• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সামৰণি বড়োলেণ্ড আন্তৰ্জাতিক জ্ঞান মহোৎসৱৰ

সামৰণি বড়োলেণ্ড আন্তৰ্জাতিক জ্ঞান মহোৎসৱৰ

4 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

8 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

8 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

8 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

9 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

9 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

10 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

11 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

12 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

12 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

13 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

14 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সামৰণি বড়োলেণ্ড আন্তৰ্জাতিক জ্ঞান মহোৎসৱৰ

অংশগ্ৰহণ দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তিৰ

editor by editor
March 2, 2023
in অসম, উত্তৰ-পূব, ভাৰত, শিক্ষা
0
সামৰণি বড়োলেণ্ড আন্তৰ্জাতিক জ্ঞান মহোৎসৱৰ
0
SHARES
375
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামৰণি পৰিল কোকৰাঝাৰত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক জ্ঞান মহোৎসৱৰ৷ প্ৰথমবাৰৰ বাবে btrত অনুষ্ঠিত হোৱা এই উৎসৱে কোকৰাঝাৰৰ সামাজিক-শৈক্ষিক জীৱনত প্ৰভাৱ পেলাব বুলি মন্তব্য প্ৰমোদ বড়োৰ৷ সামৰণি পৰিল বড়োলেণ্ড আন্তৰ্জাতিক জ্ঞান মহোৎসৱৰ৷ কোকৰাঝাৰত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত এই জ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰে দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তিয়ে৷ বড়োভূমিৰ শৈক্ষিক-সামাজিক জীৱনত বিশেষভাৱে প্ৰভাৱিত কৰিব বুলি আশা কৰিছে জ্ঞান মহোৎসৱৰ আয়োজকে৷ বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত বিগত চাৰিদিনে আয়োজন হয় এই জ্ঞান মহোৎসৱ৷ এই জ্ঞান মহোৎসৱৰ অন্তিম দিনটোত অংশগ্ৰহণ কৰে বলীউড অভিনেতা ছনু সুদ, উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ ২ মন্ত্ৰী অতুল বৰা আৰু ইউ জি ব্ৰহ্ম৷ উপস্থিত থাকে শিক্ষানুৰাগী৷ দেশ-বিদেশৰ বহু জ্ঞানপিপাসু, অৰ্থনীতিবিদ, শিল্পী-সাহিত্যিক, বুদ্ধিজীৱীকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰভাৱশালী লোকৰ উপস্থিতিয়ে এই মহোৎসৱক দিয়ে বিশেষ মাত্ৰা৷ এই মহোৎসৱে btrত শৈক্ষিক নৱজাগৰণ আনিব বুলিও আশা ব্যক্ত কৰে btr প্ৰধান প্ৰমোদ বড়োৱে৷ বড়োভূমিত শৈক্ষিক ক্ষেত্ৰখনৰ লগতে সামাজিক জীৱনকো এই মহোৎসৱে ইতিবাচক ভাৱে প্ৰভাৱিত কৰিব বুলি আশা ব্যক্ত কৰে প্ৰমোদ বড়োৱে৷ মহোৎসৱখনত অংশগ্ৰহণ কৰা অভিনেতা ছনু সুদে btr চৰকাৰৰ এই পদক্ষেপক যথেষ্ট প্ৰশংসা কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও শলাগ লয় এই পদক্ষেপক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: gyan mahotsav
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
Next Post
শিলসাঁকো উচ্ছেদ…হোটেল জিঞ্জাৰ কিয় ভাঙিবই হিমন্ত চৰকাৰে? সবিশেষ

শিলসাঁকো উচ্ছেদ...হোটেল জিঞ্জাৰ কিয় ভাঙিবই হিমন্ত চৰকাৰে? সবিশেষ

অসুবিধা ইয়াতহে… কৰিশ্মা সমালোচিত কিয় হৈছে?

অসুবিধা ইয়াতহে... কৰিশ্মা সমালোচিত কিয় হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.