অসম লাইভ ২৪ঃ Apple iPhone 13 Series কোম্পানীৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰি হৈছে৷ লগতে iPhone 13 Seriesৰ মডেলৰ ভাৰতীয় মূল্যও ঘোষণা কৰিছে কোম্পানীটোৱে৷ এই চিৰিজৰ অধীনত কোম্পানীটোৱে Apple iPhone 13 Mini, iPhone 13, iPhone 13 Pro আৰু iPhone 13 Pro Max মডেল গ্ৰাহকৰ বাবে আগঢ়াইছে৷
ভাৰতত iPhone 13 Miniৰ মূল্য—
128GB মডেলৰ মূল্য ৬৯,৯০০ টকা
256GB মডেলৰ মূল্য ৭৯,৯০০ টকা আৰু
512GB মডেলৰ মূল্য ৯৯.৯০০ টকা
গ্ৰাহকে পুৰণি iPhone ট্ৰেড-ইন কৰি ৯,০০০ টকালৈকে ৰেহাই পাব পাৰে
ভাৰতত iPhone 13ৰ মূল্য—
128GB মডেলৰ মূল্য ৭৯,৯০০ টকা
256GB মডেলৰ মূল্য ৮৯,৯০০ টকা আৰু
512GB মডেলৰ মূল্য ১,০৯,৯০০ টকা
গ্ৰাহকে পুৰণি iPhone ট্ৰেড-ইন কৰি ৪৬,১২০ টকালৈকে ৰেহাই পাব পাৰে
ভাৰতত iPhone 13 Proৰ মূল্য—
128GB মডেলৰ মূল্য ১,১৯,৯০০ টকা
256GB মডেলৰ মূল্য ১,২৯,৯০০ টকা আৰু
512GB মডেলৰ মূল্য ১,৪৯,৯০০ টকা
1TB মডেলৰ মূল্য ১,৬৯,৯০০ টকা
গ্ৰাহকে পুৰণি iPhone ট্ৰেড-ইন কৰি ৪৬,১২০ টকালৈকে ৰেহাই পাব পাৰে
ভাৰতত iPhone 13 Pro Maxৰ মূল্য—
128GB মডেলৰ মূল্য ১,২৯,৯০০ টকা
256GB মডেলৰ মূল্য ১,৩৯,৯০০ টকা আৰু
512GB মডেলৰ মূল্য ১,৫৯,৯০০ টকা
1TB মডেলৰ মূল্য ১,৭৯,৯০০ টকা
গ্ৰাহকে পুৰণি iPhone ট্ৰেড-ইন কৰি ৪৬,১২০ টকালৈকে ৰেহাই পাব পাৰে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ