• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আই পি এলৰ খেলৰ মাজতে ধোনীৰ দলত জবৰদস্ত খেলুৱৈৰ এন্ট্ৰী, নাম শুনিয়েই চিন্তাত অন্য দল

আই পি এলৰ খেলৰ মাজতে ধোনীৰ দলত জবৰদস্ত খেলুৱৈৰ এন্ট্ৰী, নাম শুনিয়েই চিন্তাত অন্য দল

2 years ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

37 minutes ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

2 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

3 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

4 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

4 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

5 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

6 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

7 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

7 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

8 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

9 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আই পি এলৰ খেলৰ মাজতে ধোনীৰ দলত জবৰদস্ত খেলুৱৈৰ এন্ট্ৰী, নাম শুনিয়েই চিন্তাত অন্য দল

editor by editor
April 18, 2024
in ক্ৰীড়া
0
আই পি এলৰ খেলৰ মাজতে ধোনীৰ দলত জবৰদস্ত খেলুৱৈৰ এন্ট্ৰী, নাম শুনিয়েই চিন্তাত অন্য দল
0
SHARES
486
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পি এলৰ খেলৰ মাজতে ধোনীৰ দলত জবৰদস্ত খেলুৱৈৰ এন্ট্ৰী, নাম শুনিয়েই চিন্তাত অন্য দল

চলিত আই পি এৰ খেলত মাজতে চেন্নাই ছুপাৰ কিংগছ দলত ব্যাপক সালসলনি। যি সালসলনিয়ে হয়তো ২০২৪ৰ আই পি এলৰ চিত্ৰই সলনি কৰি দিব। ধোনীৰ দলত নাম সন্নিবিষ্ট হৈছে এগৰাকী জবৰদস্ত খেলুৱৈৰ।

সেই জবৰদস্ত খেলুৱৈৰ নাম শুনিয়েই এতিয়া চিন্তাত পৰিছে আই পি এৰ অন্য দল সকলৰ খেলুৱৈ তথা প্ৰশিক্ষক সকলো। বৰ্তমানলৈ চেন্নাই ছুপাৰ কিংগ দলটোৱে নতুন অধিনায়ক ঋুতুৰাজৰ নেতৃত্বত ৬ খন খেলৰ ৪ খনত বিজয় সাব্যস্ত কৰিছে।

আনহাতে নেতৃত্বত নাথাকিলেও পূৰ্বৰ অধিনায়ক ধোনীয়ে দলটোক সকলো সময়তে বেকত থাকি সহযোগ কৰি গৈছে । আনকি দলটোৰ যষ্ঠখন খেলত মাত্ৰ ৪ টা বলত ২০ ৰান যোদ দি দলৰ বিজয়তো বিশেষ অৰিহনা যোগাইছে।

পাছে এইবাৰ দলত যোগ দিছে এগৰাকী এনে খেলুৱৈ, যাৰ নাম শুনিয়ে এতিয়া অন্য দলৰ বেটছমেন সকল চাপত পৰিছে। চি এছ কে দলত নাম সন্নিবিষ্ট হৈছে এগৰাকী জোৰদাৰ বলাৰৰ।

ইংলেণ্ডৰ দ্ৰুত বলাৰ ৰিচাৰ্ড গ্লীচ’নক (Richard Gleeson)ক দলত অনা হৈছে, এতিয়াৰ পৰা চেন্নাই ছুপাৰ কিংগছৰ বাকি থকা প্ৰত্যকখন খেলতেই দেখা যাব ৰিচাৰ্ডক।

ৰিচাৰ্ডক অপেনাৰ ডেভন কনৱে (Devon Conway)ৰ ঠাইত দলত লোৱা হৈছে। ডেভন আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা আঁতৰি যোৱাৰ পাছতে ৰিচাৰ্ডক অনা হয়। ৩৬ বৰ্ষীয় ৰিচাৰ্ড ৫০ লাখ টকা বেছ প্ৰাইচত চি এছ কে দলত অন্তৰ্ভুক্ত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chennai Super KingsCSKiplIPL 2024IPL 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?
বিনোদন

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

July 7, 2026
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ
বিনোদন

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

July 7, 2026
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?
বিনোদন

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

July 6, 2026
Next Post
নিৰ্বাচনী প্ৰচাৰ মাজতে এৰি হঠাতে কাৰ জন্মদিন খাবলৈ গুচি গ’ল ৰাহুল-প্ৰিয়ংকা…!

নিৰ্বাচনী প্ৰচাৰ মাজতে এৰি হঠাতে কাৰ জন্মদিন খাবলৈ গুচি গ'ল ৰাহুল-প্ৰিয়ংকা...!

অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ’ব এনে কাম..

অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ'ব এনে কাম..

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.