• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিলসাঁকো উচ্ছেদ…হোটেল জিঞ্জাৰ কিয় ভাঙিবই হিমন্ত চৰকাৰে? সবিশেষ

4 weeks ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

11 hours ago
ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…

হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

12 hours ago
ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

14 hours ago
বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা

16 hours ago
পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

17 hours ago
এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

1 day ago
GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

পঢ়াত মনোযোগ দিলে টকাই টকা! অসম চৰকাৰে শিক্ষাৰ্থীক মাহে মাহে দিব টকা, দেখুওৱাব লাগিব এইকেইটা পাৰদৰ্শিতা…

2 days ago
সংখ্যলঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ, ছাত্ৰীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

  • About
  • Advertise
  • Careers
Tuesday, March 28, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিলসাঁকো উচ্ছেদ…হোটেল জিঞ্জাৰ কিয় ভাঙিবই হিমন্ত চৰকাৰে? সবিশেষ

editor by editor
March 3, 2023
in অসম
0
শিলসাঁকো উচ্ছেদ…হোটেল জিঞ্জাৰ কিয় ভাঙিবই হিমন্ত চৰকাৰে? সবিশেষ
0
SHARES
64.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিলসাঁকো উচ্ছেদ চলি থকাৰ মাজতেই সকলোৰে দৃষ্টিত এতিয়া হোটেল জিঞ্জাৰত। জিঞ্জাৰ চৰকাৰে ভাঙিব জানো? টাটাৰ শ্বেয়াৰ থকা বিশেষ হোটেলখন ভাঙি হাত গোন্ধোৱাবনে হিমন্ত চৰকাৰে? বহুকেইটা চুক্তি ইতিমধ্যেই টাটাৰ সৈতে অসম চৰকাৰে কৰিছে তেনেক্ষেত্ৰত বুলডʼজাৰৰ আঁচোৰ এই হোটেলত নপৰাটোৱেই ধুৰূপ।

কিন্তু এই উচ্ছেদ সম্পৰ্কত এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লিখিছে, এই হোটেলত পৰা বুলডোজাৰৰ আঁচোৰেহে মুখ্যমন্ত্ৰীৰ মান ৰক্ষা কৰিব, সন্মান বঢ়াব, নিৰপেক্ষ বুলি প্ৰমান কৰোৱাব।

লগতে ব্যৱহাৰকাৰীজনে লিখিছে, ‘মুখ্যমন্ত্ৰীৰ লগত ৰতন টাটাৰ ব্যক্তিগতভাবে ভাল। ইতিমধ্যে তেওঁক অসম বঁটা দিছেই। কৰ্কট সেৱাৰ সমগ্ৰ আন্তঃগাঁঠনিৰ সৈতে টাটাগ্ৰুপ জড়িত। তেওঁ টাটাক বেলেগ সুবিধা কৰি দিব।

তাজ ভিভান্তাৰ বাবে গুৱাহাটীৰ শ্ৰেষ্ঠ মাটিখিনি পাইছেই। মাত্ৰ ১০ কোটি টকাৰে নিৰ্মিত ঘৰ ভাঙিলে টাটাৰ একো নাহে নাযায়। ইন্সিওৰেন্স বা ক্ষতিপুৰণো পাব পাৰে। তদুপৰি টাটাই দেশৰ স্বাৰ্থত নিজে ভাঙি দিম বুলি কোৱাৰ সম্ভাৱনাও আছে। তাৰ সলনি কিবা আৰু ভাল ডীল পাব হয়তো।’

উল্লেখ্য যে, বাৰে বাৰে ভঙা আৰু বিশ্বৰ বেংক আৰু বিত্তীয় ব্যৱস্থাবোৰৰ পৰা সুদত ধাৰ লৈ আকৌ সাজি সুদ দি ধনী কৰাটো নব্য উদাৰতাবাদী অৰ্থনীতিৰ মূল ৰূপ। সেয়ে এই হোটেলত হাতোঁৰা পৰাৰ পূৰ্ণ সম্ভাৱনাই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ginger hotelhimanta bishwa sharmasilsako
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা
অসম

March 27, 2023
পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?
অপৰাধ

পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

March 27, 2023
এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…
অসম

এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…

March 27, 2023
GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?
অসম

GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

March 26, 2023
Next Post
অসুবিধা ইয়াতহে… কৰিশ্মা সমালোচিত কিয় হৈছে?

অসুবিধা ইয়াতহে... কৰিশ্মা সমালোচিত কিয় হৈছে?

তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল, বিৰোধীয়ে বিজেপিৰ পৰা এইকেইটা কথা শিকক…

তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল, বিৰোধীয়ে বিজেপিৰ পৰা এইকেইটা কথা শিকক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন