• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

4 months ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

34 minutes ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

1 hour ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

2 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

4 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

4 hours ago
শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

শীঘ্ৰে আহিব পৰিৱৰ্তন, সলনি হ’ব ভাগ্য, আজিয়েই মজবুত কৰক চন্দ্ৰ!

5 hours ago
মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

মাতৃ হোৱাৰ হাবিয়াস! বলীউডৰ অভিনেত্ৰী কৃতি চেননে সংৰক্ষণ কৰিলে ডিম্বানু

6 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

মুখৰ অত্যন্ত দুৰ্গন্ধ, এয়া কোনো ভিটামিনৰ অভাৱ নেকি?

7 hours ago
কালসৰ্প যোগ আৰম্ভ, বৃষকে ধৰি এই ৪ ৰাশিৰ আহিব বিপদ!

আপোনাৰো কালসৰ্প যোগ আছে নেকি? ১৮ জুলাইলৈকে ৩ ৰাশিয়ে থাকক সাৱধান!

7 hours ago
“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

“মোৰ উৰুত Ex Boyfriend-এ চিগাৰেটেৰে পুৰিছিল!” সকলো মুকলিকৈ ক’লে এইগৰাকী অভিনেত্ৰীয়ে

8 hours ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

10 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

editor by editor
March 11, 2026
in ক্ৰীড়া, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত
0
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
0
SHARES
243
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতীক্ষাৰ অৱসান৷ ঘোষণা হ’ল ২০২৬ চনৰ আই পিএলৰ দিনক্ষণ৷ টুৰ্নামেণ্ট আৰম্ভ হ’ব ২৮ মাৰ্চত৷ প্ৰথম মেচত মুখামুখি হ’ব বাংগালুৰু আৰু হায়দৰাবাদ৷ খেল বাংগালুৰুতেই জনালে বিচিচিআইয়ে৷ বৰ্তমান কেৱলমাত্ৰ প্ৰথম ২০খন মেচৰ সময়সূচীহে প্ৰকাশ কৰা হৈছে৷ ২৮ মাৰ্চৰ পৰা ১২ এপ্ৰিল পৰ্যন্ত এই মেচসমূহ অনুষ্ঠিত হ’ব৷ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পূৰ্বেই পূৰ্ণাংগ সূচী প্ৰকাশ কৰা হ’ব বুলি জনাইছে BCCIয়ে৷

চিন্নস্বামী ষ্টেডিয়ামত হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ৫খন হোম মেচ৷ ইয়াৰোপৰি উদ্বোধনী অনুষ্ঠান, প্ৰথম মেচ, প্লে-অফ আৰু ফাইনেল সকলো মিলি এইবাৰৰ টুৰ্নামেণ্টৰ কেন্দ্ৰবিন্দু হৈছে এই ভেন্যু৷

প্রথম ২০খন মেচৰ সময়সূচী

২৮ মাৰ্চ ২০২৬ শনিবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ৷ সন্ধিয়া বাংগালুৰুত অনুষ্ঠিত হ’ব এই মেচ৷

২৯ মাৰ্চ দেওবাৰে মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ৷ এই মেচ অনুষ্ঠিত হ’ব মুম্বাইত৷

৩০ মাৰ্চ ২০২৬ সোমবাৰে ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব এই মেচ৷ এই মেচ অনুষ্ঠিত হ’ব সন্ধিয়াৰ ভাগত গুৱাহাটীত৷

৩১ মাৰ্চ ২০২৬ মঙলবাৰে পঞ্জাৱ কিংছ আৰু গুজৰাট টাইটান্স মুখামুখি হ’ব৷ এই মেচ অনুষ্ঠিত হ’ব সন্ধিয়াৰ ভাগত মোলানপুৰত৷

১ এপ্ৰিল ২০২৬ বুধবাৰে লক্ষ্ণৌ ছুপাৰ জয়েন্টছ আৰু দিল্লী কেপিটেলছৰ মাজত মেচ৷ এই মেচ অনুষ্ঠিত হ’ব সন্ধিয়াৰ ভাগত লক্ষ্ণৌত৷

২ এপ্ৰিল ২০২৬ বৃহস্পতিবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব মেচ৷ সন্ধিয়াৰ ভাগত কলকাতাত অনুষ্ঠিত হ’ব এই মেচ৷

৩ এপ্ৰিল ২০২৬ শুকুৰবাৰে চেন্নাই চুপাৰ কিংছ আৰু পঞ্জাৱ কিংছৰ মাজত মেচ৷ সন্ধিয়াৰ ভাগত চেন্নাইত অনুষ্ঠিত হ’ব এই মেচ৷

৪ এপ্ৰিল ২০২৬ শনিবাৰে দিল্লী কেপিটেলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত মেচ৷ এই মেচ দুপৰীয়া দিল্লীত অনুষ্ঠিত হব৷ ইয়াৰোপৰি একেদিনাই আছে গুজৰাট টাইটান্স আৰু ৰাজস্থান ৰয়েলচৰ মাজত মেচ৷ এই মেচ অনুষ্ঠিত হ’ব সন্ধিয়া আহমেদাবাদ ষ্টেডিয়ামত৷

৫ এপ্ৰিল দেওবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জয়েণ্টৰ মাজত মেচ৷ দুপৰীয়াৰ ভাগত হায়দৰাবাদত অনুষ্ঠিত হব এই মেচ৷ একেদিনাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু চেন্নাই ছুপাৰ কিংচৰ মাজতো আছে মেচ৷ বাংগালুৰুত সন্ধিয়া অনুষ্ঠিত হ’ব এই মেচ৷

৬ এপ্ৰিল ২০২৬ৰ সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাৱ কিংছৰ মাজত মেচ৷ কলকাতাত সন্ধিয়া অনুষ্ঠিত হ’ব এই মেচ৷

৭ এপ্ৰিল ২০২৬ মঙলবাৰে ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব খেল৷ এই মেচ গুৱাহাটীত সন্ধিয়া অনুষ্ঠিত হ’ব৷

৮ এপ্ৰিল ২০২৬ বুধবাৰ

দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটান্স- দিল্লী (সন্ধিয়া)

৯ এপ্ৰিল ২০২৬ বৃহস্পতিবাৰ

কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ ছুপাৰ জয়েণ্টছ- কলকাতা(সন্ধিয়া)

১০ এপ্ৰিল শুকুৰবাৰ

ৰাজস্থান ৰয়েলচ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু- গুৱাহাটী(সন্ধিয়া)

১১ এপ্ৰিল শনিবাৰ

পঞ্জাৱ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ- মুলাৰপুৰ(দুপৰীয়া)

চেন্নাই চুপাৰ কিংছ আৰু দিল্লী কেপিটেলছ- চেন্নাই(সন্ধিয়া)

১২ এপ্ৰিল ২০২৬ দেওবাৰ

লক্ষ্ণৌ ছুপাৰ জয়েণ্টছ আৰু গুজৰাট টাইটান্স- লক্ষ্ণৌ(দুপৰীয়া)

মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু- মুম্বাই(সন্ধিয়া)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?
জীৱনশৈলী

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

July 8, 2026
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য
জীৱনশৈলী

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

July 8, 2026
Next Post
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.