• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দলত স্থান পালেও প্লেয়িং ১১ ত থাকিবনে ৰিয়ান, বিশেষজ্ঞৰ মন্তব্য- সম্ভৱনা বহু কম

দলত স্থান পালেও প্লেয়িং ১১ ত থাকিবনে ৰিয়ান, বিশেষজ্ঞৰ মন্তব্য- সম্ভৱনা বহু কম

12 months ago
শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

শনি-বুধৰ ভয়ংকৰ খেলাই কঁপাব ত্ৰিভুৱন! অৰ্থহানি, শান্তি বিঘ্নিত হোৱাৰ ওপৰিও স্বাস্থ্যজনিত সমস্যাত পৰিব পাৰে এইকেইটা ৰাশিৰ জাতক

1 hour ago
‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

2 hours ago
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

16 hours ago
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

18 hours ago
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

18 hours ago
ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

ভাৰতীয় সকলৰ বাবে দুঃসংবাদ, ট্ৰাম্পে দুগুণলৈ বৃদ্ধি কৰিলে আমেৰিকাৰ ভিছাৰ মাচুল

20 hours ago
চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

চকু পানী টুকি চিৰ বিদায় দিলে সতীৰ্থ অভিনেতা কোটা শ্ৰীনিবাস ৰাওক

21 hours ago
মীন ৰাশিত শনিৰ ওলোটা গতি আৰম্ভ, লগতে আৰম্ভ ৩ ৰাশিৰ উন্নতি

মীন ৰাশিত শনিৰ ওলোটা গতি আৰম্ভ, লগতে আৰম্ভ ৩ ৰাশিৰ উন্নতি

22 hours ago
২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

22 hours ago
১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

2 days ago
বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

2 days ago
বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 14, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দলত স্থান পালেও প্লেয়িং ১১ ত থাকিবনে ৰিয়ান, বিশেষজ্ঞৰ মন্তব্য- সম্ভৱনা বহু কম

editor by editor
July 20, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া, ভাৰত, লেখা
0
দলত স্থান পালেও প্লেয়িং ১১ ত থাকিবনে ৰিয়ান, বিশেষজ্ঞৰ মন্তব্য- সম্ভৱনা বহু কম
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দলত স্থান পালেও প্লেয়িং ১১ ত থাকিবনে ৰিয়ান, বিশেষজ্ঞৰ মন্তব্য- সম্ভৱনা বহু কম

এইবাৰ শ্ৰীলংকা ভ্ৰমণৰ বাবে যাব লগা ভাৰতীয় ক্ৰিকেট দলৰ বাছনি দেখি বহু লোকেই অতি স্তম্ভিত হৈ পৰিছে। শ্ৰীলংকা ভ্ৰমণৰ বাবে যেতিয়া ভাৰতীয় দলটো নিৰ্বাচিত হৈছিল তেতিয়া নিশ্চিত যেন লগা কেইবাগৰাকী খেলুৱৈৰ নাম তালিকাৰ পৰা বাদ পৰিছিল। একে সময়তে টিম ইণ্ডিয়াত এনে দুখন নতুন চেহেৰা নিৰ্বাচিত হৈছিল, যাৰ বিষয়ে কোনেও ভবা নাছিল।

এই দুই নতুন চেহেৰা হৈছে ৰিয়ান পৰাগ আৰু হৰ্ষিত ৰাণা। ২৭ জুলাইৰ পৰা আৰম্ভ হ’ব ভাৰত-শ্ৰীলংকা শৃংখলা। দুয়োটা দলে প্ৰথমে ৩খন খেলৰ টি-২০ ছিৰিজ খেলিব। ইয়াৰ পিছত ২ আগষ্টৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা।

টি ২০ৰ পাছত এদিনীয়া দলতো নিৰ্বাচিত হোৱা অসমৰ প্ৰথমজন ক্ৰিকেটাৰ হৈছে ৰিয়ান পৰাগ। জিম্বাবুৱে ভ্ৰমণৰ প্ৰথম দুখন টি-২০ মেচৰ পিছত যেতিয়া ৰিয়ানক প্লেইং ১১ৰ পৰা বাদ দিয়া হৈছিল, তেতিয়া এনে লাগিছিল যেন ৰিয়ানৰ পুনৰ দললৈ ঘূৰি আহিবলৈ সময় লাগিব। কিন্তু শ্ৰীলংকা ভ্ৰমণৰ বাবে দলটো নিৰ্বাচিত হোৱাৰ সময়ত অভিষেক শৰ্মা আৰু ঋতুৰাজ গাইকোৱাদ বাহিৰ হোৱাৰ লগতে ৰিয়ান পৰাগে স্থান ৰক্ষা কৰিবলৈ সক্ষম হয়। কেৱল টি-২০তে নহয় এদিনীয়া দলতো নিৰ্বাচিত হয় ৰিয়ান। উল্লেখ্য যে এই এদিনীয়া দলত সূৰ্যকুমাৰ যাদৱ, ৰিংকু সিং আৰু ৰবীন্দ্ৰ জাডেজাইও স্থান দখল কৰিবলৈ সক্ষম হোৱা নাই।

পাছে দলত স্থান পালেও প্লেয়িং ১১ ত থাকিব নে ৰিয়ান, খেলিব পাৰিব নে খেল ! শ্ৰী লংকাৰ বিৰুদ্ধে নামিব পাৰিব নে খেলপথাৰত !

যিকোনো দলৰ প্লেয়িং ১১ হৈছে সেই দলত শ্ৰেষ্ঠ খেলুৱৈ যিয়ে ভাৰসাম্য বজাই ৰাখে। ভাৰসাম্যৰ অৰ্থ হ’ল ৫ জন বেটছমেন (উইকেটকীপাৰকে ধৰি), ৫ জন বলাৰ আৰু এজন অল ৰাউণ্ডাৰ। যদি এজনতকৈ অধিক অল-ৰাউণ্ডাৰ থাকে তেন্তে দলৰ শক্তি আৰু বৃদ্ধি পায়।

সেই হিচাপে যদি চাবলৈ যোৱা হয়, তেন্তে ভাৰতীয় দল পৰিচালনাই এই ভিত্তিত এদিনীয়া খেলৰ বাবে প্লেইং ১১ বাছনি কৰে, তেন্তে ইয়াৰ শীৰ্ষ ৫ বেটছমেন হ’ব – ৰোহিত শৰ্মা, শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুল। অল ৰাউণ্ডাৰ ছয় নম্বৰত আহিব আৰু ইয়াৰ বাবে মাত্ৰ দুজন প্ৰতিদ্বন্দ্বী শিৱম ডুবে বা অক্ষৰ পেটেল।

যদি দলটোৱে বেটিং অলৰাউণ্ডাৰ শিৱম ডুবেৰ সৈতে যায়, তেন্তে তেওঁৰ পিছৰ পাঁচজন খেলুৱৈ হ’ব পাৰে – অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ্ছদীপ সিং আৰু মহম্মদ চিৰাজ। যদি দলটোৱে বলিং অলৰাউণ্ডাৰ অক্ষৰ পেটেলৰ সৈতে যায়, তেন্তে তেওঁৰ পিছৰ পাঁচজন খেলুৱৈ হ’ব পাৰে – ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ্ছদীপ সিং, মহম্মদ চিৰাজ আৰু নতুনকৈ স্থান পোৱা হৰ্ষিত ৰানা।

এই ক্ষেত্ৰত স্পষ্ট যে ৰিয়ান পৰাগে এদিনীয়া মেচৰ শ্ৰেষ্ঠ প্লেয়িং ১১ ত স্থান নাপাব। ঋষভ পন্তেও স্থান লাভ নকৰি বেঞ্চত বহিব লগা হব পাৰে।

সম্ভাৱ্য ১১ (এদিনীয়া) খেলা : ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ্শদীপ সিং, মহম্মদ চিৰাজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Cricket TeamIndian Team 11Playing 11riyan paragSrilanka Vs India
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ
জীৱনশৈলী

‘মাজে মাজে জীৱনে অন্য পথেৰে যাত্ৰা কৰে…আমি পৃথক হোৱাটোৱেই সঠিক ভাৱিছো!’ বিবাহ ভাঙিল বেডমিণ্টৰ খেলুৱৈ ছাইনা নেহৱালৰ

July 14, 2025
১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

১৮ জুলাইত কৰ্কট ৰাশিত অস্ত যাব বুধ, ৪ ৰাশিৰ উদয় হ’ব ভাগ্য

July 13, 2025
ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট
ক্ৰীড়া

ভাৰতীয় বলাৰৰ ত্ৰাস, ১০০ নহওঁতেই ইংলেণ্ডে হেৰুৱালে ৪ টা উইকেট

July 13, 2025
বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে
অসম

বিবাহ বিচ্ছেদ পাইয়ে ফুৰ্তিতে ৪০ লিটাৰ গাখীৰেৰে গা ধুলে নলবাৰীৰ মাণিকে

July 13, 2025
Next Post
বাংলাদেশ প্ৰতিবাদ, হাতত প্ৰাণ লৈ কাটা তাঁৰ পাৰ হৈ এইবাৰ ভাৰতীয় আহিল ভাৰতলৈ

বাংলাদেশ প্ৰতিবাদ, হাতত প্ৰাণ লৈ কাটা তাঁৰ পাৰ হৈ এইবাৰ ভাৰতীয় আহিল ভাৰতলৈ

পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা

পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.