• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কথা মতেই লোকসভাক বিদায় দিলে ছোনীয়াই! ইন্দিৰাৰ পাছত গান্ধী পৰিয়ালৰ দ্বিতীয়গৰাকী সদস্য ৰাজ্যসভালৈ

কথা মতেই লোকসভাক বিদায় দিলে ছোনীয়াই! ইন্দিৰাৰ পাছত গান্ধী পৰিয়ালৰ দ্বিতীয়গৰাকী সদস্য ৰাজ্যসভালৈ

3 years ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

20 minutes ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

15 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

16 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

16 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

17 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

17 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

18 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

19 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

19 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

20 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

20 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কথা মতেই লোকসভাক বিদায় দিলে ছোনীয়াই! ইন্দিৰাৰ পাছত গান্ধী পৰিয়ালৰ দ্বিতীয়গৰাকী সদস্য ৰাজ্যসভালৈ

editor by editor
February 14, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
কথা মতেই লোকসভাক বিদায় দিলে ছোনীয়াই! ইন্দিৰাৰ পাছত গান্ধী পৰিয়ালৰ দ্বিতীয়গৰাকী সদস্য ৰাজ্যসভালৈ
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০১৯ প লোকসভা নিৰ্বাচনতেই পৰিষ্কাৰ কৰি দিছিল এয়াই তেওঁৰ শেষ নিৰ্বাচনী যুঁজ। জল্পনাৰ অন্ততঃ সকলো স্পষ্ট কৰি দিলে ছোনীয়া গান্ধীয়ে। ৰাজনীতিৰ পৰা এইবাৰ কিছু আঁতৰিছে ছোনীয়া গান্ধী। শেষ পৰ্যন্ত ৰাজ্যসভাৰ পৰা মনোনয়ন জমা দিলে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধীয়ে। জয়পুৰ আসনৰ পৰা কংগ্ৰেছ ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব ছোনীয়া গান্ধী। বুধবাৰে পুৱাই মনোনয়ন পত্ৰ জমা দিছে ছোনীয়া গান্ধীয়ে। সেই আসনৰ পৰা ছোনীয়া গান্ধী জয়লাভ কৰাটো প্ৰায় নিশ্চিত। এই সংশ্লিষ্ট আসনৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙো। আগন্তুক এপ্ৰিলত তেওঁৰ ছয় বছৰীয়া ম্যাদ শেষ হৈছে।

উত্তৰপ্ৰদেশৰ ৰায়বৰেলীৰ সাংসদ ছোনিয়া গান্ধী এইবাৰেই প্ৰথম ৰাজ্যসভালৈ যাত্ৰা কৰিছে। গান্ধী পৰিয়ালৰ পৰা ছোনীয়া ৰাজ্যসভালৈ যোৱা দ্বিতীয়গৰাকী নেত্ৰী। ইয়াৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ৰাজ্যসভাৰ সাংসদ হৈছিল। ১৯৬৮ চনৰ ফেব্ৰুৱাৰীৰ পৰা ১৯৬৭ চন পৰ্যন্ত ৰাজ্যসভাৰ সাংসদ আছিল ছোনীয়া গান্ধীৰ শাহুৱেক ইন্দিৰা গান্ধী।

ছোনীয়াই প্ৰথম লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ১৯৯৯ চনত। সেই বছৰতেই প্ৰথমবাৰে কংগ্ৰেছৰ সভানেত্ৰীও হৈছিল ছোনীয়া গান্ধী। বুধবাৰে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘শ্ৰদ্ধাৰ ছোনীয়া গান্ধীক কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে কৰা ঘোষণাক স্বাগত জনাইছো। তেওঁ প্ৰধানমন্ত্ৰী পদ কেতিয়াবাই প্ৰত্যাখ্যান কৰিছিল।’ এই ঘোষণাত সমগ্ৰ ৰাজস্থানেই সুখী বুলিও জনাইছে অশোক গেহলটে। কিন্তু ৰাজস্থানক কিয় বাচি ল’লে ছোনীয়াই? তেওঁ তেলেংগানা বা কৰ্নাটকৰ প্ৰাৰ্থীও হ’ব পাৰিলেহেতেন। পৰ্যবেক্ষকৰ মনতে উত্তৰ ভাৰতত কংগ্ৰেছৰ বিপৰ্যয়ৰ মাজতেই ছোনীয়াই ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ পদত অৱতীৰ্ণ হৈ হিন্দীবলয়ত তেওঁৰ আন্তৰিকতা এতিয়াও আছে বুলি প্ৰমাণ দিব বিচাৰিছে। ছোনীয়া ৰাজ্যসভাৰ সাংসদ হ’লে ৰায়বৰেলী আসনৰ পৰা তেওঁৰ কন্যা প্ৰিয়ংকা গান্ধী লোকসভাৰ প্ৰাৰ্থী হ’ব বুলি জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
Next Post
সৰস্বতী পূজাৰ দিনাই পূজা কৰা হয় কামদেৱ আৰু ৰতিৰো, জানক এই পূজাৰ মাহাত্ম্য

সৰস্বতী পূজাৰ দিনাই পূজা কৰা হয় কামদেৱ আৰু ৰতিৰো, জানক এই পূজাৰ মাহাত্ম্য

আজি দেৱী সৰস্বতীক এই পাঁচ ভোগ নিবেদন কৰিলেনে? সুখেৰে ভৰি পৰিব জীৱন

আজি দেৱী সৰস্বতীক এই পাঁচ ভোগ নিবেদন কৰিলেনে? সুখেৰে ভৰি পৰিব জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.