চনৰ জুলাই মাহত একাধিক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সুমিতক গ্ৰেপ্তাৰ কৰিছে৷

বিচাৰ চলাৰ সময়ত আদালতত উপস্থিত হৈ ভুক্তভোগী নাৰীয়ে তেওঁলোকৰ মানসিক ট্ৰমা আৰু যন্ত্ৰণাৰ কথা তুলি ধৰিছে৷ তেওঁলোকৰে এজনে জনায় যে বিবাহৰ পাছত হানিমুন উদযাপন কৰিবলৈ আহি তেওঁ এই পৈশাচিক নিৰ্যাতনৰ চিকাৰ হয়৷ জীৱনৰ অন্যতম আনন্দময় সময়ত তেওঁৰ ওচৰত এক ভয়ানক দুঃস্বপ্ন কঢ়িয়াই আনে অভিযুক্ত সুমিতে৷ এই ঘটনাৰ পাছৰে পৰা তেওঁ চিকিৎসক বা ফিজিঅ’থেৰাপিষ্টৰ দৰে কোনো পুৰুষ চিকিৎসাকৰ্মীকেই আৰু বিশ্বাস কৰিব পৰা নাই৷ এই ঘটনাই তেওঁলোকৰ দাম্পত্য জীৱনতো নেতিবাচক প্ৰভাৱ পেলাইছে৷ অন্য এজন ভুক্তভোগীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে ঘটনাৰ পৰা দীৰ্ঘ ১২৭১ দিন পাৰ হৈ গলেও আইনী প্ৰক্ৰিয়া শেষ হোৱাত দেৰী হোৱাৰ বাবে মানসিকভাৱে স্বাভাৱিক জীৱন এতিয়াও ঘূৰাই আনিব পৰা নাই, আনকি কোনো থেৰাপিও ল’ব পৰা নাই৷ সুমিতে আদালতত ক্ষমা বিচাৰিলেও ভুক্তভোগীয়ে সেয়া প্ৰত্যাখ্যন কৰি কয়, ‘এয়া কোনো অনুশোচনা নহয়, বৰং নিজৰ অপৰাধ ঢকাৰ অজুহাত মাত্ৰ৷’

সুমিতৰ অধিবক্তাই আদালতত তুলি ধৰা যুক্তি অনুসৰি ভয়াৰিষ্টিক ডিছঅৰ্ডাৰ বা গোপনে নাৰীৰ নগ্ন শৰীৰ চাই যৌন উত্তেজনা অনুভৱ কৰাৰ এক ধৰণৰ মানসিক ব্যাধিত আক্ৰান্ত সুমিত৷ আৰু কাৰাগাৰত ইয়াৰ সঠিক চিকিৎসা সম্ভৱ নহয়৷ সেয়ে ছাউথ অষ্ট্ৰেলিয়াৰ জিলা আদালতৰ বিচাৰক কাৰমেন মাতেও স্পষ্টকৈ জনাই দিয়ে যে এই ৰোগ সুমিতৰ অপৰাধৰ এক ক্লিনিকেল বাখ্যা হ’ব পাৰে৷ কিন্তু আমি কোনোভাৱে তেওঁক দায়মুক্তি কৰাব নোৱাৰে৷ ৰায় দিয়াৰ সময়ত বিচাৰকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে সেৱা ল’বলৈ অহা সেই নাৰীয়ে সুমিতক বিশ্বাস কৰিছিল আৰু তেওঁৰ পৰা নিৰাপত্তা আৰু সন্মান পোৱাৰ পূৰ্ণ অধিকাৰো তেওঁৰ আছিল৷ সুমিতৰ আচৰণক অনিয়ন্ত্ৰিত আৰু চৰম শোষণৰ সৈতে তুলনা কৰি বিচাৰকে কয়, দিনে দিনে তেওঁৰ সাহস ইমানেই বাঢ়ি গৈছিল যে ২০২২ চনৰ জুনৰ পৰা জুলাই মাহৰ ভিতৰত চূড়ান্ত পৰ্যায়ত উপনীত হৈ আৰক্ষীৰ হাতত ধৰা পৰাৰ আগমুহূৰ্তলৈকে নিজকে কন্ট্ৰলেই কৰিব পৰা নাছিল৷

সকলো দিশ বিবেচনা কৰি আদালতে সুমিতক প্ৰায় ১৪ বছৰৰ কাৰাদণ্ড দিয়ে৷ যাৰ ভিতৰত অন্তত ১০বছৰ ১০ মাহ সুমিত পেৰোল বা জামিনবিহীন ধাৰাত কাৰাগাৰত থাকিব লাগিব৷ যিহেতু ২০২২ চনত গ্ৰেপ্তাৰৰ পাছৰে পৰাই সুমিত কাৰাগাৰতে আছে তেন্তে সেই হিচাপ অনুসৰি ২০৩৫ চনলৈকে পেৰোলৰ আবেদন কৰাৰো সুযোগ নাই৷ ২০৩৫ৰ পাছতহে জামিনৰ আবেদন কৰিব পাৰিব৷ কাৰাবাসৰ সময় শেষ হোৱাৰ পাছত অষ্ট্ৰেলিয়াত থকাৰ অধিকাৰ হেৰুৱাব সুমিতে৷ কাৰাবাসৰ পৰা মুক্তি পালেই অষ্ট্ৰেলিয়া কৰ্তৃপক্ষই সুমিতক ভাৰতলৈ ডিপোৰ্ট কৰিব বুলিও আদালত সূত্ৰই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!
জীৱনশৈলী

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

October 17, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

October 17, 2026
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!
শিক্ষা

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

October 17, 2026
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?
বাণিজ্য

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

October 17, 2026
Next Post
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.