• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, ক’ত কেনেকৈ কৰিব বিনিয়োগ?

৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, ক’ত কেনেকৈ কৰিব বিনিয়োগ?

1 year ago
অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

12 minutes ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

29 minutes ago
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

1 hour ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

2 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

3 hours ago
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

4 hours ago
কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

5 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

6 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

7 hours ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

16 hours ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

17 hours ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, ক’ত কেনেকৈ কৰিব বিনিয়োগ?

৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, ক’ত কেনেকৈ কৰিব বিনিয়োগ?

editor by editor
January 25, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, ক’ত কেনেকৈ কৰিব বিনিয়োগ?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি সকলোৱে জানো যে বৰ্তমান যুগৰ প্ৰতিজন ব্যক্তিয়ে তেওঁৰ ভৱিষ্যত সুৰক্ষিত আৰু নিৰাপদ ৰাখিবলৈ বিনিয়োগ কৰে৷ একমাত্ৰ সেইসমূহ স্থানত মানুহে ধন বিনিয়োগ কৰিব খোজে য’ত ধন নিৰাপদে থাকে৷ পোষ্ট অফিচৰ বৰ্তমান ৰেকাৰিং ডিপজিট স্কিম সকলোতকৈ নিৰাপদ বুলি প্ৰায়সংখ্যকেই দাবী কৰে৷ আপুনি ৫ হাজাৰকৈ জমা কৰি ৮লাখ কৰিবলৈ কিমান সময় লাগিব?

২০২৩ চনৰ বাবে পষ্ট অফিচৰ RD স্কিমৰ ওপৰত সুদৰ হাৰ বৃদ্ধি পাইছে৷ পূৰ্বে ৬.২ শতাংশ সুদ আছিল৷ কিন্তু বিগত বছৰ চৰকাৰৰ সিদ্ধান্তত সুদৰ হাৰ বঢ়াই এতিয়া ৬.৭শতাংশ কৰিছে৷ পষ্ট অফিচৰ বিভিন্ন স্কিমৰ সুদৰ হাৰ প্ৰতি বছৰে পৰিবৰ্তন হয়৷ যিয়ে আপোনাৰ বিনিয়োগৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে৷

আপুনি যদি ৫হাজাৰ টকা প্ৰতি মাহে ৫বছৰলৈ বিনিয়োগ কৰে তেন্তে ৬.৭শতাংশ সুদৰ হাৰত আপুনি ৩,৫৬,৮৩০ টকা জমা কৰিব পাৰিব৷ যদি আপুনি আৰু ৫ হাজাৰ টকা বিনিয়োগ কৰে তেতিয়া আপুনি মুঠ ৮,৫৪,২৭২টকা জমা কৰিব পাৰিব৷

এই RD স্কিমত একাউণ্ট খুলিবলৈ আপুনি নিকটবৰ্তী পষ্ট অফিচলৈ যাব পাৰে৷ আপুনি বিচাৰিলে মাত্ৰ ১০০ টকাৰ পৰাও বিনিয়োগ কৰিব পাৰে৷ এবছৰৰ বাবে এই স্কিমত জমা দিলে আপুনি আপোনাৰ জমা কৰা অৰ্থৰ প্ৰায় ৫০শতাংশ ঋণ হিচাপেও গ্ৰহণ কৰিব পাৰে৷ এই স্কিম সঁচাই সুৰক্ষিত আৰু লাভজনক৷ ইয়াত আপোনাৰ ধন নিৰাপদে থাকে আৰু সুদৰ হাৰ বৃদ্ধিৰ ফলত আপুনিও আৰু বেছি লাভ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!
জীৱনশৈলী

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

June 2, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

June 2, 2026
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা
বাণিজ্য

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

June 2, 2026
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ
জীৱনশৈলী

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

June 2, 2026
Next Post
দুয়ো নাৰীয়েই স্বামীক লৈ অতিষ্ঠ! সমলিংগৰ প্ৰতি আকৰ্ষিত নহ’লেও দুই মহিলাই কৰিলে আচৰিত কাম

দুয়ো নাৰীয়েই স্বামীক লৈ অতিষ্ঠ! সমলিংগৰ প্ৰতি আকৰ্ষিত নহ’লেও দুই মহিলাই কৰিলে আচৰিত কাম

৬ হাজাৰ নহয় ১২ হাজাৰ টকা দিব লাগিব কেন্দ্ৰই! বাঢ়িব কিষাণ সন্মান নিধিৰ ধন?

৬ হাজাৰ নহয় ১২ হাজাৰ টকা দিব লাগিব কেন্দ্ৰই! বাঢ়িব কিষাণ সন্মান নিধিৰ ধন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.