• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইন্টাৰনেটৰ চাঞ্চল্য কিলি প’লক টাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তৰ সম্বৰ্ধনা

ইন্টাৰনেটৰ চাঞ্চল্য কিলি প’লক টাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তৰ সম্বৰ্ধনা

4 years ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

34 minutes ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

1 hour ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

1 hour ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

2 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

3 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

3 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

4 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

5 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ইন্টাৰনেটৰ চাঞ্চল্য কিলি প’লক টাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তৰ সম্বৰ্ধনা

editor by editor
February 23, 2022
in বিশ্ব, ভাৰত
0
ইন্টাৰনেটৰ চাঞ্চল্য কিলি প’লক টাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্তৰ সম্বৰ্ধনা
0
SHARES
840
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলিউদৰ গানত ওঁঠ মিলাই কৰা ভিডিঅ’ৰেৰে ইন্টাৰেটত চাঞ্চল্যৰ সৃষ্টি কৰিছিল আফ্ৰিকান দেশ টাঞ্জানিয়াৰ কিলি প’ল আৰু তেওঁৰ ভগ্নীয়ে৷

বলিউদৰ গীতত এইদৰে লিপচিন্সিং কৰা ভিডিঅ’ৰেৰে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতে দেশখনৰ ভাৰতীয় উচ্চায়ুক্তই কিলি প’লক সম্বৰ্ধনা জনাইছে৷

সোমবাৰে টাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্ত বিনয়া প্ৰধানে ভাৰতীয় দূতাবাসলৈ নিমন্ত্ৰণ কৰি ইণ্টাৰেন্টৰ চাঞ্চল্য কিলি প’লক সম্বৰ্ধনা জ্ঞাপন কৰে৷

কিলি প’লক সম্বৰ্ধান জ্ঞাপন কৰি টাঞ্জানিয়াৰ ভাৰতীয় উচ্চায়ুক্ত গৰাকীয়ে নিজৰ টুইটাৰ হেণ্ডলত টুইট কৰিছে৷

ফ’টোসহ টুইট কৰি প্ৰধানে কয় ‘‘আজি বিশেষ অতিথি আহে৷ টাঞ্জানিয়াৰ শিল্পী কিলি প’ল যিগৰাকীয়ে ভাৰতীয় ছবিৰ গীতত লিপচিন্সিঙৰ দ্বাৰা কোটি কোটি অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে৷’’

উল্লেখ্য যে কিলি প’লে বলিউদৰ জনপ্ৰিয় গীতত লিপচিন্সিং কৰি কোটি কোটি অনুৰাগীৰ হৃদয় জিনিছে৷ বলিউদৰ গীতত এইদৰে লিপচিন্সিঙৰ ভিডিঅ’ আপলোড কৰা প’লৰ ইনষ্টাগ্ৰামত ২.২ কোটিৰো অধিক অনুৰাগী আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalkili paultanzania
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

March 31, 2026
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান
ভাৰত

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

March 31, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব : গুৱাহাটীত নতুন পথ নিৰ্দেশনা, কোনবোৰ পথ বন্ধ থাকিব?

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব : গুৱাহাটীত নতুন পথ নিৰ্দেশনা, কোনবোৰ পথ বন্ধ থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.