• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশ প্ৰতিবাদ, হাতত প্ৰাণ লৈ কাটা তাঁৰ পাৰ হৈ এইবাৰ ভাৰতীয় আহিল ভাৰতলৈ

বাংলাদেশ প্ৰতিবাদ, হাতত প্ৰাণ লৈ কাটা তাঁৰ পাৰ হৈ এইবাৰ ভাৰতীয় আহিল ভাৰতলৈ

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

5 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

6 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

6 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

6 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

7 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

8 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

8 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

9 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

10 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

10 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

12 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বাংলাদেশ প্ৰতিবাদ, হাতত প্ৰাণ লৈ কাটা তাঁৰ পাৰ হৈ এইবাৰ ভাৰতীয় আহিল ভাৰতলৈ

editor by editor
July 20, 2024
in অসম, উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
বাংলাদেশ প্ৰতিবাদ, হাতত প্ৰাণ লৈ কাটা তাঁৰ পাৰ হৈ এইবাৰ ভাৰতীয় আহিল ভাৰতলৈ
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশ প্ৰতিবাদ, হাতত প্ৰাণ লৈ কাটা তাঁৰ পাৰ হৈ এইবাৰ ভাৰতীয় আহিল ভাৰতলৈ

ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত বিগত কিচুদিন ধৰি হিংসাত্মত পৰিস্থিতি চলি আছে। অগ্নিগৰ্ভ হৈ পৰিছে দেশ খন। ৰাজপথত প্ৰতিবাদৰ বাবে ওলাই আহিছে লাখ লাখ বাংলাদেশী লোক। চৰকাৰী চাকৰিৰ সংৰক্ষণৰ বিষয়টোক লৈ আৰম্ভ হোৱা প্ৰতিবাদে সমগ্ৰ দেশতে হিংসাত্মক ৰূপ ধাৰণ কৰিছে।

হিংসাত ক্ষতিগ্ৰস্ত দেশখনৰ পৰা এতিয়া বহু মানুহ প্ৰব্ৰজন কৰিবলৈ ধৰিছে। ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, এতিয়ালৈকে প্ৰায় ১০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী বিভিন্ন পথেৰে দেশলৈ উভতি আহিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি বাংলাদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতলৈ উভতি আহিছে ৭৭৮ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰী। নিয়মীয়া বিমানযোগে ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি অহাৰ কথা উল্লেখ কৰিছে মন্ত্ৰালয়ে।

১৯ জুলাই শুকুৰবাৰে ডাউকী চেক প’ষ্টৰ জৰিয়তে মেঘালয়ত ৩৬৩জন লোক উপস্থিত হয়৷ ইয়াৰ ভিতৰত আছিল ২০৪ জন ভাৰতীয়, ১৫৮ জন নেপালী আৰু এজন ভূটানৰ নাগৰিক। এই পৰ্যন্ত মেঘালয়ৰ ৮০ জন বাসিন্দা অন্য ঠাইৰ পৰা ৰাজ্যলৈ উভতি আহিছে। ইয়াৰে ১৩ জন লোক শুকুৰবাৰে নিজৰ গৃহ ৰাজ্যলৈ উভতি যায়। বাংলাদেশত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে তাত বসবাস কৰা মেঘালয়বাসীক সহায়ৰ বাবে ৰাজ্য চৰকাৰে হেল্পলাইন নম্বৰ আৰম্ভ কৰিছে।

ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত আৰু সহযোগী উচ্চায়ুক্তসমূহে বাংলাদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত পঢ়ি থকা কৰা ৪০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে আৰু প্ৰয়োজনীয় সহায় আগবঢ়াই আছে। নেপাল আৰু ভূটানৰ পৰাও ছাত্ৰ-ছাত্ৰীক ভাৰতলৈ আহিবলৈ সহায় কৰা হৈছে।

মূলতঃ স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে সংৰক্ষিত চাকৰিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। প্ৰতিবাদকাৰীসকলে এই ব্যৱস্থাৰ অন্ত পেলোৱাৰ দাবী জনাইছে, যিটো ব্যৱস্থা বৈষম্যমূলক আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামি লীগ দলৰ সমৰ্থকসকলৰ পক্ষত আছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ কন্যা, যিয়ে বাংলাদেশ মুক্তি যুদ্ধৰ নেতৃত্ব দিছিল।

ইয়াৰ পৰিৱৰ্তে মেধাভিত্তিক ব্যৱস্থা ৰূপায়ণ হোৱাটো বিচাৰে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদৰ সমন্বয়ক হাছনাত আব্দুল্লাই কয় যে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীলৈ ঘূৰি আহিব বিচাৰে, কিন্তু তেওঁলোকৰ দাবী পূৰণ হ’লেহে তেওঁলোকে তেনে কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshBangladesh ProtestIndia StudentIndian Student ComemeghalayaNeighbor Countrystudents protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
Next Post
পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা

পেৰিচ অলিম্পিকলৈ সাজু ভাৰত, অসমৰ এগৰাকীসহ উত্তৰ পূৱৰ ৩গৰাকী, দুগৰাকীৰ স্বৰ্ণ পদক লাভৰ সম্ভাৱনা

ইতিহাস ৰচি মহিলা বিত্তমন্ত্ৰীয়ে সপ্তমবাৰৰ বাবে দাখিল কৰিব বাজেট, পঢ়ক এইবাৰৰ বাজেটৰ বিশেষ কথা

ইতিহাস ৰচি মহিলা বিত্তমন্ত্ৰীয়ে সপ্তমবাৰৰ বাবে দাখিল কৰিব বাজেট, পঢ়ক এইবাৰৰ বাজেটৰ বিশেষ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.