• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দলত স্থান পালেও প্লেয়িং ১১ ত থাকিবনে ৰিয়ান, বিশেষজ্ঞৰ মন্তব্য- সম্ভৱনা বহু কম

দলত স্থান পালেও প্লেয়িং ১১ ত থাকিবনে ৰিয়ান, বিশেষজ্ঞৰ মন্তব্য- সম্ভৱনা বহু কম

2 years ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

11 minutes ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

38 minutes ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

55 minutes ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

1 hour ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

2 hours ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

2 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

3 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

4 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

5 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

6 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দলত স্থান পালেও প্লেয়িং ১১ ত থাকিবনে ৰিয়ান, বিশেষজ্ঞৰ মন্তব্য- সম্ভৱনা বহু কম

editor by editor
July 20, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া, ভাৰত, লেখা
0
দলত স্থান পালেও প্লেয়িং ১১ ত থাকিবনে ৰিয়ান, বিশেষজ্ঞৰ মন্তব্য- সম্ভৱনা বহু কম
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দলত স্থান পালেও প্লেয়িং ১১ ত থাকিবনে ৰিয়ান, বিশেষজ্ঞৰ মন্তব্য- সম্ভৱনা বহু কম

এইবাৰ শ্ৰীলংকা ভ্ৰমণৰ বাবে যাব লগা ভাৰতীয় ক্ৰিকেট দলৰ বাছনি দেখি বহু লোকেই অতি স্তম্ভিত হৈ পৰিছে। শ্ৰীলংকা ভ্ৰমণৰ বাবে যেতিয়া ভাৰতীয় দলটো নিৰ্বাচিত হৈছিল তেতিয়া নিশ্চিত যেন লগা কেইবাগৰাকী খেলুৱৈৰ নাম তালিকাৰ পৰা বাদ পৰিছিল। একে সময়তে টিম ইণ্ডিয়াত এনে দুখন নতুন চেহেৰা নিৰ্বাচিত হৈছিল, যাৰ বিষয়ে কোনেও ভবা নাছিল।

এই দুই নতুন চেহেৰা হৈছে ৰিয়ান পৰাগ আৰু হৰ্ষিত ৰাণা। ২৭ জুলাইৰ পৰা আৰম্ভ হ’ব ভাৰত-শ্ৰীলংকা শৃংখলা। দুয়োটা দলে প্ৰথমে ৩খন খেলৰ টি-২০ ছিৰিজ খেলিব। ইয়াৰ পিছত ২ আগষ্টৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা।

টি ২০ৰ পাছত এদিনীয়া দলতো নিৰ্বাচিত হোৱা অসমৰ প্ৰথমজন ক্ৰিকেটাৰ হৈছে ৰিয়ান পৰাগ। জিম্বাবুৱে ভ্ৰমণৰ প্ৰথম দুখন টি-২০ মেচৰ পিছত যেতিয়া ৰিয়ানক প্লেইং ১১ৰ পৰা বাদ দিয়া হৈছিল, তেতিয়া এনে লাগিছিল যেন ৰিয়ানৰ পুনৰ দললৈ ঘূৰি আহিবলৈ সময় লাগিব। কিন্তু শ্ৰীলংকা ভ্ৰমণৰ বাবে দলটো নিৰ্বাচিত হোৱাৰ সময়ত অভিষেক শৰ্মা আৰু ঋতুৰাজ গাইকোৱাদ বাহিৰ হোৱাৰ লগতে ৰিয়ান পৰাগে স্থান ৰক্ষা কৰিবলৈ সক্ষম হয়। কেৱল টি-২০তে নহয় এদিনীয়া দলতো নিৰ্বাচিত হয় ৰিয়ান। উল্লেখ্য যে এই এদিনীয়া দলত সূৰ্যকুমাৰ যাদৱ, ৰিংকু সিং আৰু ৰবীন্দ্ৰ জাডেজাইও স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই।

পাছে দলত স্থান পালেও প্লেয়িং ১১ ত থাকিব নে ৰিয়ান, খেলিব পাৰিব নে খেল ! শ্ৰী লংকাৰ বিৰুদ্ধে নামিব পাৰিব নে খেলপথাৰত !

যিকোনো দলৰ প্লেয়িং ১১ হৈছে সেই দলত শ্ৰেষ্ঠ খেলুৱৈ যিয়ে ভাৰসাম্য বজাই ৰাখে। ভাৰসাম্যৰ অৰ্থ হ’ল ৫ জন বেটছমেন (উইকেটকীপাৰকে ধৰি), ৫ জন বলাৰ আৰু এজন অল ৰাউণ্ডাৰ। যদি এজনতকৈ অধিক অল-ৰাউণ্ডাৰ থাকে তেন্তে দলৰ শক্তি আৰু বৃদ্ধি পায়।

সেই হিচাপে যদি চাবলৈ যোৱা হয়, তেন্তে ভাৰতীয় দল পৰিচালনাই এই ভিত্তিত এদিনীয়া খেলৰ বাবে প্লেইং ১১ বাছনি কৰে, তেন্তে ইয়াৰ শীৰ্ষ ৫ বেটছমেন হ’ব – ৰোহিত শৰ্মা, শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুল। অল ৰাউণ্ডাৰ ছয় নম্বৰত আহিব আৰু ইয়াৰ বাবে মাত্ৰ দুজন প্ৰতিদ্বন্দ্বী শিৱম ডুবে বা অক্ষৰ পেটেল।

যদি দলটোৱে বেটিং অলৰাউণ্ডাৰ শিৱম ডুবেৰ সৈতে যায়, তেন্তে তেওঁৰ পিছৰ পাঁচজন খেলুৱৈ হ’ব পাৰে – অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ্ছদীপ সিং আৰু মহম্মদ চিৰাজ। যদি দলটোৱে বলিং অলৰাউণ্ডাৰ অক্ষৰ পেটেলৰ সৈতে যায়, তেন্তে তেওঁৰ পিছৰ পাঁচজন খেলুৱৈ হ’ব পাৰে – ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ্ছদীপ সিং, মহম্মদ চিৰাজ আৰু নতুনকৈ স্থান পোৱা হৰ্ষিত ৰানা।

এই ক্ষেত্ৰত স্পষ্ট যে ৰিয়ান পৰাগে এদিনীয়া মেচৰ শ্ৰেষ্ঠ প্লেয়িং ১১ ত স্থান নাপাব। ঋষভ পন্তেও স্থান লাভ নকৰি বেঞ্চত বহিব লগা হব পাৰে।

সম্ভাৱ্য ১১ (এদিনীয়া) খেলা : ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ্শদীপ সিং, মহম্মদ চিৰাজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Cricket TeamIndian Team 11Playing 11riyan paragSrilanka Vs India
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?
জীৱনশৈলী

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

March 23, 2026
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

March 23, 2026
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ
জীৱনশৈলী

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

March 23, 2026
Next Post
বাংলাদেশ প্ৰতিবাদ, হাতত প্ৰাণ লৈ কাটা তাঁৰ পাৰ হৈ এইবাৰ ভাৰতীয় আহিল ভাৰতলৈ

বাংলাদেশ প্ৰতিবাদ, হাতত প্ৰাণ লৈ কাটা তাঁৰ পাৰ হৈ এইবাৰ ভাৰতীয় আহিল ভাৰতলৈ

পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা

পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.