• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ বছৰৰ পাছত একেলগে খেলিব শচীন-যুৱৰাজে, ক’ত, কেতিয়া একেলগে দেখা যাব দুয়োকে?

১০ বছৰৰ পাছত একেলগে খেলিব শচীন-যুৱৰাজে, ক’ত, কেতিয়া একেলগে দেখা যাব দুয়োকে?

1 year ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

22 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

2 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

11 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

11 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

11 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

12 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

13 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

15 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

15 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

16 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১০ বছৰৰ পাছত একেলগে খেলিব শচীন-যুৱৰাজে, ক’ত, কেতিয়া একেলগে দেখা যাব দুয়োকে?

editor by editor
February 21, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
১০ বছৰৰ পাছত একেলগে খেলিব শচীন-যুৱৰাজে, ক’ত, কেতিয়া একেলগে দেখা যাব দুয়োকে?
0
SHARES
803
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ বছৰৰ পাছত একেলগে খেলিব শচীন-যুৱৰাজে, ক’ত, কেতিয়া একেলগে দেখা যাব দুয়োকে?

কাইলৈ ২২ ফেব্ৰুৱাৰী শনিবাৰে ইণ্টাৰনেশ্যনেল মাষ্টাৰছ লীগত (International Masters League 2025) ভাৰত আৰু শ্ৰীলংকাৰ দলৰ মাজত মুখামুখি হ’ব। এই মেচত ১০ বছৰৰ পাছত একেলগে খেলপতাৰত নামিব ভাৰতৰ দুই মহান ক্ৰিকেটাৰ শচীন-যুৱৰাজ। শচীন টেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙৰ দৰে ভাৰতীয় কিংবদন্তি একেলগে খেলা দেখা যাব।

বহু বছৰ পূৰ্বে অৱসৰ লোৱা এই প্ৰবীণসকলে পুনৰ নীলা জাৰ্চি পৰিধান কৰি খেলপথাৰত নামিব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৪ হাজাৰৰো অধিক ৰান আৰু ১০০ শতক অৰ্জন কৰা তেণ্ডুলকাৰে ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটত আধিপত্য বিস্তাৰ কৰিছিল। অৱশ্যে তেওঁ ভাৰতৰ হৈ মাত্ৰ এখন টি-২০ ইণ্টাৰনেশ্যনেল মেচহে খেলিছিল। ইয়াৰ ফলত ভাৰতীয় জাৰ্চি পিন্ধি ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটত তেওঁক পুনৰবাৰ দেখাটো অনুৰাগীৰ বাবে আকৰ্ষণীয় হৈ পৰিব।

বছৰ বছৰ ধৰি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মেচ (IND vs SL) অনুৰাগীক আকৰ্ষণ কৰি তুলিছে। শচীন তেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙে অগণন অবিস্মৰণীয় খেল খেলিছে। ইয়াৰে ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেল খেল সকলোৰে স্মৃতিত। য’ত ভাৰত চেম্পিয়ন আছিল।

টেণ্ডুলকাৰে কয়, ‘যোৱা কেইবছৰমানৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে খেলি আমি কিছুমান অবিস্মৰণীয় মুহূৰ্ত দেখিছো, তাৰ ভিতৰত ২০১১ চনৰ বিশ্বকাপ আছিল আটাইতকৈ বিশেষ। ইমান বছৰৰ পাছত খেলপথাৰলৈ উভতি আহি আমাৰ ক্ৰিকেট যাত্ৰাৰ ইমান ডাঙৰ অংশ হৈ অহা দল এটাৰ সন্মুখীন হোৱাটোৱে ইয়াক আৰু অধিক বিশেষ কৰি তোলে।

আনফালে ২০১১ চনৰ বিশ্বকাপ আৰু ২০০৭ চনৰ টি-২০ বিশ্বকাপকে ধৰি ভাৰতৰ বহু গুৰুত্বপূৰ্ণ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে যুৱৰাজে। যুৱৰাজে কয়, ‘মই আকৌ ক্ৰিকেটলৈ ঘূৰি আহিবলৈ বহু আগ্ৰহী হৈ পৰিছো। ভাৰত বনাম শ্ৰীলংকা সদায় এক ৰোমাঞ্চকৰ মেচ আৰু মই জানো অনুৰাগীসকলো আমাৰ দৰেই উত্তেজিত।

উল্লেখ্য যে, ৩খন চহৰত এই খেল অনুষ্ঠিত হ’ব। নৱী মুম্বাই, বদোদৰা আৰু ৰায়পুৰত খেল অনুষ্ঠিত হ’ব। কেউখন খেল সন্ধিয়া ৭:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।

এই খেলত মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব। ভাৰত, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । প্ৰতিটো দলতে প্ৰবীন ক্ৰিকেটাৰ অন্তৰ্ভুক্ত কৰা হৈছে। নৱী মুম্বাই, বদোদৰা আৰু ৰায়পুৰত আয়োজন কৰা হ’ব এই প্ৰতিযোগিতা। ছেমি ফাইনেল আৰু ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখন ৰায়পুৰত অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian CricketInternational Masters Leaguesachin tendulkarYubraj Singh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
Next Post
বছৰৰ ১২ টা চিলিণ্ডাৰৰ দুটা হোলী-দীপাৱলী বুলি ফ্ৰী, বাকি ১০টা ৫০০ টকাত, নতুন চৰকাৰৰ বিশেষ অফাৰ

বছৰৰ ১২ টা চিলিণ্ডাৰৰ দুটা হোলী-দীপাৱলী বুলি ফ্ৰী, বাকি ১০টা ৫০০ টকাত, নতুন চৰকাৰৰ বিশেষ অফাৰ

২৫ ফেব্ৰুৱাৰীৰ পূৰ্বে ৩ ৰাশি হৈ পৰিব মালামাল, চন্দ্ৰই কৰিব শনিৰ ৰাশিত প্ৰৱেশ

২৫ ফেব্ৰুৱাৰীৰ পূৰ্বে ৩ ৰাশি হৈ পৰিব মালামাল, চন্দ্ৰই কৰিব শনিৰ ৰাশিত প্ৰৱেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.