• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি আন্তৰ্জাতিক পুৰুষ দিৱস, পুৰুষ হিচাপে কেনে চৰিত্ৰ কোন ৰাশিৰ?

আজি আন্তৰ্জাতিক পুৰুষ দিৱস, পুৰুষ হিচাপে কেনে চৰিত্ৰ কোন ৰাশিৰ?

2 years ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

9 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

9 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

10 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

11 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

12 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

12 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

13 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

13 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

14 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

15 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

15 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি আন্তৰ্জাতিক পুৰুষ দিৱস, পুৰুষ হিচাপে কেনে চৰিত্ৰ কোন ৰাশিৰ?

আজি আন্তৰ্জাতিক পুৰুষ দিৱস, পুৰুষ হিচাপে কেনে চৰিত্ৰ কোন ৰাশিৰ?

editor by editor
November 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আজি আন্তৰ্জাতিক পুৰুষ দিৱস, পুৰুষ হিচাপে কেনে চৰিত্ৰ কোন ৰাশিৰ?
0
SHARES
544
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ব সৃষ্টিকৰ্তাই বিশ্বত আধা পুৰুষ আৰু আধা মহিলাৰ জন্ম দিছে৷ নাৰী যদি অৰ্ধ আকাশ পুৰুষ বাকী থকা অৰ্ধাকাশ৷ সমাজত পুৰুষৰ অবদান, আত্মত্যাগ আৰু ভূমিকাক সন্মান জনাই পালন কৰা হৈছে আন্তৰ্জাতিক পুৰুষ দিৱস৷ প্ৰতি বছৰে ১৯ নৱেম্বৰত আন্তৰ্জাতিক পুৰুষ দিৱস পালন কৰা হয়৷ কিন্তু বাস্তৱ হৈছে নাৰী দিৱসক লৈ যিমান চৰ্চা হয় সিমান চৰ্চা পুৰুষ দিৱসক লৈ নহয়৷ পুৰুষ দিৱসেই জানি থওক বিভিন্ন ৰাশিৰ জাতকৰ পুৰুষৰ আচৰণ কেনে হয়৷

মেষ ৰাশি

মেষ ৰাশিৰ পুৰুষ এনাৰ্জিৰে ভৰপুৰ হৈ থাকে সকলোসময়তে৷ যি কোনো কামৰ প্ৰতি এওঁলোকৰ উৎসাহ থাকে৷ লক্ষ্যৰ প্ৰতি স্থিৰদৃষ্টি থাকে মেষ ৰাশিৰ পুৰুষৰ৷

বৃষ ৰাশি

শান্তিত জীৱন কটাব খোজে বৃষ ৰাশিৰ জাতকে৷ বেছি হুলস্থুল পছন্দ নহয় এওঁলোকৰ৷ পাৰ্টনাৰৰ সৈতে নিৰিবিলিকৈ শান্তিত এওঁলোকে জীৱন কটাব খোজে৷
মিথুন ৰাশি

নিজৰ কামক সৰ্বোচ্চ বুলি ভাৱে মিথুন ৰাশিৰ পুৰুষে৷ এওঁলোকে সামাজিক মিলামিছাত দক্ষ, এওঁলোকে সকলোৰে সৈতে মিলি থাকিবলৈ ভালপায়৷

কৰ্কট ৰাশি

অত্যন্ত আৱেগপ্ৰবণ, দয়াবান আৰু যত্নশীল কৰ্কট ৰাশিৰ পুৰুষ৷ এওঁলোক সংসাৰী মানুহ৷ এওঁলোকে সকলো কামতে পৰিয়ালক গুৰুত্ব দিয়ে৷

সিংহ ৰাশি

দুৰ্দান্ত সাহসী হৈছে সিংহ ৰাশিৰ পুৰুষ৷ এওঁলোকৰ আত্মবিশ্বাস আৰু এনাৰ্জিয়েই সকলোৰে ওচৰত তেওঁ আকৰ্ষণীয় কৰি তোলে৷ সকলোকে নেতৃত্ব দিয়াৰ ক্ষমতা থাকে এওঁলোকৰ৷

কন্যা ৰাশি

কন্যা ৰাশিৰ পুৰুষ ভদ্ৰ, দয়ালু আৰু অমায়িক প্ৰকৃতিৰ মানুহ৷ খুব সুন্দৰকৈ তেওঁলোকে সকলোৰে সৈতে মিলামিছা কৰে৷ এওঁলোকক ভৰসা কৰিব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ পুৰুষৰ ব্যক্তিত্ব অত্যন্ত আকৰ্ষণীয়৷ এওঁলোকৰ ব্যৱহাৰ আৰু কথাবাৰ্তা খুবেই ভাল৷ শান্ত প্ৰকৃতিৰ হয় তুলা ৰাশিৰ পুৰুষ৷ সিদ্ধান্ত ভাৱিচিন্তি লয়৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ পুৰুষ কিছু ৰহস্যময় প্ৰকৃতিৰ হয়৷ নিজৰ মনৰ কথা সহজে এওঁলোকে কাৰো আগত প্ৰকাশ নকৰে৷ এওঁলোক মানসিকভাৱে অত্যন্ত শক্তিশালী হয়৷

ধনু ৰাশি

ধনু ৰাশিৰ পুৰুষ অত্যন্ত এডভেঞ্চাৰ প্ৰিয় হয়৷ ফুৰিবলৈ ভাল পায় এই ৰাশিৰ জাতক৷

মকৰ ৰাশি

সকলো কামেই শৃংখলাবদ্ধভাৱে কৰি ভালপায় মকৰ ৰাশিৰ পুৰুষে৷ এওঁলোকে নিজৰ শক্তি আৰু দুৰ্বলতা সম্পৰ্কে ভালকৈয়ে জানে৷ বিপদতো নিজকে সংযত কৰি ৰাখে মকৰ ৰাশিৰ পুৰুষে৷

কুম্ভ ৰাশি

অত্যন্ত উচ্চাকাঙ্খী হয় কুম্ভ ৰাশিৰ পুৰুষ৷ এওঁলোক স্বাধীন আৰু খোলা মনৰ মানুহ৷ পাৰ্টনাৰৰ প্ৰতি এওঁলোক যত্নশীল৷ শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি এওঁলোক আগ্ৰহী৷ বুদ্ধিবান হয়৷

মীন ৰাশি

প্ৰেমিক হিচাপে দুৰ্দান্ত মীন ৰাশিৰ পুৰুষ৷ সংগীক পেম্পাৰ কৰিবলৈ ভালপায় এওঁলোকে৷ এওঁলোক কল্পনাপ্ৰৱণ, সৃজনশীল আৰু ৰোমাণ্টিক৷ এওঁলোকে অন্যৰ মন পঢ়িব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!
জীৱনশৈলী

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

July 26, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

July 26, 2026
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!
বিনোদন

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

July 26, 2026
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত
জীৱনশৈলী

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

July 26, 2026
Next Post
কলিযুগক লৈ এই ৬ভৱিষ্যদ্বাণী কৰিছিল স্বয়ং কৃষ্ণই, যি সঁচা প্ৰমাণিত হৈছে প্ৰতিদিনেই

কলিযুগক লৈ এই ৬ভৱিষ্যদ্বাণী কৰিছিল স্বয়ং কৃষ্ণই, যি সঁচা প্ৰমাণিত হৈছে প্ৰতিদিনেই

নিশা এই সময়ত সপোন দেখাটো শুভ, সপোনত কি দেখাটোৱে আপোনাৰ আৰ্থিক উন্নতিৰ কথা কয়? জানক সবিশেষ

নিশা এই সময়ত সপোন দেখাটো শুভ, সপোনত কি দেখাটোৱে আপোনাৰ আৰ্থিক উন্নতিৰ কথা কয়? জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.